Advertisment

শীৰ্ষ খবৰ

ZUBEEN
Assamese

গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ, শ্যামকানু! আহিব নেকি শেখৰজ্যোতি, অমৃতপ্ৰভাও?

পুনৰ গুৱাহাটীলৈ আহি আছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তহত! আহিব শ্বেখৰজ্যোতি অমৃতপ্ৰভা মহন্তও! এতিয়া বিপাঙত পৰিছে চৰকাৰ আৰক্ষী। আকৌ হ'ব নেকি কিবা অপ্ৰীতিকৰ পৰিস্থিতি?
2 Min read
MIYA POLITICS
Assamese

নিমখ খাই গাদ্দাৰী কৰিছে কংগ্ৰেছে! ’২৬ৰ নিৰ্বাচনত প্ৰত্যুত্তৰ দিব সংখ্যালঘুৱে!

কংগ্ৰেছ-AIUDF-এ নহয়, ’২৬ত সংখ্যালঘুৰ ভোট লাগিব বিজেপিকো। বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যত জমি উঠিছে সংখ্যালঘুৰ ৰাজনীতি। লক্ষ্যণীয়ভাৱে বিজেপিৰ সুৰতে কংগ্ৰেছক আক্ৰমণ আৰম্ভ কৰিছে AIUDF-এ।
2 Min read
WhatsApp Image 2025-12-15 at 10.57.08 AM
Assamese

মুছলমান যুৱকৰ দুঃসাহসিকতা, সন্ত্ৰাসবাদীৰ হাতৰ পৰা কাঢ়ি আনিলে বন্দুক

সন্ত্ৰাসবাদীৰ হাতৰ পৰা বন্দুক কাঢ়ি মুছলমান যুৱকৰ দুঃসাহসিকতা। সাহসী আহমদ আল আহমদে প্ৰাণ ৰক্ষা কৰিলে শ শ লোকৰ। দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীত সন্ত্ৰাসবাদীয়ে চলোৱা নৰসংহাৰত আহমদৰ বীৰত্ব।
Thumb
Assamese

"কা"ৰ অধীনত অসমত দুই বাংলাদেশী নাগৰিকে পুনৰ পালে ভাৰতীয় নাগৰিকত্ব

"কা"ৰ অধীনত অসমত পুনৰ দুই বাংলাদেশী নাগৰিকে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। শ্ৰীভূমি জিলাৰ বদৰপুৰৰ এগৰাকী মহিলাই নাগৰিকত্ব লাভ কৰাৰ লগতে শিলচৰৰো এজন লোকে পালে ভাৰতীয় নাগৰিকত্ব। "কা"ৰ অধীনত অসমত এইপৰ্যন্ত ৪ বাংলাদেশী হিন্দুৱে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব।
2 Min read
Thumb
Assamese

কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক দিছিল ভাৰতৰ বহু স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ

পাকিস্তানৰে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কুলেন্দ্ৰ শৰ্মা নামৰ এজন। গ্ৰেপ্তাৰ হোৱা কুলেন্দ্ৰ শৰ্মা বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া। দীৰ্ঘদিনে ধৰি পাকিস্তানৰ সৈতে সম্পৰ্ক থকা কুলেন্দ্ৰ শৰ্মাই পাকিস্তানক যোগান ধৰি আহিছিল স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ। 
2 Min read
Thumb
Assamese

PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত সংগ্ৰহ হাজাৰ হাজাৰ টকা

চৰকাৰী আঁচনিৰ নামত ধন লোৱাক লৈ ৰূপহীত উত্তপ্ত পৰিস্থিতি। হাতীযুঁজুৱা গাঁও পঞ্চায়তৰ চৌহদত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। ক্ষুব্ধ লোকে প্ৰহাৰ কৰে ৱাৰ্ড সদস্যাৰ স্বামীক। PMAY ঘৰ, অৰুণোদয়ৰ আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ ৱাৰ্ড সদস্যাৰ বিৰুদ্ধে। 
1 Min read
Thumb
Assamese

"আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল...!"

"আমাৰ জীৱনবোৰ সেই দিনটোতেই ৰৈ গ'ল ! সকলো থান বান হৈ গ'ল ! কেনেকৈ কি ঘটিছিল সেই অভিশপ্ত দিনটোত আমি নজনালৈকে এই জুইকুৰা বুকুত জ্বলি থাকিব সদায়"! প্ৰিয় গল্ডীক সুঁৱৰি গৰিমা শইকীয়া গাৰ্গৰ আৱেগিক পোষ্ট। 
2 Min read
Thumb
Assamese

'আমাক নিৰ্বাচনী ললিপপ নালাগে'-বিজেপি চৰকাৰক হুংকাৰ

৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰতাৰণা আৰু সহ্য কৰা নহ'ব। বিজেপি চৰকাৰৰ ললিপপ কোনোপধ্যেই মানি নলও। জনজাতিকৰনৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে মটক জনগোষ্ঠীৰ হুংকাৰ।
2 Min read
WhatsApp Image 2025-12-13 at 3.15.13 PM
Assamese

মিঞাৰ আগ্ৰাসন, মিঞাৰ আক্ৰমণত ভীতিগ্ৰস্ত খিলঞ্জীয়া

তীৰ্থনগৰী হাজোৰ বামুন্দীৰ হাতীমূৰাত মিঞাৰ আগ্ৰাসন। আগ্ৰাসী মিঞাৰ বাবে ভীতিগ্ৰস্ত খিলঞ্জীয়া কৃষক। বামুন্দী বিষ্ণুপুৰৰ খিলঞ্জীয়াই ব্ৰহ্মপুত্ৰৰ বালিচৰত যুগ-যুগ ধৰি জীৱন-নিৰ্বাহ কৰা ভূমিত ভয়-ভাবুকি দেখুৱাই ভূমি দখলৰ চেষ্টা কৰিছে আগ্ৰাসী মিঞাই।
1 Min read
thumb
Assamese

ভাৰতভূমিত কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি

ভাৰতভূমিত কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছি। প্রতীক্ষাৰ অৱসান ঘটাই G.O.A.T. India Tour 2025ৰ অংশৰূপে পুৱতি নিশা কলকাতাত ভৰি থ’লে লিঅ’নেল মেছিয়ে। মেছিক আদৰণি জনাবলৈ কলকতা বিমান বন্দৰৰ বাহিৰে ভিতৰে অগনন অনুৰাগীৰ ভিৰ।
2 Min read
Advertisment