Advertisment

শীৰ্ষ খবৰ

THUMB
Assamese

২০২৩ত দেশত অপৰাধৰ সংখ্যা ৭.২%লৈ বৃদ্ধি! NCRBৰ উদ্বেগজনক তথ্য

দেশত বৃদ্ধি পাইছে গুৰুতৰ অপৰাধজনিত ঘটনাৰ সংখ্যা। ৰাষ্ট্ৰীয় অপৰাধ পঞ্জীয়ন ব্যুৰ’ৰ শেহতীয়া প্ৰতিবেদনত উদ্বেগজনক তথ্য। ২০২৩ বৰ্ষত পঞ্জীয়ন ৬২ লাখৰো অধিক গুৰুতৰ অপৰাধৰ গোচৰ।
2 Min read
ICC Women World Cup Sana Mir in controversy
Assamese

ICC মহিলা বিশ্বকাপত আজাদ কাশ্মীৰৰ প্ৰসংগ:বিতৰ্কত সানা মিৰ

মহিলা বিশ্বকাপ ২০২৫ত পাকিস্তানৰ কমেণ্টেটৰ সানা মিৰে কৰা এক মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। বিশ্বকাপৰ খেলৰ মাজতে কৰা স্বাধীন কাশ্মীৰৰ প্ৰসংগই সৃষ্টি কৰিছে বিৰ্তকৰ।
2 Min read
'Festival Mohanty' early petition in Supreme Court: Shocking facts come to light after arrest!
Assamese

উচ্চতম ন্যায়ালয়ত 'ফেষ্টিভেল মহন্ত'খ্যাত শ্যামকানুৰ আগতীয়া আবেদন: গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ চাঞ্চল্যকৰ তথ্য!

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে গ্ৰেপ্তাৰ হোৱা ' শ্যামকানু মহন্তৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
2 Min read
Fire in Guwahati Fancy Bazaar:One killed, heavy damage!
Assamese

গুৱাহাটী ফেন্সী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড:এজন নিহত, বিস্তৰ ক্ষতি!

ফেন্সী বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা পুৱতি নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত চাইবাৰ মাৰ্ট নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত হয়
2 Min read
The charges against Shyamkananda Mohanty and Siddharth Sharma are murder
Assamese

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানন্দ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

বিশেষ অনুসন্ধানকাৰী দল চমুকৈ SIT-এ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ চলি থকা বিস্তৃত জেৰাৰ পাছত কিছু নতুন প্ৰমাণ লাভ কৰাৰ কথা প্ৰকাশ পাইছে।
2 Min read
Mayabini,Zubeen and Mayabini song royalties
Assamese

মায়াবিনী,জুবিন আৰু মায়াবিনী গীতৰ ৰয়েল্টী

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ শোকৰ মাজতে তেওঁৰ কালজয়ী গীত "মায়াবিনী ৰাতিৰ বুকুত" স্বত্বাধীকাৰ আৰু ৰয়েল্টীক লৈ সৃষ্টি হোৱা বিতৰ্কই এক গুৰুতৰ ৰূপ লৈছে।
2 Min read
ফিলিপাইনছত ভূমিকম্পৰ সংহাৰী ৰূপ
Assamese

ফিলিপাইনছত ভূমিকম্পৰ সংহাৰী ৰূপ

মঙলবাৰে নিশা ফিলিপাইনছৰ চেবুৰ উপকূলৰ ওচৰত অহা এক ৬.৯ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰিছে। ভূমিকম্পত এতিয়ালৈকে কমেও ৬৯ জন লোকৰ মৃত্যু হৈছে।
2 Min read
জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গৰীমা শইকীয়া গাৰ্গে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে
Assamese

‘জুবিনৰ কেনেকৈ মৃত্যু হ’ল সকলো কথা মই জানিব লাগিব’ জুবিনৰ মৃত্যুক লৈ গৰিমা গাৰ্গৰ বহু প্ৰশ্ন.....

আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ মাজতে জুবিনৰ মৃত্যুৰ সন্দৰ্ভত গৰীমা শইকীয়া গাৰ্গে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে। জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে গৰীমা গাৰ্গে এজেহাৰ দাখিল কৰিছে।
2 Min read
Bomb Threat at TVK Chief Vijay’s Chennai Home
অসম

টিভিকেৰ মুৰব্বী চি যোচেফ বিজয়ৰ ঘৰত বোমাৰ ভাবুকি, আৰক্ষীৰ বৃহৎ অভিযান

চেন্নাই আৰক্ষীয়ে দেওবাৰে এক বেনামী ফোন কল লাভ কৰিছিল, য'ত দাবী কৰা হৈছিল যে টিভিকেৰ মুৰব্বী তথা অভিনেতা চি যোচেফ বিজয়ৰ নীলংকৰাইৰ বাসগৃহত এটা বোমা স্থাপন কৰা হৈছে।
2 Min read
Ladakh movement: Fierce protests in Ladakh demanding state status and Sixth Schedule
Assamese

ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ দাবীত লাডাখত তীব্ৰ প্ৰতিবাদ

লাডাখত ৰাজ্যৰ মৰ্যাদা আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্তিৰ দাবীত চলা প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছে, যাৰ ফলত কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হৈছে।
2 Min read
Advertisment