Assamese ক’ৰ্পৰেট গোষ্ঠীৰ হাতলৈ যাব ৰাজ্যৰ বিদ্যুত্ বিতৰণ ব্যৱস্থা! বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক এজেণ্ডাত আৰু এটা জনবিৰোধী সংযোজন। এটা জাতি, এটা ধৰ্ম, এটা ভাষা, এটা নিৰ্বাচন, এটা কৰৰ লগত এইবাৰ এক বিদ্যুত্ নীতি। মোদী চৰকাৰে প্ৰস্তুত কৰিছে বিদ্যুত্ সংশোধনী বিধেয়ক ২০২৫ৰ খচৰা।
Assamese বিজেপিত যোগদান কৰা একালৰ দুধৰ্ষ আলফা দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পন! আত্মসমৰ্পন কৰিলে একালৰ দুধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাই। এটা পুৰণি গোচৰত আজি আদালতত আত্মসমৰ্পন আলফা নেতাগৰাকীৰ। কি হ'ব এতিয়া চলিত বৰ্ষত বিজেপিত যোগদান কৰা দৃষ্টি ৰাজখোৱাৰ ৰাজনৈতিক ভৱিষ্যত?
Assamese চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমীয়া শিপিনীৰ আদৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত অসমৰ শিপিনীৰ আদৰ। ভূটানত কাপোৰ বিক্ৰী কৰি স্বাৱলম্বী তামুলপুৰৰ মহিলা। বিগত ১২ বছৰ ধৰি ভূটীয়াসকলৰ পৰম্পৰাগত পোছাক প্ৰস্তুত কৰিছে অসমৰ শিপিনীয়ে।
Assamese বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক মৃত্যুদণ্ডৰ ৰায় ! বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ডৰ ৰায়। মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰত দোষী সাব্যস্ত কৰা হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক।
Assamese বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ হাজাৰ হাজাৰ খিলঞ্জীয়া বিজেপি চৰকাৰক হুংকাৰ দি পুনৰ ৰাজ্যত বিশাল প্ৰতিবাদ। জনজাতিকৰণৰ দাবীৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ খিলঞ্জীয়া। ’২৬ৰ নিৰ্বাচনৰ আগত জনজাতিকৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ’।
Assamese আমি এনেকুৱা এখন পিটচ...! পৰাজয়ৰ পাছত কি ক'লে গম্ভীৰে- ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত ঐতিহাসিক বিজয় দক্ষিণ আফ্ৰিকাৰ। ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ স্পীন ঘূৰ্ণিত দিশহাৰা ভাৰতীয় বেটাৰ। ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। পৰাজয়ৰ পাছতেই সমালোচিত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ।
Assamese ১৯ নৱেম্বৰৰ পৰা কোটি কোটি কৃষকৰ একাউণ্টত সোমাব ধন হাতত মাত্ৰ এটা দিন, একাউণ্টে একাউণ্টে সোমাব চৰকাৰী ধন। PMKISANৰ কোটি কোটি কৃষকৰ বাবে আহি গ’ল ভাল খবৰ। PMKISANৰ ২১নং কিস্তিৰ ধনক লৈ বিগ আপডেট।
Assamese কৰুণ, পৱিত্ৰ মদিনালৈ গৈ মৃত্যু ৪২ ভাৰতীয়ৰ! পৱিত্ৰ মদিনালৈ যোৱা ভাৰতীয়ৰ সৈতে শোকাৱহ ঘটনা। চৌদি আৰৱৰ মদিনাত প্ৰায় ৪২জন ভাৰতীয়ৰ কৰুণ মৃত্যু। ওমৰাহলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছৰ সৈতে টেংকাৰৰ সংঘৰ্ষ।
Assamese সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত লংকাকাণ্ড, দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ কৰিলে মঞ্চ, মিউজিক ব্যৱস্থাপনা ধ্বংসস্তুপত পৰিণত এখন সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ। অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বেই বন্ধ হোৱাক লৈ বৰভিটাত লংকাকাণ্ড। টিকট কাটি অনুষ্ঠান উপভোগ কৰিবলৈ অহা দৰ্শকে ভাঙি চূৰ্ণ-বিচুৰ্ণ টেন্ট আৰু মিউজিক ছিচটেমৰ বহু সামগ্ৰী।
Assamese ‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব সংখ্যালঘু ৰাজনৈতিক দল ! ‘২৬ৰ নিৰ্বাচনৰ পূৰ্বে একত্ৰিত হ’ব নেকি সংখ্যালঘু ৰাজনৈতিক দল? বিহাৰত AIMIM-এ দেখুওৱা ভাল ফলাফলৰ পিছতেই ওৱেইছিলৈ সমৰ্থন আজমলৰ। AIMIMৰ সৈতে মিত্ৰতাৰে ‘২৬ৰ নিৰ্বাচন খেলাৰ ইংগিত AIUDFৰ।