Advertisment

Assamese

Thumb
Assamese

চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তি

শিলচৰ চহৰত মৰেল পুলিচিঙৰ ঘটনা। চুৰিৰ অভিযোগত মানসিক বিকাৰগ্ৰস্ত লোকক তালিবানী শাস্তি। খুঁটাত বান্ধি, চুলি কাটি, চূণ সানি নিৰ্মম অত্যাচাৰ। শিলচৰৰ অম্বিকাপট্টিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
2 Min read
Thumb
Assamese

মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ

ডিব্ৰুগড় লোহাৰপট্টিত অবৈধ ভাবে নিৰ্মান কৰা এটা অট্টালিকাৰ পঞ্চম মহলাৰ দেৱাল খহি মৃত্যু হৈছিল ছালমা বেগম নামৰ এগৰাকী মহিলাৰ। কৰুণ মৃত্যুক আঁকোৱালি লোৱা মৃত মাতৃৰ ফটো হাতত লৈ অনশনত বহিল তিনি পুত্ৰ। 
2 Min read
THUMB
Assamese

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিৰ্দশন মীনা ছেত্ৰী

যিটো সময়ত অসম চৰকাৰে মহিলা উদ্যমিতাৰ কথা কৈ আহিছে তথা মহিলা সকলক উদ্যমী হৈ নিজৰ ভৰিত থিয় হ'বলৈ উৎসাহ যোগাই আহিছে সেই সময়তে প্ৰতিগৰাকী মহিলাৰ বাবে আদৰ্শ হৈ পৰিছে ৰহাৰ নকুচিৰ মীনা ছেত্ৰী নামৰ এগৰাকী মহিলা।
2 Min read
WhatsApp Image 2025-12-03 at 6.51.13 PM
Assamese

দুখৰ সৰগ ভাগি পৰা এটা পৰিয়ালৰ কৰুণ কাহিনী... কম সময়তে পৰিয়ালটোৰ ৩গৰাকীৰ মৃত্যু

দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী। অগাপিছাকৈ মৃত্যুমুখত পৰিল পৰিয়ালটোৰ তিনিগৰাকী সদস্য। বঙ্গাল গাঁৱৰ এটা পৰিয়ালৰ কৰুণ কাহিনীয়ে শোকস্তব্ধ কৰি তুলিছে গাঁওবাসীক।
1 Min read
WhatsApp Image 2025-12-03 at 5.12.49 PM
Assamese

বোকাখাতৰ কন্যাৰ দপদপনি... BCCI U-19 টুৰ্নামেণ্টৰ বাবে অসম দলত স্থানলাভ লক্ষীপ্ৰিয়া, টিনামণি আৰু ডলীৰ

ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰীৰ সফলতাৰ পিছত বোকাখাত ক্ৰিকেটৰ বাবে আন এক ভাল খবৰ। BCCIৰ ১৯ বছৰ অনূৰ্ধ্বৰ মহিলাৰ এদিনীয়া টুৰ্নামেণ্টৰ বাবে অসম দলত বোকাখাতৰ তিনি মহিলা ক্ৰিকেটাৰ অন্তৰ্ভুক্ত।
WhatsApp Image 2025-12-03 at 4.28.51 PM
Assamese

নিষিদ্ধ ড্ৰাগছ, গাঞ্জা লৈ উজনিত কি কৰিছে সন্দেহজনক লোকে?

তিনিচুকীয়াৰ পেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জনকৈ সন্দেহজনক নাগৰিকক আটক। স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ সহযোগত কৰায়ত্ত কৰা হয় আটাইকে। আটকাধীন বাংলাদেশীৰ পৰা জব্দ নিষিদ্ধ নিচাজাতীয় দ্ৰব্যও।
1 Min read
Thumb
Assamese

প্ৰধানমন্ত্ৰী মোদীক তাচ্ছিল্য কৰি AI ভিডিঅ’ কংগ্ৰেছৰ

ৰে’ল ষ্টেশ্যন নহয়, এইবাৰ ৰেড কাৰ্পেটত চাহ বিক্ৰী! চাইৱালাৰ ৰূপত ছ্যুট-বুট পৰিহিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তাচ্ছিল্য কৰি ছ’চিয়েল মিডিয়াত AI ভিডিঅ’ আপলোড কৰা কংগ্ৰেছ নেত্ৰীৰ। 
2 Min read
Thumb
Assamese

১৫ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ

ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু বিৰাট কোহলী। বিৰাট কোহলীলে ল'লে ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ সিদ্ধান্ত। সুদীৰ্ঘ ১৫ বছৰৰ পাছত বিৰাট কোহলীয়ে খেলিব বিজয় হাজাৰে ট্ৰফী। 
2 Min read
Thumb
Assamese

জাগীৰোডত ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ

জাগীৰোডত জীৱনদায়িনী ঔষধৰ নামত জীৱন নাশিনী বেহা৷ ম্যাদ উকলা ঔষধৰ চলিছে ৰমৰমীয়া ব্যৱসায় চলিছে জাগীৰোডত৷ ফাৰ্মাচীত বে-আইনীভাৱে উপলব্ধ নিচাজাতীয় টেবলেট আৰু চিৰাপ৷ নাই ফাৰ্মাচীৰ কোনো বৈধ অনুজ্ঞাপত্ৰ৷ এনেদৰেই ৰোগীৰ জীৱনক লৈ হেতালি একাংশ ফাৰ্মাচীৰ৷ 
1 Min read
Thumb
Assamese

বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুনক উভতাই আনিব লাগিব ভাৰতলৈ

বিদেশী বুলি বাংলাদেশলৈ পঠিয়াই দিয়া সোণালী খাতুন উভতিব ভাৰতলৈ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ নিৰ্দেশনা । তদন্ত নকৰাকৈ সোণালী খাতুনক বাংলাদেশলৈ প্ৰেৰণ কৰাৰ অভিযোগ।
1 Min read
Advertisment