Advertisment

শীৰ্ষ খবৰ

rajen gohain
Assamese

কোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ

ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা অভিযোগ ৰাজেন গোহাঁইৰ। ‘অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি’। বিজেপি ত্যাগ কৰিয়েই এই মন্তব্য বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীৰ।
1 Min read
cylinder blast
Assamese

চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত প্ৰচণ্ড খুন্দা টেংকাৰৰ, তাৰপিছত কি হ'ল?

ৰাজস্থানৰ জয়পুৰ আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা টেংকাৰৰ। প্ৰায় দুঘণ্টা ধৰি একেলগে ২০০টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ।
zubeen
Assamese

সিদ্ধাৰ্থহঁতে পইচাৰ হিচাপ নিদিয়াৰ বাবেই মোবাইল ভাঙি দিছিল জুবিন গাৰ্গে! 'জুবিনে এদিন খুউব দুখেৰে কৈছিল, খগেন দা মোৰ লগত পইচা নাই অ'

জুবিন গাৰ্গে টকা পইচাৰ খেলিমেলিৰ কথা গম পাইছিল। দাদাই এদিন আমাক কৈছিল 'মই মোবাইল ভাঙি পেলালো নহয়'। 'মোৰ একাউণ্টত ৫ কোটি টকা এটা নাই। তিনিবছৰ ধৰি মোক একো হিচাপ দিয়া নাই'।
2 Min read
Thumb
Assamese

উচ্চতম ন্যায়ালয়ত চাঞ্চল্যকৰ ঘটনা। মুখ্য ন্যায়াধীশক অপদষ্টৰ চেষ্টা অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা গোচৰক লৈ শুনানি চলি থকাৰ মাজতে মুখ্য ন্যায়াধীশক অপদস্থ কৰাৰ চেষ্টা চলাই এজন অধিবক্তাই।
1 Min read
Laxmi Puja
Assamese

আজি ধন, ঐশ্বৰ্য, বিভূতিৰ দেৱী মা লক্ষ্মীৰ পূজা

আজিৰ এই পৱিত্ৰ দিনটোতেই ধৰালৈ আগমন ঘটে মা লক্ষ্মীৰ। দেৱী মা লক্ষ্মীৰ আগমনত ধৰাৰ বুকু শস্য-শ্যামলা হৈ পৰে। পবিত্ৰ মনেৰে মা লক্ষ্মীৰ পূজা কৰিলে বৃদ্ধি পায় সুখ-সমৃদ্ধি।
2 Min read
Six critically ill patients died in a fire in the ICU of a Jaipur hospital
Assamese

জয়পুৰৰ চিকিৎসালয়ৰ আই চি ইউত ভয়াৱহ অগ্নিকাণ্ড: ৬ জন গুৰুতৰ ৰোগীৰ কৰুণ মৃত্যু

ৰাজস্থানৰ জয়পুৰৰ চৰকাৰী সৱাই মান সিং হাস্পতালত দেওবাৰে নিশা অগ্নিকাণ্ডৰ ফলত ৬ জন ৰোগীৰ মৃত্যু হয় । এই ঘটনা হাস্পতালখনৰ ট্ৰমা চেণ্টাৰৰ নিউৰো আই চি ইউ বিভাগত সংঘটিত হৈছে।
2 Min read
Darjeeling heavy Rain
Assamese

দাৰ্জিলিঙত ধাৰাসাৰ বৰষুণ-ভূমিস্খলন, নিহত ১৭

দাৰ্জিলিঙত বৰ্তমানপযৰ্ন্ত অতি কমেও ১৭গৰাকী লোকৰ কৰুণ মৃত্যু হয়। কেইবাজনো লোক নিৰুদ্দেশ হোৱাৰ খবৰ। বৰষুণ, ভূমিস্খলনত সা–সম্পত্তি, আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হয়।
2 Min read
WhatsApp Image 2025-10-05 at 1.57.08 PM
Assamese

অসমবাসীলৈ জুবিন গাৰ্গৰ অন্তিম উপহাৰ: মুক্তিৰ বাবে সাজু 'ৰৈ ৰৈ বিনালে'

জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি 'ৰৈ ৰৈ বিনালৈ'ৰ মুক্তিৰ তাৰিখ নিশ্চিত কৰা হৈছে। জুবিন গাৰ্গৰ দ্বাৰা নিৰ্মিত তেওঁৰ জীৱনৰ শেষৰখন ছবি 'ৰৈ ৰৈ বিনালৈ'ৰ মুক্তিৰ বাবে সাজু হৈছে।
3 Min read
Garima Garag
Assamese

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে গৰিমাই

GMCHত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লৈ SITৰ দল উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহত।
2 Min read
zubeen
Assamese

ভয়ংকৰ ষড়যন্ত্ৰ! বিহ দি জুবিনক হত্যাঃ শেখৰৰ বিস্ফোৰণ

কাৰ কি অপকাৰ কৰিছিল জুবিন গাৰ্গে? CIDৰ জিম্মাত থকা শেখৰৰ বিস্ফোৰণ - ‘সিদ্ধাৰ্থ, শ্যামকানু মহন্তই বিদেশী সুৰাৰ লগত দিছিল বিহ’। ৰিমাণ্ড নোটত শেখৰৰ ইটোৰ পিছত সিটো বিস্ফোৰণ।
3 Min read
Advertisment