Advertisment

শীৰ্ষ খবৰ

Thumb
Assamese

'নিযুত মইনা'ৰ পাছত আহি আছে 'বাবু আঁচনি'

১ জানুৱাৰীৰ পৰা আহি আছে ‘বাবু আঁচনি’। নিযুত মইনা আঁচনিৰ পাছত এইবাৰ চৰকাৰে আৰম্ভ কৰিব 'বাবু আঁচনি'। ল’ৰা-ছোৱালী উভয় পক্ষকে সমানে গুৰুত্ব দিবলৈ এই পদক্ষেপ মুখ্যমন্ত্ৰীৰ।
1 Min read
Thumb
Assamese

মিঞাসকলক কষ্ট দি থাকিব লাগিব- মুখ্যমন্ত্ৰী

মিঞাৰ আগ্ৰাসনক লৈ কঠোৰ স্থিতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিঞাৰ বিৰুদ্ধে অসমত চলি যাব ধাৰাবাহিক অভিযান। এদিনতে চমৎকাৰ নহয়, কিন্তু লাহে লাহে মিঞাই অসম এৰিব লাগিব ।
1 Min read
thumb
Assamese

বৰ্ষাপাৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে অনুৰাগীয়ে

বৰ্ষাপাৰাত খেল চাবলৈ যোৱা অনুৰাগীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সাব্যস্ত কৰিলে প্ৰতিবাদ। বেনাৰত অনুৰাগীয়ে লিখিছে, "ধুমুহাৰ সতে মোৰ বহু যূগৰে নাচোন..."। "We Want Justice, আমি ন্যায়লৈ অপেক্ষাৰত"!
2 Min read
thumb
Assamese

বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত পুনৰ প্ৰতিবাদ

বিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ’।
1 Min read
thumb
Assamese

নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাৰ জঘন্য কাণ্ড !

শিক্ষকতাৰ পৱিত্ৰ বৃত্তিত কালিমা সানিলে পদ্ম অলি শৰ্মাই!নাবালিকা ছাত্ৰীৰে শিক্ষক পদ্ম অলি শৰ্মাই সংঘটিত কৰিলে জঘন্য কাণ্ড। শিক্ষক পদ্ম অলি শৰ্মাৰ বিৰুদ্ধে দুগৰাকী ছাত্ৰীৰ গোপন অংগ স্পৰ্শ কৰাৰ অভিযোগ।
2 Min read
thumb
Assamese

হিন্দু থাকিলেহে পৃথিৱীৰ অস্তিত্ব থাকিব -মোহন ভাগৱত

"হিন্দু নাথাকিলে নাথাকিব পৃথিৱীৰ অস্তিত্ব..."।  " ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কাৰো বিৰোধী নহয়"। সমাজক একত্ৰিত কৰিবলৈ গঠন কৰা হৈছে RSS। মণিপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ ডাঙৰ বক্তব্য
1 Min read
THUMB
Assamese

৩০ সংখ্যক টেষ্ট ভেন্যুৰূপে অভিষেক ঘটিল বৰ্ষাপাৰাৰ

টেষ্ট অভিষেক ঘটিল বৰ্ষাপাৰাৰ। ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল অসমৰ ক্ৰিকেটপ্ৰেমী। দেশৰ ৩০ সংখ্যক টেষ্ট ভেন্যু হিচাপে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ'ল বৰ্ষাপাৰাত। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ সংগ্ৰহ ২৪৭/৬।
1 Min read
WhatsApp Image 2025-11-22 at 5.10.18 PM
Assamese

১,৩০০ যুৱকে হাতত হেংদাং লৈ দিলে জয় আই অসম ধ্বনি

হাতত হেংদাং লৈ ওলাই আহিল হাজাৰোধিক যুৱক। জামুগুৰিহাটত ১,৩০০ যুৱকে হেংদাং লৈ দিলে জয় আই অসম ধ্বনি। লাচিত দিৱসৰ দিনাই অসম বুক অৱ ৰেকৰ্ডছৰ বাবে হাজাৰোধিক যুৱকে প্ৰতিকী নাও লৈ নামিব ৰাজপথত৷
1 Min read
WhatsApp Image 2025-11-22 at 4.38.28 PM
Assamese

ভয়ংকৰ! চলন্ত স্কুল বাছত অগ্নিকাণ্ড, তেজপুৰত কণ কণ শিক্ষাৰ্থীৰ মাজত হাহাকাৰ

তেজপুৰত চলন্ত স্কুল বাছত অগ্নিকাণ্ড। নিমিষতে শিক্ষাৰ্থীৰ মাজত লাগিল হাহাকাৰ। তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ-ছাত্ৰী কঢ়িওৱা চলন্ত স্কুল বাছত এই শিহৰণকাৰী ঘটনা। ভয়ংকৰ ঘটনাৰ পৰা দৈব্যক্ৰমে ৰক্ষা পৰিল কণ কণ ছাত্ৰ-ছাত্ৰী।
1 Min read
Thumb
Assamese

ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট

ভাৰতক অশান্ত কৰিবলৈ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। লুধিয়ানাত আৰক্ষীৰ এনকাউণ্টাৰত ধৰাশায়ী হ'ল ISI সমৰ্থিত দুটাকৈ সন্ত্ৰাসবাদী । ধনৰ টোপ দি একাংশ হিন্দু লোককো চোৰাংচোৱাৰূপে ব্যৱহাৰ কৰিছে ISIয়ে।
2 Min read
Advertisment