Assamese বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত? BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। ৬টা দপ্তৰ নিজৰ হাতত ৰাখি হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে আন সমূহ দপ্তৰ। হাগ্ৰামাই নিজৰ হাতত ৰাখিলে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।
Assamese SITয়ে মাতিছে বিশিষ্ট ব্যক্তিক। কিন্তু চলন্ত তদন্ত প্ৰক্ৰিয়াত বাধা দিলে বিশিষ্ট ব্য়ক্তি হ'ব নেকি দোষী? কি কয় আইনে? বিশিষ্ট ব্যক্তিক SITয়ে মাতি আলোচনা কৰিলে তদন্তত বাধা হ'ব নেকি? আইন মতে এটা চলন্ত গোচৰ বা তদন্ত প্ৰক্ৰিয়াত কোনোৱে যদি বাধা দিয়ে তেন্তে কোন কিমান দোষী হ'ব? DY365ৰ পৰিচালন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কুমুদ দাসৰ দৃষ্টিত SITৰ আমন্ত্ৰণক লৈ কিছু আলোকপাত।
শীৰ্ষ খবৰ বিহাৰ নিৰ্বাচনঃ NDAৰ আসন ভাগ-বতৰা চূড়ান্ত! NDAৰ আসন ভাগ-বতৰা চূড়ান্ত! আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা বা এন ডি এ (NDA)-ৰ আসন ভাগ-বতৰা চূড়ান্ত হ'ল।
Assamese জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে একাংশইঃ SDGP মুন্নাপ্ৰসাদ গুপ্তা জুবিনৰ মৰণোত্তৰ, ভিছেৰা ৰিপ'ৰ্ট একাংশই কাইলৈ ৪ বজাত ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য SDGP গুপ্তাৰ। জুবিনৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে চলিছে বুলিও মন্তব্য মুন্নাপ্ৰসাদ গুপ্তাৰ।
Assamese ভাৰত-আফগানিস্তান বৈঠকক লৈ কূটনৈতিক বিতৰ্ক! ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ আৰু আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকিৰ মাজত শেহতীয়াকৈ হোৱা গুৰুত্বপূৰ্ণ বৈঠকে কূটনৈতিক মহলত সৰৱ আলোচনাৰ সৃষ্টি কৰিছে।
Assamese পাকিস্তানত হিংসাত্মক প্ৰতিবাদঃ TLPৰ ‘গাজা মাৰ্চ’ৰ বাবে ইছলামাবাদত হাই-এলাৰ্ট গাজা ভূখণ্ডত হোৱা গণহত্যাৰ বিৰুদ্ধে আৰু মাৰ্কিন মধ্যস্থতাত হোৱা যুদ্ধবিৰতিৰ বিৰোধিতাৰে ইছলামিক সংগঠন তেহৰীক-ই-লাব্বাইক ‘গাজা মাৰ্চ’ৰ বাবে ইছলামাবাদত ব্যাপক উত্তেজনা।
Assamese হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃত কাৰন কেতিয়া পোহৰলৈ আনিব SITএ ? এতিয়া প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কেতিয়া পোহৰলৈ আহিব? জুবিন গাৰ্গৰ মৃত্যু যদি সঁচাই ষড়যন্ত্ৰ আছিল তেতিয়াহ'লে দোষীয়ে কি শাস্তি পাব?
Assamese জুবিনৰ মৃত্যুৰ তদন্ত: মুখ্যমন্ত্ৰী বনাম বিৰোধীৰ সংঘাতত ৰাজনীতিৰ উষ্ণতা তুংগত জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুৰ তদন্তই এতিয়া ৰাজ্যৰ ৰাজনীতিত এক ডাঙৰ ভূমিকম্পৰ সৃষ্টি কৰিছে আৰু তদন্তক লৈ ৰাজ্যৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
Assamese কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব দৰমহাযুক্ত ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী মহিলাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী। ঋতুস্ৰাৱ ছুটী নীতি ২০২৫ত অনুমোদন জনাইছে ৰাজ্যৰ কেবিনেটে। কোন ৰাজ্যৰ চৰকাৰে ল'লে এই সিদ্ধান্ত?
Assamese স্বামীৰ জীৱন শেষ কৰা মুস্কানে প্ৰেমিকৰ বাবে ৰাখিব বিছাৰিছে কৰৱা চৌথৰ ব্ৰত স্বামী হত্যাকাৰী মুস্কানে নৱৰাত্ৰী ব্ৰতৰ পিছত এইবাৰ ৰাখিব বিছাৰিছে কৰৱা চৌথৰ ব্ৰত। প্ৰেমিক চাহিলৰ বাবে ৰাখিব বিছাৰিছে এইবাৰৰ কৰৱা চৌথৰ ব্ৰত।