Advertisment

শীৰ্ষ খবৰ

thumb
Assamese

বাবৰি মছজিদ নিৰ্মান হ'বনে? আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰলৈ হত্যাৰ ভাবুকি

পশ্চিমবংগৰ মুৰ্ছিদাবাদত স্থাপন কৰা হৈছিল বাবৰি মছজিদৰ আধাৰশিলা। বাবৰি মছজিদ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হুমায়ুন কবীৰক হত্যাৰ ভাবুকি। দেশৰ ভিন্ন স্থানৰ পৰা হুমায়ুন কবীৰলৈ আহিছে ভাবুকিভৰা ফোনকল।
2 Min read
WhatsApp Image 2025-12-13 at 1.05.39 PM
Assamese

মোদী-শ্বাহৰ অসম ভ্ৰমণ... কি কি উপহাৰ পাব অসমবাসীয়ে?

অহা ২০ আৰু ২১ ডিচেম্বৰত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীত গুৱাহাটী এয়াৰপৰ্ট উদ্বোধন, নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ কৰা অংশৰ আধাৰশিলা অনুষ্ঠানকে ধৰি ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰীয়ে।
1 Min read
Thumb
Assamese

আয়েশা খাতুনৰ খাৰিজ হ’ল পঞ্চায়ত সভানেত্ৰীৰ পদ

বাল্য বিবাহত জড়িত পঞ্চায়ত প্ৰতিনিধি! বাল্য বিবাহত জড়িতৰ অভিযোগত খাৰিজ হ’ল পঞ্চায়ত সভানেত্ৰীৰ পদ। গোৱালপাৰাৰ জলেশ্বৰ উন্নয়ন খণ্ডৰ তাৰাংগাপুৰ গাঁও পঞ্চায়তত এই ঘটনা। সভানেত্ৰী আয়েশা খাতুনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ জিলা আয়ুক্তৰ। 
2 Min read
thumb
Assamese

ভয়ংকৰ! নিষ্ঠুৰ পিতৃ-মাতৃয়ে হত্যা কৰি জ্বলাই দিলে সন্তানক

সন্তানক মৰিয়াই হত্যা কৰি জ্বলাই দিলে পিতৃ–মাতৃয়ে। নলবাৰীৰ ডিপ্তা গাঁৱত গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা। ডিপ্তা গাঁৱৰ আয়াম আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। নিষ্ঠুৰ পিতৃ-মাতৃৰ অমানৱীয় কাৰ্যক লৈ চৌদিশে চাঞ্চল্য।
2 Min read
THUMB
Assamese

নিজক উদঙাই সকলো খিনি দিছিল জুবিনে-গৰিমা

নিজক উদঙাই সকলো খিনি দিছিল জুবিনে। তাৰ পাছতো জুবিনৰ দৰে মানুহক হত্যা কৰিব লগীয়া কি কথা থাকিব পাৰে? জুবিন গাৰ্গ হত্যাকাণ্ডত জড়িত দোষীয়ে শাস্তি পাবই লাগিব। জুবিন ক্ষেত্ৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল হাৰ্টথ্ৰ'ৱৰ পত্নী।
2 Min read
WhatsApp Image 2025-12-13 at 12.34.06 PM
Assamese

পাকিস্তানত পঢ়োৱা হ'ব মহাভাৰত আৰু গীতাৰ অধ্যায়

পাকিস্তানত প্ৰথমবাৰৰ বাবে পাঠদান কৰোৱা হ'ব সংস্কৃত। বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল মহাভাৰত আৰু গীতাৰ অধ্যায়। দেশ বিভাজনৰ পিছত প্ৰথমবাৰৰ বাবে সংস্কৃত শিক্ষা দিয়া হ'ব পাকিস্তানত।
WhatsApp Image 2025-12-13 at 12.17.42 PM
Assamese

গৌৰৱৰ ক্ষণ... কেয়া সাহাই নাম সন্নিৱিষ্ট কৰিলে INTERNATIONAL BOOK OF RECORDSত

ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে চাপৰৰ কেয়া সাহাই। INTERNATIONAL BOOK OF RECORDSত নাম সন্নিৱিষ্ট হ'ল প্ৰতিভাশালী যুৱতীগৰাকীৰ। কৰিলে এই কাম।
1 Min read
Thumb
Assamese

'জুবিনক ন্যায় দিম বুলি প্ৰতিশ্ৰুতি দিছিলো'-মুখ্যমন্ত্ৰী

ৰাইজক প্ৰতিশ্ৰুতি দিয়াৰ দৰেই জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। আজি দাখিল কৰা হ’ল জুবিন গাৰ্গৰ সৈতে হোৱা ঘটনাৰ চাৰ্জশ্বীট। এতিয়া আদালতে শুনানি গ্ৰহণ কৰি দোষীক উপযুক্ত শাস্তি দিব। চাৰ্জশ্বীট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। 
2 Min read
Thumb
Assamese

কি কি আছে চাৰ্জশ্বীটত? ৪ অভিযুক্তৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা

জুবিন গাৰ্গ ঘটনাৰ SITৰ চাৰ্জশ্বীটত কেতবোৰ চাঞ্চল্যকৰ, বিস্ফোৰক তথ্য। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, অমৃতপ্ৰভা, শেখৰজ্যোতিৰ বিৰুদ্ধে BNSৰ ১০৩ ধাৰা। হত্যাৰ গোচৰত প্ৰয়োগ হয় এই ধাৰা। লগতে আৰু কি কি আছে SITৰ চাৰ্জশ্বীটত?
2 Min read
Thumb
Assamese

চাৰ্জশ্বীট দাখিল, ৰহস্য জানিবলৈ অপেক্ষাৰত অসমীয়া

১৯ ছেপ্তেম্বৰৰ অভিশপ্ত দিনটোত জুবিন গাৰ্গৰ সৈতে কি হৈছিল? বিগত প্ৰায় ৩টা মাহেই প্ৰতিজন অসমীয়াৰ মনত এটায়েই প্ৰশ্ন- কিয় আমি প্ৰাণৰ শিল্পীক হেৰুৱাবলগীয়া হ'ল?  আজি দাখিল হ'ল জুবিন গাৰ্গ ঘটনাৰ ৩,৫০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। 
2 Min read
Advertisment