Advertisment

শীৰ্ষ খবৰ

1
Assamese

হাজাৰ হাজাৰ বিমানৰ উৰণ বাতিল! প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত আমেৰিকাৰ জনজীৱন

প্ৰচণ্ড তুষাৰপাত আৰু তাৰ মাজতে ধুমুহা। প্ৰকৃতিৰ এই তাণ্ডৱে এতিয়া বিধ্বস্ত কৰি তুলিছে আমেৰিকাৰ কেইবাখনো ৰাজ্য। একাঠুৰ পৰা একঁকাল পৰ্যন্ত বৰফৰ তৰপৰ মাজত আৱদ্ধ হৈ পৰিছে জনতা। ধুমুহাৰ ফলত বিচ্ছিন্ন বিদ্যুত্‍ সেৱা। ইয়াৰ মাজত পণবন্দী প্ৰায় ১৪ কোটি জনতা। 
1 Min read
1
Assamese

শোকাৱহ! ডাম্পাৰৰ খুন্দাত ৪জনৰ কৰুণ মৃত্যু

ভয়ংকৰ! এক শোকাৱহ দুৰ্ঘটনাই জোকাৰি গৈছে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লগতে অসম। অৰুণাচল প্ৰদেশৰ ৩২ মাইলত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে কেইবাজনো লোকক। ভয়ংকৰ দুৰ্ঘটনাত ৪ জনকৈ লোকৰ কৰুণ মৃত্যু। 
1 Min read
1
Assamese

কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ-মুখ্যমন্ত্ৰী

মিঞাময় হৈ পৰিছে কংগ্ৰেছ। ৰাজীৱ ভৱনতো এতিয়া মিঞাৰ উজান উঠিছে। ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ হলে মিঞাই দখল কৰিব দিছপুৰ। গতিকে কংগ্ৰেছক পৰাজিত কৰি দেশ আৰু জাতি সুৰক্ষিত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।
2 Min read
1
Assamese

বিজেপি-অগপৰ আসন বুজাবুজিক লৈ কোনো অসুবিধা নাই- মুখ্যমন্ত্ৰী

বিজেপি, AGP, BPF আৰু UPPL দলৰ মাজত মিত্ৰতা হ'বই। অগপৰ লগতো আসন বুজাবুজিক লৈ আমাৰ কোনো অসুবিধা নাই। আমাৰ মাজত আসনক লৈ ঘৰুৱাভাৱেই আলোচনা হ'ব। NDAৰ আসন বুজাপৰাক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
1
Assamese

জয়ৰ হেট্ৰিকেৰে বৰ্ষাপাৰাত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ

গুৱাহাটীত আজি ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন টি-২০। বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া খেলখনত শৃংখলা জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন টীম ইণ্ডিয়া। আনহাতে পৰাজয়ৰ হেট্ৰিকৰ পৰা বাচিবলৈ কিৱি বাহিনীৰ সম্মুখত আজি মৰণপন যুঁজ।
1 Min read
1
Assamese

আমাৰ হাতত ক্ষমতা নাই! ৰাজ্যিক বিজেপিয়ে কাকো টিকট দিব নোৱাৰে - দিলীপ শইকীয়া

বিজেপিত কোনে টিকট পাব এই সিদ্ধান্ত ৰাজ্যিক বিজেপিয়ে ল'ব নোৱাৰে। কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত চূড়ান্ত হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। অন্য দলৰ নিচিনা ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব নোৱাৰে। বিজেপিৰ টিকটক লৈ দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য।
1
Assamese

৩১ জানুৱাৰী শেষ সময়সীমা! ৰাইজৰ দলে কংগ্ৰেছক বান্ধি দিলে ডেডলাইন

বিৰোধী মিত্ৰজোঁটত মেলিব নেকি ফাট? অখিল গগৈৰ দলে কংগ্ৰেছক বান্ধি দিলে শেষ সময়। মিত্ৰতা চূড়ান্ত হ’লে ২০খন আসনত সন্তুষ্ট হ’ব ৰাইজৰ দল। অন্যথা এককভাৱে আগবঢ়াৰ হুংকাৰ।
2 Min read
1
Assamese

উদুলি-মুদুলি জোনবিলৰ পাৰ, ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন

জোনবিল মেলাৰ আজি দ্বিতীয় দিন। জাগীৰোডৰ জোনবিলৰ পাৰত দেখা গৈছে উখল-মাখল পৰিৱেশ। জোনবিলত সমূহীয়া মৎস্য চিকাৰ কৰিবলৈ গৈ আনন্দ-উল্লাস প্ৰতিজনৰ। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা গ'ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।
1 Min read
1
Assamese

আঁচনি নাপালে ভোট নিদিও, বিজেপি চৰকাৰৰ বিৰুদ্ধে মহিলাৰ বিদ্ৰোহ

বিজেপি চৰকাৰৰ বিৰুদ্ধে একাংশ মহিলা ওলাই আহিছে ৰাজপথলৈ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধনৰ পৰা বঞ্চিত মহিলাৰ বিদ্ৰোহ। নিৰ্বাচনৰ পূৰ্বে মহিলা উদ্যমিতা আঁচনিৰ‌ ধন নাপালে নিৰ্বাচনত বিজেপিক ভোট নিদিয়াৰো হুংকাৰ প্ৰতিবাদী মহিলাৰ।
1 Min read
1
Assamese

দুদিনৰ পিছতেই এক্সিচ বেংকত যোগদানৰ কথা আছিল, কিন্তু... সকলো শেষ হৈ গ'ল লুনা ভৰদ্বাজৰ

গুৱাহাটীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ১০৮ৰ খু্ন্দাত মৃত্যু এগৰাকী যুৱতীৰ। মৃত যুৱতীগৰাকী বঙাইগাঁৱৰ লুনা ভৰদ্বাজ। লুনা ভৰদ্বাজ J B LAW কলেজৰ আইনৰ শিক্ষাৰ্থী আছিল।
Advertisment