Advertisment

শীৰ্ষ খবৰ

NUPUR BORA
Assamese

চাকৰিত যোগদান কৰাৰ মাত্ৰ ৬ বছৰ, কিদৰে টকা আৰু সম্পত্তিৰ পাহাৰ গঢ়িছে লেণ্ড জেহাদত জড়িত নূপুৰ বৰাই?

তথ্য অনুসৰি আয়তকৈ ৪১৬% বৰ্হিভূত সম্পত্তিৰ গৰাকী নূপুৰ বৰা। বহু নামী-দামী সাজপাৰ উদ্ধাৰ হৈছে নূপুৰ বৰাৰ বাসগৃহত। নূপুৰ বৰাৰ বিভিন্ন বেংকত প্ৰায় ৯টা একাউণন্ট জব্দ।
3 Min read
balipara flood
Assamese

বতৰৰ কালৰূপ, প্ৰবল বৃষ্টিপাতৰ ১০০ বছৰত নোহোৱা ঘটনা। বুৰ গ'ল কেইবাখনো গাওঁ

ৰাজ্যৰ ভিন্নপ্ৰান্তত অব্যাহত প্ৰচণ্ড ধুমুহা-বৰষুণ। শোণিতপুৰৰ চাৰিদুৱাৰ এতিয়া ভদীয়া বানৰ কবলত। পাহাৰীয়া নদীৰ বাঢ়নী পানীত বুৰ গৈছে চপালগা,বগীজুলি,দোৱাঙনি, দক্ষিনখিলা গাওঁ।
Modi
Assamese

অসমত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো দিন। দৰং মেজিকেল কলেজৰ আধাৰশিলা স্থাপন নৰেন্দ্ৰ মোদীৰ।

গুৱাহাটীৰ পৰা সেনা বাহিনীৰ বিশেষ হেলিকপ্টাৰেৰে মঙলদৈত উপস্থিত প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
1 Min read
gang rape accused home demolishes house
Assamese

এইবাৰ লাভ জেহাদ আৰু ধৰ্ষণকাণ্ডৰ অভিযুক্তৰ ঘৰত বুলড'জাৰ এক্সন প্ৰশাসনৰ

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ কেইবাগৰাকী কলেজীয়া ছাত্ৰীৰে সংঘটিত হৈছিল শিহৰণকাৰী ঘটনা।  ধৰ্ষণ, ব্লেকমেইলিঙ, লাভ জেহাদৰ দৰে কেইবাটাও ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ।
2 Min read
BTR ELECTION
Assamese

BTRৰ নিৰ্বাচনক লৈ ৰৌতাত ভয়ংকৰ ঘটনা, আহত ৩ UPPL কৰ্মী।

BTC নিৰ্বাচনক লৈ BTRত কেইবাটাও নিৰ্বাচন কেন্দ্ৰিক সংঘাত। বিজেপিৰ পিছত এইবাৰ UPPLৰ কৰ্মীক টাৰ্গেট কৰি ল'লে দুৰ্বৃত্তই। নিৰ্বাচন কেন্দ্ৰিক সংঘাতত আহত ৩ UPPL কৰ্মী।
1 Min read
'BTR ELECTION CM
Assamese

'BTRত বিজেপি চৰকাৰ আহিলে গাঁতত সোমাব লাগিব VCDC সকল'

BTCৰ নিৰ্বাচনী সভাত VCDCক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। VCDCৰ বাবে BTCত একো আঁচনিৰ সুবিধা দিব পৰা নাই বুলি ক'লে মুখ্যমন্ত্ৰীয়ে।
1 Min read
PM Manipur
Assamese

মণিপুৰলৈ যাব প্ৰধানমন্ত্ৰী! ৰাজ্যত বন্ধ ঘোষণা নিষিদ্ধ সংগঠনৰ

ৰক্তক্ষয়ী সংঘাতৰ দুটা বছৰ ৪ মাহৰ পিছত মণিপুৰলৈ প্ৰধানমন্ত্ৰী! প্ৰধানমন্ত্ৰীৰ শনিবাৰৰ প্ৰস্তাৱিত ভ্ৰমণৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ বিশেষ আহ্বান ৬টাকৈ নিষিদ্ধ সংগঠনৰ সমন্বয়ক গোষ্ঠী কৰ্কমৰ।
1 Min read
gaurav gogoi
Assamese

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনত কি কি তথ্য?

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদনত কি কি তথ্য? পাকিস্তানৰ কোন কোন ঠাইলৈ গৈছিল গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ? ৪২৪ পৃষ্ঠাজোৰা প্ৰতিবেদনত কি আছে
1 Min read
Nepal Latest
Assamese

আজিও অশান্ত নেপাল, অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰিছে ছিকিমক

নেপালৰ ৰক্তক্ষয়ী সংঘাতৰ ভয়াৱহতা দেখি একাংশ নেপালী নাগৰিকে অনুপ্ৰৱেশৰ চেষ্টা চলাইছে ভাৰতত। অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰা ছিকিমে নেপাল সীমান্তৰ সকলো স্পৰ্শকাতৰ অঞ্চলত বৃদ্ধি কৰিছে তহল আৰু তালাচী।
1 Min read
কা'
Assamese

‘CAA আমি নামানো, অসমে কেতিয়াও বিদেশীৰ বোজা নলয়’, হুংকাৰ অসমীয়া যুৱ মঞ্চৰ

‘নৰেন্দ্ৰ মোদীয়ে বুকু ফুলাই কোৱা ১৬ মে’ কেতিয়া আহিব?’ ‘বিদেশী খেদাৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে বিজেপি’। অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ।
1 Min read
Advertisment