Advertisment

শীৰ্ষ খবৰ

zubeen
Assamese

জ্যোতি, ৰাভা, ভূপেনৰ পিছত জুবিন সংগীত... দিয়া হ'ব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁ‌টা'

জুবিন গাৰ্গৰ পৱিত্ৰ সোঁৱৰণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰিব 'জুবিন গাৰ্গ সোঁৱৰণি শ্ৰেষ্ঠ গায়ক বঁ‌টা'। অনুষ্ঠিত কৰিব 'জুবিন সংগীত' প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ল'লে এই সিদ্ধান্ত। যোৰহাট | গুৱাহাটী | অসম | শীৰ্ষ খবৰ
1 Min read
zubeen
Assamese

জুবিন অমৰ, এটা গান আজি প্ৰাৰ্থনা। সেই গান 'মায়াবিনী ৰাতিৰ বুকুত...'

এটা গান হৈ পৰিল প্ৰাৰ্থনা। এটা গান সঁচাকৈ হৈ পৰিল ভগৱানক আৰাধনা কৰা এটা পবিত্ৰ প্ৰাৰ্থনা। 'মায়াবিনী ৰাতিৰ বুকুত...' এতিয়া অসমৰ প্ৰতিটো প্ৰান্তে-প্ৰান্তে। তেজপুৰ | ডিব্ৰুগড় | শীৰ্ষ খবৰ | যোৰহাট | গুৱাহাটী
2 Min read
zubeen
Assamese

সিদ্ধাৰ্থই জুবিন দাক কোনো বাধা দিয়া নাছিলঃ শেখৰ

সেই দিনা কি হৈছিল জুবিন গাৰ্গৰ সৈতে? ছিংগাপুৰৰ সমুদ্ৰ তীৰত সংঘটিত সমগ্ৰ ঘটনাৰ বৰ্ণনা দিলে সংগী শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰাৰ অন্যতম সংগী শেখৰ গোস্বামীৰ বিস্ফোৰক তথ্য। শীৰ্ষ খবৰ | ডিব্ৰুগড় | শিলচৰ | যোৰহাট | গুৱাহাটী | অসম
1 Min read
zubeen mayabini by garima
Assamese

মায়াবিনী গাই কান্দি কান্দি বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে

'মায়াবিনী' গাই কান্দি কান্দি বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে। গুণমুগ্ধক কন্দুৱাই পঞ্চভূতত বিলীন হ’ল অসমৰ 'জনকণ্ঠ' জুবিন গাৰ্গ।
1 Min read
WhatsApp Image 2025-09-23 at 4.02.26 PM
Assamese

মহিলা সহশিল্পীক পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থইঃ ছুইটি দাস

‘সিদ্ধাৰ্থ শৰ্মা অতিকৈ অভদ্ৰ, অসভ্য মানুহ’। ‘সিদ্ধাৰ্থ শৰ্মাই কেৱল জুবিন গাৰ্গকহে চিনি পায়’। ‘মহিলা সহশিল্পীক পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থই’। বিস্ফোৰণ জুবিন গাৰ্গৰ সহযোগী গায়িকা ছুইটি দাসৰ।
1 Min read
WhatsApp Image 2025-09-23 at 3.53.15 PM
Assamese

জুবিন অনুৰাগীক আক্ৰমণ। চিনি নাপায় জুবিন গাৰ্গক। এতিয়া ৰঙাঘৰৰ আলহী এই দুই যুৱক...

'জুবিনক আমি চিনি নাপাওঁ'। জুবিন গাৰ্গক লৈ আপত্তিজনক মন্তব্য কৰি ৰঙাঘৰৰ আলহী শিক্ষক পুত্ৰ। গহপুৰত গাৰ্গৰ অনুৰাগীক আক্ৰমণৰ ঘটনাক... গুৱাহাটী শীৰ্ষ খবৰ যোৰহাট অসম
1 Min read
RAVISH KUMAR ON ZUBEEN GARG
Assamese

'সমগ্ৰ বিশ্বৰ পৰা জুবিনে লাভ কৰা মৰম, বিশ্বাসৰ কোনো সীমা নাই'। মহান শিল্পী জুবিন গাৰ্গৰ চিৰপ্ৰস্থান।

'চিৰবিদায় জুবিন'। ঈশ্বৰে অসমক এই দুখ সহিবলৈ শক্তি দিয়ক। আমি আমাৰ জীৱনত এনেকুৱা যুগান্তকাৰী বিদায় দেখা নাই। জনতাই জুবিনৰ চিতাৰ প্ৰতিটো ফিৰিঙতিৰ সৈতে জুবিনৰ গান গাই আছে।'
2 Min read
THUMB
Assamese

অসমৰ আন্দোলনত কোনোৱে ইতিবাচক ফল পোৱা নাইঃ মুখ্যমন্ত্ৰী

'আন্দোলন কৰিলে মই বাধা দিব নোৱাৰো'। 'কিন্তু অসম চুক্তিৰ পৰা ধৰি যিমান আন্দোলন হৈছে তাৰ কোনো ইতিবাচক ফলাফল মই দেখা নাই'। -হিমন্ত বিশ্ব শৰ্মাৰ।
1 Min read
UTPAL SARMA
Assamese

ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিবঃ উৎপল শৰ্মা

'অসম বিদেশী মুক্ত হ'ব লাগিব'। 'ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিব'। 'অসমৰ মানুহ বুৰ্বক নহয়, অসমৰ মানুহে বুজি পায়'। উৎপল শৰ্মা।
2 Min read
thumb
Assamese

বানত আৱদ্ধ অসুস্থ বৃদ্ধাক বিধায়ক মৃণাল শইকীয়াই দাঙি আনি উঠালে নাৱত।

ভদীয়া বানত অসম। অসহায় বানাক্ৰান্তৰ মাজত জনপ্ৰতিনিধি। বানাক্ৰান্তক সহায়ৰ হাত বিধায়ক মৃণাল শইকীয়াৰ। বানত আৱদ্ধ অসুস্থ বৃদ্ধাক বিধায়ক শইকীয়াই দাঙি আনি উঠালে নাৱত।
1 Min read
Advertisment