Advertisment

শীৰ্ষ খবৰ

1
Assamese

শীঘ্ৰেই কৰক আৱেদন, ৰাজ্যত পুনৰ ওলাইছে চৰকাৰী চাকৰি

হাজাৰ হাজাৰ নিবনুৱাৰ বাবে আশাৰ খবৰ। পুনৰ হাজাৰ হাজাৰ খালী পদত আৱেদনৰ সুযোগ। অসম আৰক্ষীত চাকৰি কৰাৰ সপোন হ’ব পূৰণ। ২ হাজাৰতকৈও অধিক খালী পদত কৰিব পাৰিব আৱেদন।
1
Assamese

'ভোটাৰৰ নাম কৰ্তন কৰিবলৈ BLOক হেঁচা', SRক লৈ কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বিশেষ সম্প্ৰদায়ৰ নাম। অদৃশ্য লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে প্ৰকৃত ভোটাৰৰ নাম। প্ৰতিটো ভোট কেন্দ্ৰৰ পৰা প্ৰায় ৭০/৮০ জনকৈ ভোটাৰৰ নাম কৰ্তন কৰা বুলি কংগ্ৰেছ কৰ্মীৰ অভিযোগ। 
2 Min read
1
Assamese

অশান্ত কোকৰাঝাৰ! পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনাৰ ফ্লেগ মাৰ্চ

কোকৰাঝাৰৰ পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ আনিবলৈ কোকৰাঝাৰত সেনাৰ ফ্লেগ মাৰ্চ। উত্তপ্ত পৰিস্থিতিৰ পিছতে সেনাৰ লগতে অৰ্ধ সামৰিক বাহিনীৰ কেইবাটাও বেটেলিয়ন কেম্প মোতায়েন কৰা হৈছে কোকৰাঝাৰত। 
2 Min read
1
Assamese

বিশ্বকাপৰ প্ৰস্তুতি! আজি নাগপুৰত সমুখসমৰত ভাৰত-নিউজিলেণ্ড

আজি নাগপুৰত ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন টি-২০। এদিনীয়া শৃংখলাত হোৱা পৰাজয়ৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যৰে আজি ২২ গঁজৰ ষুঁজত নামিব সূৰ্ষকুমাৰ যাদৱ বাহিনী। আনহাতে টি-২০ বিশ্বকাপৰ পূৰ্বে দুয়োটা দলৰ বাবেই এইটো হৈছে অন্তিম শৃংখলা। 
2 Min read
1
Assamese

বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ। কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা

কাইলৈৰ পৰা ঐতিহাসিক জোনবিল মেলা। বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ৷ জোনবিলৰ পাৰত স্তব্ধ হৈ পৰিব আধুনিক মূদ্ৰাৰ প্ৰচলন। ভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ মিলনভূমি জোনবিল মেলাত দেখিবলৈ পোৱা যায় পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন।
3 Min read
1
Assamese

বেদখলকাৰীৰ নিস্তাৰ নাই, কাৰ্বি আংলঙত আন এক বৃহৎ উচ্ছেদ অভিযান

অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। ৰাজ্যত পুনৰ চলিল আন এক বৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৩৫০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এইবাৰ বকলীয়াঘাটত চলিল প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান।  
1 Min read
1
Assamese

পৃথিৱীৰ আটাইতকৈ ধনী ভিক্ষাৰীজনক আপুনি চিনি পাইনে?

পৃথিৱীৰ আটাইতকৈ ধনী ভিক্ষাৰীজনক আপুনি চিনি পাইনে? পৃথিৱীৰ আটাইতকৈ ধনী ভিক্ষাৰীজন বাৰু কিমান সম্পত্তিৰ অধিকাৰী? ৭.৫ কোটি টকাৰে মুম্বাইৰ বাসিন্দা ভাৰত জৈন হৈছে বিশ্বৰ আটাইতকৈ ধনী ভিক্ষাৰী।
1
Assamese

Gambhir Eraত টীম ইণ্ডিয়াৰ বিপৰ্যয়

২০২৪ৰ জুলাইত টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক নিযুক্ত হৈছিল গৌতম গম্ভীৰ। অনুৰাগীয়ে আশা কৰিছিল গম্ভীৰে টীম ইণ্ডিয়াক নতুন উচ্চতালৈ লৈ যাব। কিন্তু গম্ভীৰৰ নেতৃত্বত টীম ইণ্ডিয়াই গঢ়িছে ইটোৰ পাছত সিটো লজ্জাজনক পৰাজয়ৰ অভিলেখ। 
2 Min read
1
Assamese

বিজেপিয়ে পালে কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি

বিজেপিত আজিৰে পৰা আৰম্ভ হ'ল নবীন যুগ। মাত্ৰ ৪৫ বছৰ বয়সতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিলে নীতিন নবীনে। বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিৰ দ্বাদশ ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিৰ্বাচন হোৱা নীতিন নবীনক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে। 
2 Min read
1
Assamese

মোৰো চিঞৰিবলৈ মন যায়। কিন্তু...। সামাজিক মাধ্যমত কি ক'লে গৰিমাই

ৰাজ্যবাসীয়ে জুবিন গাৰ্গে ন্যায় পোৱালৈ অপেক্ষা কৰি থকা সময়তে একাংশই নামি পৰিছে জুবিন গাৰ্গৰ চৰিত্ৰহণনত। যাৰ বাবে আজি জুবিন পত্নী গৰিমাই বিতৰ্কিত মহিলা শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সত ৰুজু কৰিছিল গোচৰ ।
3 Min read
Advertisment