Advertisment

Assamese

WhatsApp Image 2025-12-05 at 1.00.55 PM
Assamese

কাণ্ডজ্ঞানহীন অগ্নিনিৰ্বাপক বাহিনী! জ্বলি ছাই হৈছে ঘৰ, ৰিচিভ নকৰিলে ফোন...

জুইত জ্বলি ছাই হৈ পৰে এজন ব্যক্তিৰ পাকঘৰ। যোগাযোগ কৰিও নাপালে অগ্নিনিৰ্বাপক বাহিনীক। অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মচাৰীলৈ ফোন কৰাৰ পিছতো ফোন ৰিচিভ নকৰাৰ অভিযোগ!
1 Min read
WhatsApp Image 2025-12-05 at 12.40.08 PM
Assamese

আমাকো ভূমি পট্টা দিব লাগিবঃ গৰ্জন জলহা উপ-জনগোষ্ঠীৰ

চাহ জনগোষ্ঠীক ভূমি পট্টা প্ৰদানৰ ঘোষণাৰ পিছতেই এইবাৰ সৰৱ হৈছে অন‍্যতম উপ জনগোষ্ঠী জলহা জনগোষ্ঠী। ভূমি পট্টাৰ পৰা বঞ্চিত উপ জনগোষ্ঠী জলহা জনগোষ্ঠীয়ে আৰম্ভ কৰিলে প্ৰতিবাদ।
1 Min read
WhatsApp Image 2025-12-05 at 12.44.26 PM
Assamese

দয়া নাই... এফালৰ পৰা ভাঙি দিয়া হৈছে ঘৰ, চামগুৰিৰ ভকত গাঁৱত উচ্ছেদ অব্যাহত

মধ্য অসমত আজি বৃহৎ উচ্ছেদ অভিযান। নগাঁৱৰ খাটোৱাল মৌজাত উচ্ছেদ অভিযান। ভকতগাঁৱত পুৱাৰে পৰা চলিল প্ৰশাসনৰ বুলড’জাৰ। ৩৮ বিঘা চৰকাৰী ভূমিত প্ৰশাসনে চলাইছে উচ্ছেদ।
1 Min read
WhatsApp Image 2025-12-05 at 12.24.06 PM
Assamese

অসম ভাওনা সমাৰোহ-২०২৬ৰ লাইখুঁটা স্থাপন

শ্ৰীশ্ৰী আউনীআটি সত্ৰৰ উদ্যোগত ১৮ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ এঘাৰদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম ভাওনা সমাৰোহ-২०২৬। জুবিন গাৰ্গৰ সোঁৱৰণিত ভাওনা সমাৰোহ থলীৰ প্ৰদৰ্শনী ক্ষেত্ৰ উছৰ্গা কৰাৰ সিদ্ধান্ত।
2 Min read
WhatsApp Image 2025-12-05 at 12.20.16 PM
Assamese

কোনে নিলে চৰকাৰী চাউল? ধেমাজিৰ গুদামত অন্তৰ্ধান ২৬,৮০০ বস্তা চাউল

হাজাৰ হাজাৰ বস্তাৰ চৰকাৰী বিনামূলীয়া চাউল চুৰি! বিয়াগোম খাদ্য নিগমত বৃহৎ কেলেংকাৰি। ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ ভঁৰালৰ পৰা অন্তৰ্ধ্যান হ'ল ২৬,৮০০ চাউলৰ বেগ।
1 Min read
WhatsApp Image 2025-12-05 at 11.46.14 AM
Assamese

ছাত্ৰ আন্দোলনৰ প্ৰভাৱ, সলনি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য!

প্ৰতিবাদত উত্তাল তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। প্ৰ’–উপাচাৰ্যৰূপে জয়া চক্ৰৱৰ্তীক নিযুক্তিৰ বিৰুদ্ধে প্ৰতিবাদৰ প্ৰভাৱ। ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব কৰিলে গ্ৰহণ।
1 Min read
THUMB
Assamese

মুছলমানক ধ্বংস কৰিলে ৰকিবুল হুছেইনে

'মুছলমানক ধ্বংস কৰি দিলে সাংসদ ৰকিবুল হুছেইনে'। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে উচ্ছেদিত লোকৰ প্ৰতিবাদ। 'ধুবুৰীত ১০ লাখ ভোটত জিকা ৰকিবুল হুছেইন থাকে চামগুৰিত'। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতৰ প্ৰতিবাদ।
2 Min read
THUMB
Assamese

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ হ'ব নেকি শতকৰ হেট্ৰিক?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত অপ্ৰতিৰোধ্য বিৰাট কোহলী। দ্বিতীয়খন এদিনীয়াতো বিৰাট কোহলীৰ বেটেৰে আহিল বিস্ফোৰক শতক। এদিনীয়া কেৰিয়াৰৰ ৫৩ সংখ্যক শতকেৰে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ ৰেকৰ্ডো ভংগ কৰে বিৰাটে। 
2 Min read
THUMB
Assamese

108 মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ

চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদত উত্তাল চচলৰ ধৰ্ণাস্থলী। চচলত মৃত্যুঞ্জয় সেৱা কৰ্মচাৰীৰ অৰ্ধ উলংগ প্ৰতিবাদ। প্ৰতিবাদৰ মাজতেই ১০৮ মৃত্যুঞ্জয় সেৱাৰ শ শ কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি!
2 Min read
Thumb
Assamese

বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ পূৰ্বেই দলৰ পৰা বহিস্কাৰ বিধায়ক

পুনৰ নিৰ্মাণ হ'ব বাবৰি মছজিদ! ৬ ডিচেম্বৰত স্থাপন কৰা হ'ব বাবৰি মছজিদৰ আধাৰশিলা। তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰৰ এই মন্তব্যক লৈ সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। কিন্তু বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ পূৰ্বেই দলৰ পৰা বহিস্কাৰ বিধায়ক ।
2 Min read
Advertisment