Advertisment

‘মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই’, মিঞাক ১০টা চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে

‘মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই’। মিঞা প্ৰসংগত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মিঞা মুছলমানক ১০টা চৰ্ত বান্ধি দি মুখ্যমন্ত্ৰীয়ে ক'লে- ‘এই ১০টা কাম কৰিলে মিঞাৰ লগত নাথাকিব কোনো ধৰণৰ শত্ৰুতা’।

 File Photo
File Photo

‘মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই’, মিঞাক ১০টা চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে

Advertisment

'মিঞা মুছলমানে বন্ধ কৰিব লাগিব লাভ জেহাদ। মিঞা মুছলমান সমাজত থাকিব নোৱাৰিব বাল্য বিবাহ, বহুবিবাহ আৰু লেণ্ড জেহাদ'। মিঞা মুছলমানক ১০টা চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Read More- আলোচনা চলি আছে, মিত্ৰতা হ'বই, বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া মীৰা বৰঠাকুৰৰ

‘মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই’। মিঞা প্ৰসংগত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মিঞা মুছলমানক ১০টা চৰ্ত বান্ধি দি মুখ্যমন্ত্ৰীয়ে ক'লে- ‘এই ১০টা কাম কৰিলে মিঞাৰ লগত নাথাকিব কোনো ধৰণৰ শত্ৰুতা’।

Advertisment

Read More- 'পৰিস্থিতি কিছু জটিল, দলৰ মানুহখিনিও অসন্তুষ্ট', 'আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব'

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ মিঞা প্ৰসংগ। কিন্তু এইবাৰ মিঞাক টাৰ্গেট নহয়, মিঞাক কেইবাটাও পৰামৰ্শহে দিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি মিঞা প্ৰসংগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

Read More- 'বিনামূলীয়া টিকাকৰণ অভিযান', ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

Advertisment

মুখ্যমন্ত্ৰীৰ মন্তব্য- 'ৰাষ্ট্ৰক ভাল পোৱা মানুহৰ লগত আমাৰ কোনো সমস্যা নাই। কোনোবাই যদি ভাৰত মাতা কী জয় কয়, বন্দে মাতৰম গায় তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। আমাৰ সমস্যাটো কেৱল তাত হয় য'ত লাভ জেহাদ, বাল্য বিবাহ, বহুবিবাহ, লেণ্ড জেহাদৰ দৰে ঘটনা সংঘটিত হয়'। 

Read More- খামেইনিৰ জানাজাৰ বাবে বিশাল প্ৰস্তুতি ইৰানৰ

লগতে মুখ্যমন্ত্ৰীয়ে ক'লে- 'মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই। কিন্তু লাভ জেহাদ, বাল্য বিবাহ, বহুবিবাহ, লেণ্ড জেহাদ আদি বন্ধ হ'ব লাগিব। আমি মিঞা বিৰোধী নহয়, আমি কেৱল এই কাৰণ সমূহৰ বিৰোধী। এই কাৰণ সমূহ বন্ধ হ'লে মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাথাকিব'।

Advertisment
Advertisment