Advertisment

শীৰ্ষ খবৰ

Thumb
Assamese

ভাগৰ নলগাকৈ বেদখলকাৰীৰ বিৰুদ্ধে চলিব বুল'ডজাৰ- মুখ্যমন্ত্ৰী

ৰাজ্যত অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিব উচ্ছেদ অভিযান। ভাগৰ নলগালৈকে চৰকাৰে উচ্ছেদ চলাই যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ
1 Min read
Thumb
Assamese

উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান

উচ্ছেদৰ ভয়তহে জুবিন গাৰ্গৰ সমৰ্থক হৈছে মিঞা মুছলমান। ২ বছৰ পাছত এই মিঞা মুছলমানসকলে পাহৰি যাব জুবিন গাৰ্গক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ।
2 Min read
Thumb
Assamese

কঠোৰ মুখ্যমন্ত্ৰী ! কাকো ৰেহাই নিদিয়াৰ হুংকাৰ

সোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। দিল্লীৰ বিস্ফোৰণৰ পাছতেই কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।
1 Min read
Thumb
Assamese

দিল্লীৰ ভয়ংকৰ বিস্ফোৰণৰ ন ন তথ্য পোহৰলৈ

এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছিল দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক বিস্ফোৰণে জোকাৰি গৈছে সমগ্ৰ দেশ। বিস্ফোৰণত ৮ জনকৈ লোক মৃত্যুমুখত পৰিছে।
1 Min read
AGP CONG
Assamese

জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! কংগ্ৰেছত যোগদান মধ্য অসমৰ জ্যেষ্ঠ অগপ নেতাৰ

জাতীয়তাবাদৰ প্ৰতি মোহভংগ ! অসম গণ পৰিষদ দলৰ প্ৰাক্তন জিলা সম্পাদক জ্যেষ্ঠ নেতা বীৰেশ্বৰ মেধিয়ে সোমবাৰে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাবে যোগদান কৰে।
2 Min read
Thumb
Assamese

আধাৰ কাৰ্ডেৰে আপুনি উলিয়াব পাৰিব ধন !

এতিয়াৰে পৰা লগত পাৰ্চ নিব পাহৰিলেও আপোনাৰ আলৈ- আথানি নহ'ব। লগত নগদ ধন, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড নাথাকিলেও এতিয়াৰে পৰা আপুনি আধাৰ নম্বৰৰ সহায়ত টকা উলিয়াব পাৰিব।
2 Min read
Thumb
Assamese

শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা আজি কোটিপতি

ভাগ্যই কেতিয়া কাৰ লগত খেল খেলিব সেয়া কোৱাটো বৰ টান! শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা নামৰ এজন ব্যক্তি আজি কোটিপতি। সঁচাকৈয়ে ভাগ্যই ৰজাক দৰিদ্ৰ আৰু দৰিদ্ৰক ৰজালৈ ৰূপান্তৰিত কৰিব পাৰে।
1 Min read
Thumb
Assamese

এইবাৰ চোৰৰ টাৰ্গেট আৰক্ষী চকী

সাধাৰণ ৰাইজ নহয়, চোৰৰ টাৰ্গেটত এইবাৰ আৰক্ষী চকী। ৰাজ্যত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা। কাছাৰৰ কাটিগড়া আৰক্ষী চকীত এইবাৰ চোৰে চলালে তাণ্ডৱ। 
1 Min read
Thumb
Assamese

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ জীৱিত সন্তানক মৃত সজালে পিতৃ-মাতৃয়ে!

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নাভূত-নাশ্ৰূত কাণ্ড। জীৱিত সন্তানক মৃত সজাই ভোটযুদ্ধত জয়ী হোৱাৰ অভিযোগ। পঞ্চায়তৰ সদস্য আঞ্জু আখতাৰৰ বিৰুদ্ধে এই অভিযোগ। 
1 Min read
Thumb
Assamese

হেলমেট নিপিন্ধাৰ বাবেই ২০ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত সংঘটিত হৈছে এক অদ্ভুদ ঘটনা। বাহনৰ নথি-পত্ৰ নথকা বাবে আৰু হেলমেট পৰিধান নকৰাৰ বাবে আৰক্ষীয়ে অনমোল সিং নামৰ এজন ব্যক্তিক বিহিলে ২০ লাখ টকাৰ জৰিমনা। কিন্তু কিহৰ বাবে ২০ লাখ ৭৪ হাজাৰ টকাৰ জৰিমনা বিহিলে আৰক্ষীয়ে? 
1 Min read
Advertisment