Advertisment

Assamese

THUMB
Assamese

ক'ত আছে বিশ্বৰ ডাঙৰ কবৰস্থান?

এখন নিৰ্জন ঠাই। ঠাইখনৰ আশে-পাশে নাই কোনো মানুহৰ সমাগম, নাই গছ-গছনিও! শাৰী শাৰীকৈ মাইলৰ পিছত মাইল ধৰি কেৱল কবৰ আৰু কবৰ। যাৰ তলত লাখ লাখ মৃতদেহ পৰি আছে।
2 Min read
WhatsApp Image 2025-11-25 at 11.11.45 AM
Assamese

প্ৰৱঞ্চনাৰ সীমা পাৰ কৰা দ্বীপজ্যোতি আৰু উশালেন এতিয়া আৰক্ষীৰ জালত

ভুৱা পৰিচয়, গাড়ীত ভুৱা নম্বৰ প্লেট... প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ উচ্চপ্ৰদস্থ বিষয়া বুলি পৰিচয় দি আৰক্ষীৰ জালত দুই মহা প্ৰৱঞ্চক দ্বীপজ্যোতি দাস আৰু উশালেন শৰ্মা। এই দুই মহা প্ৰৱঞ্চক এতিয়া আজাৰা থানাৰ আলহী।
2 Min read
WhatsApp Image 2025-11-24 at 6.38.32 PM
Assamese

ধুবুৰীৰ সন্তোষৰ হত্যাকাৰী এতিয়াও মুকলি আকাশৰ তলত... প্ৰতিবাদত বহিল মাতৃ

ঘৰৰ পৰা টানি আনি ধুবুৰীৰ সন্তোষ চৌধুৰীক মাৰধৰ। চিকিৎসাধীন অৱস্থাতে GMCHত সন্তোষৰ মৃত্যু। পুত্ৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত নামিল মাতৃ। বগা সাজ পৰিধান কৰি প্ৰতিবাদত বহিল ভাতৃ। চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ ধুবুৰী চহৰৰ নুনিয়াপট্টিত উত্তপ্ত পৰিস্থিতি।
1 Min read
WhatsApp Image 2025-11-24 at 6.31.05 PM
Assamese

হাতত হেংদাং লৈ ৰাজপথত নামিল লাচিত বৰফুকন!

ৰাজপথত লাচিত বৰফুকন! ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এইবাৰ প্ৰকাণ্ড নৌকাত আহিল প্ৰায় ১৩ শতাধিক লাচিত। হাতত হেংদাং লৈ ১৩ শতাধিক অসমীয়া যুৱকে 'জয় আই অসম ধ্বনি'ৰে কঁপালে জামুগুৰিহাটৰ পকামুৰা পথাৰ৷ লাচিত দিৱস উপলক্ষ্যে প্ৰতীকী নাওলৈ এই শোভাযাত্ৰা।
1 Min read
WhatsApp Image 2025-11-24 at 5.24.57 PM
Assamese

আদানি-আম্বানিক বৰপীৰা...! গৰজি উঠিল ৰাভা হাছাং, উত্তাল পলাশবাৰী

জনজাতীয় ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ বিৰোধিতা। বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন হাজাৰ হাজাৰ লোকৰ। 'আমাক এক কঠা পাঁচ লেচাকৈ ভূমি প্ৰদান কৰাতকৈ গুলিয়াই মাৰকঃ প্ৰতিবাদকাৰী
2 Min read
WhatsApp Image 2025-11-24 at 2.35.13 PM
Assamese

বিদায় মহীৰূহ... প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই

জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰ আৰু নাই। ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰবীণ অভিনেতাগৰাকীৰ। প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুত বলীউড জগতত শোকৰ ছাঁ।
THUMB
Assamese

মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ ঘটনা।

মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ ঘটনা। নৃশংস হত্যাকাণ্ডই জোকাৰি যায় সমগ্ৰ মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাৰ নগাপথাৰ ইনথেম বৌদ্ধ বিহাৰত সংঘটিত শিহৰণকাৰী হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। বৌদ্ধ ভিক্ষু ইন্দ্ৰ বংশা নামৰ বাবাক কুঠাৰেৰে ঘপিয়াই হত্যাৰ সন্দেহ।
1 Min read
WEB THUMB
Assamese

দুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ

দুই শীৰ্ষ আলফা কেডাৰৰ আত্মসমৰ্পণ। আত্মসমৰ্পণ কৰে অৰুণোদয় দহোটীয়া ওৰফে অৰুণোদয় অসমে। আলফা কেডাৰ ফ্ৰান্সিছ অসমৰো আত্মসমৰ্পণ। সেনা আৰু আৰক্ষীৰ ওচৰত দুয়ো আলফাৰ শীৰ্ষ কেডাৰে কৰে আত্মসমৰ্পণ।
1 Min read
Thumb
Assamese

পুনৰ বিপদত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমি বৰা, বিশাল ফুকন!

পুনৰ চৰ্চালৈ আহিছে দেশ কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্ত চুমি বৰা, বিশাল ফুকন। চুমি বৰা, বিশাল ফুকনৰ লগতে তাৰ্কিক বৰাও এতিয়াও বিপদত। আদালতৰ আগতীয়া অনুমতি অবিহনে আটাইকেইজনে যাব নোৱাৰিব অসমৰ বাহিৰলৈ।
1 Min read
Thumb
Assamese

চিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে নাচি অপসাৰিত চিকিৎসক !

চিকিৎসালয়ৰ কোঠাত প্ৰেয়সীৰে হিন্দী গীতৰ তালত নাচি অৱশেষত অপসাৰিত হ’ল এজন চৰকাৰী চিকিৎসক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত দায়িত্বৰ পৰা অপসাৰিত হ’ল ৱাকাৰ ছিদ্দিকী নামৰ চিকিৎসক। উত্তৰপ্ৰদেশত এখন চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।
1 Min read
Advertisment