Advertisment

Assamese

WhatsApp Image 2025-11-28 at 11.21.48 AM
Assamese

ভূমি বেদখলকাৰীৰ ৰক্ষা নাই... এইবাৰ হাজোৰ ৰাক্ষসনী চৰত উচ্ছেদ

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই, ক্ষমা নাই। এইবাৰ হাজোৰ ৰাক্ষসনী চৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। থলুৱা গোপালকৰ অভিযোগৰ ভিত্তিত ৰাক্ষসনী চৰত উচ্ছেদ।
1 Min read
WhatsApp Image 2025-11-27 at 5.16.22 PM
Assamese

বন্ধ হ’ব বহু বিবাহ... ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পিছতেই আইনলৈ ৰূপান্তৰ হ’ব বহু বিবাহ প্ৰতিৰোধী বিধেয়ক

অসমত বন্ধ হ’ব বহু বিবাহ। বহুবিবাহক লৈ সদনত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। 'আল্লাক ফাঁকি নিদিয়াকৈ ক'ৰবাত দ্বিতীয় বিবাহ হয় নেকি?' বিধানসভাত গৃহীত হ’ল বহু বিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫
1 Min read
WhatsApp Image 2025-11-27 at 5.18.45 PM
Assamese

পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিমঃ মুখ্যমন্ত্ৰী

পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত UCC আনিব হিমন্ত বিশ্ব শৰ্মাই। সদনত বিৰোধীক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী ঘোষণা, ‘পুনৰ মুখ্যমন্ত্ৰী হ’লে অসমত আনিম UCC’। ‘মোক যিমান পাৰে ৰখাই লওঁক, নহ’লে UCC আহিবই’।
1 Min read
WhatsApp Image 2025-11-27 at 12.54.29 PM
Assamese

ভয়ংকৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ

বৃহস্পতিবাৰে দিনৰ ভাগত দুৰ্ঘটনাত পতিত হয় অসম কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বাহন। প্ৰাপ্ত খবৰ অনুসৰি এখনি সংবাদমেল সম্বোধন কৰিবলৈ যোৰহাট গৈছিল গৌৰৱ গগৈ।
1 Min read
Thumb
Assamese

পলাশ মুছলে প্ৰৱঞ্চনা কৰিছে স্মৃতি মান্ধানাক!

ষ্টাৰ ক্ৰিকেটাৰ স্মৃতি মান্ধানা আৰু পলাশ মুছলৰ বিয়াত বাধা। বিয়াৰ পূৰ্বে অসুস্থ হৈ পৰে স্মৃতি মান্ধানাৰ পিতৃ শ্ৰীনিবাস মান্ধানা। কিন্তু শেহতীয়াভাৱে অন্য কিছু খবৰে জোকাৰি গৈছে ইণ্টাৰনেটৰ দুনিয়া। সামাজিক মাধ্যম জোকাৰি যোৱা কি এই খবৰ?
2 Min read
Thumb
Assamese

খাৰুপেটীয়া আৰক্ষীৰ জালত কুখ্যাত জেহাদী মনছুৰ আলী

দৰঙৰ খাৰুপেটীয়াত আৰক্ষীৰ জালত কুখ্যাত জেহাদী। খাৰুপেটীয়াৰ পশ্চিম কুমাৰপাৰা গাঁৱৰ গ্ৰেপ্তাৰ মনছুৰ আলী নামৰ জেহাদীটো। তেহৰিক-ঈ-তালিবান পাকিস্তানৰ প্ৰত্যক্ষ যোগাযোগত আছিল মনছুৰ।
1 Min read
Thumb
Assamese

আমজেদ আলীয়ে দেখুৱালে সততা

শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া এগৰাকী মহিলাই আমজেদ আলীৰ সততাৰ বাবে ঘুৰাই পালে হেৰুওৱা টকাৰ বেগ। শাক পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া দেৱন্তী দেৱীয়ে ট্রেকাৰত এৰি গৈছিল টকাৰ বেগ। দৰিদ্ৰ মহিলাগৰাকীক বেগটো ঘূৰাই দিয়ে আমজেদ আলীয়ে।
1 Min read
Thumb
Assamese

দক্ষিণ আফ্ৰিকাৰ হাতত হোৱাইটৱাশ্ব টীম ইণ্ডিয়া

ঘৰুৱা মাটিতে টাচপাতৰ দৰে খহিল টীম ইণ্ডিয়াৰ বেটিং লাইনআপ। বৰ্ষাপাৰাত দক্ষিণ আফ্ৰিকাৰ বলিং বিক্ৰমত দিশহাৰা ভাৰতীয় বেটাৰ। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত হোৱাইটৱাশ্বৰ পাছতেই আন এটা শৃংখলাত হোৱাইটৱাশ্ব টীম ইণ্ডিয়াৰ।
1 Min read
THUMB
Assamese

ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি

মৃত্যু এতিয়া সহজ...! ৰাজ্যৰ ৰাজপথত মৃত্যুৰ কিৰীলি। ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কেইবাটাও শোকাৱহ দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লয় ৪গৰাকীকৈ লোকে। ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কেইবাগৰাকীকৈ লোক। সংকটজনক অৱস্থাত আহতসকলক হাস্পতালত ভৰ্তি।
2 Min read
THUMB
Assamese

হাত বন্ধা, অৰ্ধ উলংগ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

কাছাৰৰ সোণাই সুন্দৰীত সংঘটিত এক ভয়ংকৰ ঘটনা। মহিলাৰ হাত বন্ধা, অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি। মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ। ঘাঁ কাটিবলৈ পথাৰলৈ বুলি ওলাই গৈ সন্ধানহীন হৈছিল মহিলাগৰাকী।
2 Min read
Advertisment