Assamese 'জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'... ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ অবিহনেই প্ৰথমবাৰলৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰিব ৰাজ্যবাসীয়ে। জুবিন ক্ষেত্ৰত উপস্থিত হৈ অনুৰাগীয়ে ক'লে-জুবিনৰ সৈতে উঠা ফটোখন বন্ধাই গোসাঁইঘৰত থৈছো'।
Assamese লামডিঙত বজৰং দলে ভাঙি লণ্ডভণ্ড কৰিলে মাদ্ৰাছা মাদ্ৰাছাক কেন্দ্ৰ কৰি লামডিঙত উত্তপ্ত পৰিস্থিতি। অবৈধভাৱে মাদ্ৰাছা চলাই কণ কণ শিক্ষাৰ্থীক আৰৱী শিক্ষাদানৰ অভিযোগ। ৰাইজ তথা বজৰং দলে মাদ্ৰাছা ভাঙি লণ্ডভণ্ড কৰাৰ লগতে লপাথপা দিলে ছেলিমউদ্দিন নামৰ ইমামজনক।
Assamese জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তিক লৈ ব্যাপক চৰ্চা অবিকল ৰূপত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্ত্তি। ভাস্কৰ্য শিল্পী জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ এক ব্যতিক্ৰমী প্ৰয়াস। নিৰ্মীয়মান প্ৰতিমূৰ্ত্তিটোক লৈ চচিয়েল মিডিয়াটো ব্যাপক চৰ্চা।
Assamese ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ ইডেন গাৰ্ডেনত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ। দক্ষিণ আফ্ৰিকাই বান্ধি দিয়া ১২৪ ৰানৰ লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৯৩ ৰানতে অলআউট ভাৰত। ১৫ বছৰৰ পাছত ভাৰতৰ মাটিত টেষ্ট জয়ৰ সোৱাদ বাভুমা বাহিনীৰ।
Assamese জনজাতি, জনগোষ্ঠীৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দায়বদ্ধ ত্ৰিপুৰা চৰকাৰ! জনজাতি, জনগোষ্ঠীৰ আৰ্থ-সামাজিক বিকাশৰ বাবে দায়বদ্ধ ত্ৰিপুৰা চৰকাৰ! ত্ৰিপুৰাবাসীক আশ্বাস্ত কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই। প্ৰধানমন্ত্ৰীৰ ইংগিতৰ পিছতে চৰকাৰে কাম কৰিছে বুলি দাবী মাণিক সাহাৰ।
Assamese মানস ৰাষ্ট্ৰীয় উদ্যানলৈ গ'লে ক'ত থাকিব? ৰিজৰ্ট-লজ নে হোমষ্টেত? মানাহৰ পৰ্যটনক্ষেত্ৰত 'হোমষ্টে'সমূহৰ গুৰুত্ব বৃদ্ধি পাইছে। পৰ্যটকৰ প্ৰথম পছন্দ হৈ পৰিছে হোমষ্টেসমূহ। বাঁহবাৰীত চল্লিশৰ অধিক হোমষ্টে এতিয়া হৈ পৰিছে বহুজনৰ জীৱন-জীৱিকাৰ সমল।
Assamese যোৰহাটৰ বিশিষ্ট সমাজসেৱক ভৱ গোস্বামীলৈ 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা' যোৰহাটৰ সুসন্তান, বিশিষ্ট সমাজসেৱক তথা অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীলৈ নগাঁও জিলা সত্ৰ মহাসভাৰ 'ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা'।
Assamese ৰাজ্যত এনকাউণ্টাৰ, ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। চিকিৎসাধীন আনোৱাৰ হুছেইন ৰাজ্যত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক। বৰপেটাৰ তাৰাবাৰীত আৰক্ষীৰ গুলীচালনা। ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুলীবিদ্ধ আনোৱাৰ হুছেইন নামৰ এটা ড্ৰাগছ পেডলাৰ।
LiveAssamese বিহাৰত ধূলিসাৎ বিৰোধী, চলিল কেৱল নীতিশ-মোদী মেজিক... বিহাৰত বিৰোধীয়ে চৰকাৰ গঠন কৰাৰ সপোন ধূলিসাৎ। বিহাৰৰ ২৪৩ আসনৰ সৰ্বাধিক আসনতে জয় NDA মিত্ৰজোঁটৰ। বিহাৰত পুনৰ নীতিশ কুমাৰৰ মেজিকে শেষ কৰিলে বিৰোধীক। কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে মাৰিলে শেষ হাঁহি?
Assamese অসমৰ সিংঘম, এতিয়া বিহাৰৰ বিধায়ক আনন্দ মিশ্ৰ, ৰিয়েল লাইফৰ সিংঘম ! আনন্দ মিশ্ৰ এতিয়া হ'ল বিধায়ক। আনন্দ মিশ্ৰ এতিয়া বিহাৰৰ জনপ্ৰতিনিধি। আনন্দ মিশ্ৰৰ জনপ্ৰতিনিধি হোৱাৰ সপোন অৱশেষত পূৰ হ'ল।