Advertisment

শীৰ্ষ খবৰ

THUMB
Assamese

প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচ

এক ঐতিহাসিক মূহূৰ্তৰ সাক্ষী হবলৈ গৈ আছে গুৱাহাটী। প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিব টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ।  
2 Min read
THUMB
Assamese

পদুম এৰি জাহাজত উঠিল ৰাজেন গোহাঁই

পদুম এৰাৰ পাছত আজি জাহাজত উঠিল ৰাজেন গোহাঁই। আনুষ্ঠানিকভাৱে আজি অসম জাতীয় পৰিষদত যোগদান কৰিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতিজনে। ৰাজেন গোহাঁইৰ যোগদানে অসম জাতীয় পৰিষদক শক্তিশালী কৰিব বুলি মন্তব্য অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। 
2 Min read
THUMB
Assamese

অবৈধ বেদখলকাৰীক পুনৰ সকীয়ণি মুখ্যমন্ত্ৰীৰ

অবৈধ বেদখলকাৰীক পুনৰ সকীয়ণি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বেদখলকাৰীৰ পৰা আজুৰি অনা হ'ব প্ৰতি ইঞ্চি মাটি। মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- বেদখলকাৰীৰ পৰা মাটি আজুৰি আনিব নোৱাৰিলে মোৰ মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই।
1 Min read
THUMB
Assamese

সুধাকণ্ঠবিহীন ১৪টা বছৰ পাৰ কৰিলে অসমে

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা বিহীন ১৪টা বছৰ পাৰ কৰিলে অসমে। আজিৰ পৰা ১৪ বছৰ পূৰ্বে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হস্পাতালৰ পৰা অসমলৈ আহিছিল এটি দুঃসম্বাদ। সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু নাই বুলি অহা এই দুঃসম্বাদটোৱে আঘাত দিছিল প্ৰতিজন অসমীয়াক।
2 Min read
NDA
Assamese

লক্ষ্য ২০২৬ৰ নিৰ্বাচন! NDAত থাকিব নে অগপ UPPL?

লক্ষ্য ২০২৬ৰ নিৰ্বাচন! ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে ব্যাপক সাংগঠনিক পৰিৱৰ্তন। NDAত থাকিব নে অগপ UPPL? ১৫ নৱেম্বৰৰ ভিতৰত ব্যাপক সাংগঠনিক পৰিৱৰ্তনৰ লক্ষ্য বিজেপিৰ।
1 Min read
Zubeen
Assamese

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ তথ্য বিচাৰি এইবাৰ মুম্বাইলৈ SIT

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ‌ তথ্য বিচাৰি এইবাৰ মুম্বাইলৈ SIT। অধিক ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে SITয়ে।‌ আজি CID কাৰ্যালয়ত আহি উপস্থিত সিদ্ধাৰ্থ শৰ্মা‌ৰ ভাতৃ দীপক শৰ্মা।‌
2 Min read
Bihar
Assamese

নীতিশ নে তেজস্বী? মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিছে বিহাৰে?

মাজত মাত্ৰ এটা দিন। ৬ নৱেম্বৰত বিহাৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। বিহাৰক লৈ অংক ৰাজনৈতিক সমীক্ষকৰ। নীতিশ নে তেজস্বী ? মুখ্যমন্ত্ৰী হিচাপে এইবাৰ কাক বিচাৰিছে বিহাৰে?
1 Min read
AGP
Assamese

মিত্ৰতা নাথাকিবও পাৰে! অকলেই নিৰ্বাচন খেলাৰ পণ অগপৰ

২০২৬ৰ নিৰ্বাচনত অগপ আৰু বিজেপিৰ মিত্ৰতা নাথাকিবও পাৰে। মিত্ৰতাৰ মৰ্যাদা নাপালে অকলেই নিৰ্বাচন খেলাৰ পণ লৈছে অসম গণ পৰিষদে। ৬০টা সমষ্টিত নিৰ্বাচন খেলাৰ যো-জা অগপৰ।
1 Min read
Suhan Rahman
Assamese

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ চুহান ৰহমান। মৰিগাঁৱৰ মৰিমুছলমানগাঁৱৰ জিয়াউৰ ৰহমান আৰু চেহনাজ খানমৰ সুযোগ্য সন্তান চুহান ৰহমানে পাঞ্জাত দুটাকৈ সোণৰ পদক লাভ কৰি উজলি উঠে।
2 Min read
Thumb
Assamese

ছিংগাপুৰত হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক ?

ছিংগাপুৰত হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক ? ৮ ডিচেম্বৰৰ ভিতৰত জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দিব SITএ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলে- ‘এতিয়া মই জুবিনৰ ৰহস্যজনক মৃত্যু বুলি নকওঁ, ডাইৰেক্ট হত্যা বুলিয়ে কম’।
2 Min read
Advertisment