Assamese বিহাৰৰ কনিষ্ঠতম বিধায়িকা হ'ল মৈথিলী ঠাকুৰ বিহাৰৰ আটাইতকৈ কম বয়সীয়া বিধায়িকা হিচাপে নিৰ্বাচিত হ'ল মৈথিলী ঠাকুৰ। মাত্ৰ ২৫ বছৰ ৩ মাহ ২০ দিনতে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰিলে কণ্ঠশিল্পী মৈথিলী ঠাকুৰে। নিশ্চিত জয়ৰ পিছতে আনন্দত উৎফুল্লিত হৈ পৰিছে মৈথিলী।
Assamese গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড গুৰু-শিষ্যৰ পবিত্ৰ সম্পৰ্কত কালিমা সনা লম্পট শিক্ষক পদ্ম গগৈক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড। POSCO গোচৰত বিশ্বনাথ ন্যায়িক আদালতে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত কৰিলে গহপুৰৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদ্ম গগৈক।
Assamese বিজেপিৰে সংঘাত UPPLৰ! '২৬ত প্ৰমোদৰ UPPL-এ বিজেপিৰ বিৰুদ্ধে খেলিব নিৰ্বাচন... একালৰ মিত্ৰদলৰে সংঘাত। উমি উমি জ্বলিছে ক্ষোভৰ জুই। বিজেপিক প্ৰত্যাহ্বান জনাব এইবাৰ UPPL-এ! ’২৬ৰ বিধানসভা নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতাত নামিব UPPL, BTCৰ লগতে অসমৰ বিভিন্ন স্থানত প্ৰাৰ্থিত্ব দিব UPPL-এ।
Assamese গাড়ী চালকৰ বাবে নতুন নিয়ম, কোন জিলাত চালকক পাঠ কৰালে শপত বাক্য...? যান-বাহন চালকৰ বাবে আহিল নতুন নিৰ্দেশনা। এই নীতি-নিয়ম মানি নচলিলে চালক পৰিব বিপদত। হোজাই জিলা গাড়ী চালক সন্থাই কেইবাটাও নীতি-নিয়ম বান্ধি দিলে হোজাই জিলাৰ বাহন চালকক।
Assamese মোদীক প্ৰশংসা, ভাৰতৰ প্ৰতি নৰম মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ! অৱশেষত ভাৰতৰ প্ৰতি নৰম হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। অতি শীঘ্ৰেই ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০ শতাংশ বাণিজ্য শুল্ক হ্ৰাসৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ।
Assamese কঠোৰ BCCI ! কি সিদ্ধান্ত ল'ব ৰোহিত-বিৰাটে ? ঘৰুৱা ক্ৰিকেট খেলিব লাগিব ৰোহিত শৰ্মা, বিৰাট কোহলীয়ে। BCCIৰ স্পষ্ট বাৰ্তা- টীম ইণ্ডিয়াত স্থান লাভ কৰিবলৈ হ'লে দুই তাৰকাই ঘৰুৱা ক্ৰিকেট খেলাটো বাধ্যতামূলক।
Assamese জুবিন দাই প্ৰায়ে সুধিছিল- টকা পইছাৰ অসুবিধা হৈছে নেকি? জুবিন গাৰ্গৰ বাসগৃহৰ সুৰক্ষা কৰ্মী আছিল কলিয়াবৰ গৰৈমাৰীৰ এজন ব্যক্তি । কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ দুখ সহিব নোৱাৰি অৱশেষত চাকৰি এৰি কলিয়াবৰৰ নিজ গৃহলৈ উভতি গ'ল পবিত্ৰ বৰা।
Assamese একেখন মঞ্চত তিনি গগৈ ! কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ ? বিজেপিক পৰাভূত কৰিবলৈ ’২৬ত একেলগে নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত বিৰোধী দলসমূহৰ। ‘মিত্ৰতা কৰেই যদি ফোনত কৰিলেই হ’ল, মিটিং কিয় পাতিব লাগে’- প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।
Assamese ৰাজ্যবাসীক কিয় সাৱধান হোৱাৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে? ‘দিল্লীৰ ঘটনাটো শিক্ষিত লোকে কৰা জেহাদ’। তেওঁলোক উচ্চ শিক্ষিত হ’লেও বোমাই প্ৰস্তুত কৰিব’। ‘অসমৰ জনতাও বহুকেইদিনলৈ সাৱধান হৈ থাকিব লাগিব’-মুখ্যমন্ত্ৰী।
Assamese বিজেপিক ৰুধিবলৈ ব্যাপক প্ৰস্তুতি কংগ্ৰেছৰ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ৰাজীৱ ভৱনত গৌৰৱ গগৈৰ উপস্থিতিত অনুষ্ঠিত হৈছে ইখনৰ পিছত সিখনকৈ বৈঠক। বিজেপিক ৰুধিবলৈ একপ্ৰকাৰ প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে।