Assamese নাগাৰা নামৰ বাবে জে'ল খটা ৰামচৰণ ভৰালীৰ এটা প্ৰতিজ্ঞা। ভৰালীয়ে কিয় কোনোদিনে কটা নাছিল দাঢ়ি? পঞ্চভূতত বিলীন ৰামচৰণ ভৰালী। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন নাগাৰা নামৰ মহীৰূহগৰাকীৰ। মৃত্যুৰ পিছত নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীৰ এটা কাহিনী পোহৰলৈ আহিছে। এটা প্ৰতিজ্ঞাৰ বাবেই ৰামচৰণ ভৰালীয়ে কটা নাছিল দাঢ়ি।
Assamese শোকাৱহ, ডিমা হাচাওৰ হাৰাংগাজাওত জলপ্ৰপাতত উদ্ধাৰ ৩ শিক্ষাৰ্থীৰ মৃতদেহ ডিমা হাচাওৰ হাৰাংগাজাওত অঘটন। জলপ্ৰপাতত পৰি শিলচৰ NITৰ ৩ শিক্ষাৰ্থীৰ মৃত্যু। বৌলচল জলপ্ৰপাতত মৃত্যু এজন ছাত্ৰসহ ২ ছাত্ৰীৰ। মৃত ৩ শিক্ষাৰ্থীৰ দুগৰাকী উত্তৰপ্ৰদেশৰ আৰু এগৰাকী বিহাৰৰ।
Assamese CID কাৰ্যালয়ত জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আজি CID কাৰ্যালয়ত হাজিৰ হ’ল জুবিনৰ প্ৰাক্তন মেনেজাৰ তাৰচেম মিট্টাল। মিট্টালৰ পৰা জুবিন সন্দৰ্ভত বিভিন্ন তথ্য ল’লে SITয়ে।
Assamese অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ 'ৰৈ ৰৈ বিনালে'ৰ অসমীয়া ছবিৰ ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিলে জুবিন গাৰ্গৰ সপোনৰ চিনেমা 'ৰৈ ৰৈ বিনালে'। জুবিন গাৰ্গৰ অন্তিম ছবিয়ে গঢ়িলে বক্স অফিচ কালেকশ্যনৰ অভিলেখ।
Assamese দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান অসমত এতিয়া বুলড'জাৰ নীতি! প্ৰশাসনে দয়া নাই ক্ষমা নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। পুনৰ গোৱালপাৰা আৰু হোজাই জিলাত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। ঘৰ খালী কৰিবলৈ প্ৰশাসনে জাৰি কৰিলে জাননী।
Assamese ডিগ্ৰী নথকা সকলেও পাব লাখ টকাৰ দৰমহা পোৱা চাকৰি! ক'ত কেনেকৈ কৰিব আবেদন? ডিগ্ৰী নাথাকিলেও পাব লাখ টকাৰ দৰমহা থকা চাকৰি! নিবনুৱা যুৱক-যুৱতীৰ বাবে আছে এক ভাল খবৰ। কলেজীয়া ডিগ্ৰী নাথাকিলেও লাখ লাখ দৰমহা পোৱাৰ চাকৰি বিচাৰি পাব UAEত। ডুবাইত ডিগ্ৰীৰ অবিহনেও গঢ়ি তুলিব পাৰিব এক বিলাসী জীৱন।
Assamese উমা ছেত্ৰীক অৱহেলা কিয়? বিশ্বকাপ জয় কৰি নিশা স্ব-ভূমিত উপস্থিত উমা ছেত্ৰী। উমা চেত্ৰীক আদৰিবলৈ উপস্থিত নহ'ল চৰকাৰৰ কোনো প্ৰতিনিধি। উমা চেত্ৰীক আদৰিবলৈ উপস্থিত নহ'ল চৰকাৰৰ কোনো প্ৰতিনিধি।
Assamese সুখবৰ, নলবাৰীৰ পৰা গুৱাহাটীলৈ মুকলি হ'ল গ্ৰীণ বাছ সেৱা নলবাৰীৰ পৰা গুৱাহাটীলৈ মুকলি গ্ৰীণ বাছ সেৱা। অসম ৰাজ্যিক পৰিবহন নিগম কাৰ্যালয় চৌহদত দুখনকৈ গ্ৰীণ বাছ সেৱা মুকলি কৰে বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে।
Assamese বিজেপিয়ে ৰাজ্যৰ পিছপৰা মানুহক ঘৃণাৰ চকুৰে চাইঃ ৰাজেন গোহাঁইৰ বিস্ফোৰণ 'বিজেপিয়ে ৰাজ্যত চৰকাৰ বনাইছিল, কিন্তু আজি অধঃপতনৰ দিশে গৈ আছে'। 'ৰাজ্যৰ পিছপৰা মানুহক বিজেপিয়ে ঘৃণাৰ চকুৰে চাই'। 'কেতিয়া বিজেপিয়ে অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে?'- মন্তব্য ৰাজেন গোহাঁইৰ।
Assamese 'জুবিন গাৰ্গৰ ঘটনাত নাম সাঙোৰ খাইছে মোৰ ভাতৃৰ': পদত্যাগ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্তৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শ্যামকানু মহন্তৰ জ্যেষ্ঠ ভাতৃ মহন্তই এৰিলে ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে পদত্যাগ কৰিলে মহন্তই