Advertisment

Assamese

WhatsApp Image 2025-11-22 at 4.38.28 PM
Assamese

ভয়ংকৰ! চলন্ত স্কুল বাছত অগ্নিকাণ্ড, তেজপুৰত কণ কণ শিক্ষাৰ্থীৰ মাজত হাহাকাৰ

তেজপুৰত চলন্ত স্কুল বাছত অগ্নিকাণ্ড। নিমিষতে শিক্ষাৰ্থীৰ মাজত লাগিল হাহাকাৰ। তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ-ছাত্ৰী কঢ়িওৱা চলন্ত স্কুল বাছত এই শিহৰণকাৰী ঘটনা। ভয়ংকৰ ঘটনাৰ পৰা দৈব্যক্ৰমে ৰক্ষা পৰিল কণ কণ ছাত্ৰ-ছাত্ৰী।
1 Min read
Thumb
Assamese

ভাৰতক অশান্ত কৰিবলৈ ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট

ভাৰতক অশান্ত কৰিবলৈ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। লুধিয়ানাত আৰক্ষীৰ এনকাউণ্টাৰত ধৰাশায়ী হ'ল ISI সমৰ্থিত দুটাকৈ সন্ত্ৰাসবাদী । ধনৰ টোপ দি একাংশ হিন্দু লোককো চোৰাংচোৱাৰূপে ব্যৱহাৰ কৰিছে ISIয়ে।
2 Min read
Thumb
Assamese

পুনৰ বিতৰ্কত GMCH!  চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ

পুনৰ বিতৰ্কত গুৱাহাটী মেডিকেল কলেজ হস্পাতাল। আকৌ চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগ। বৃক্ক সংৰোপণৰ পিছতে মৃত্যু হয় ৰঞ্জুমনি গগৈ নামৰ মহিলাগৰাকীৰ। পত্নীক বৃক্ক দান কৰা চাবুৱাৰ বিপুল গগৈ এতিয়াও চিকিৎসাধীন।
1 Min read
THUMB
Assamese

অনিশ্চয়তাত  নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প!

অনিশ্চয়তাৰ মাজত সোমাই পৰিছে নামনি সোঁৱণশিৰি জলবিদ্যুত প্ৰকল্প। দুটা ইউনিট ব্যৱহাৰ কৰি ৫০০ মেগাৱাট বিদ্যুৎ উত্পাদনৰ লক্ষ্যৰে চলোৱা পৰীক্ষাৰ মাজতে অঘটন। ভাঙি থাকিল টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং, বিলম্বিত বিদ্যুৎ উত্পাদন।
1 Min read
THUMB
Assamese

ডুবাইৰ এয়াৰশ্বত মূহূৰ্ত্ততে জ্বলি ছাৰখাৰ যুদ্ধ বিমান 'তেজছ'

দেশবাসীৰ বাবে দুখবৰ। ডুবাইৰ এয়াৰশ্বত ভাৰতীয় যুদ্ধ বিমানেৰে অঘটন। এয়াৰশ্বৰ সময়তে  দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। বিমানখন ভূ-পতিত হোৱাৰ দৃশ্য বন্দী হয় কেমেৰাত।
1 Min read
thumb
Assamese

ফাৰ্মাচীলৈ গলেই এতিয়াৰে পৰা নাপাব কফ চিৰাপ!

কফ চিৰাপক লৈ কঠোৰ সিদ্ধান্ত ল'ব কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা প্ৰেচক্ৰিপশ্যন অবিহনে আপুনি ক্ৰয় কৰিব নোৱাৰিব কফ চিৰাপ! শেহতীয়াকৈ মধ্যপ্ৰদেশত কেইবাজনো শিশু মৃত্যুমুখত পৰাৰ পাছতে এই কঠোৰ সিদ্ধান্ত লোৱাৰ দিশে কেন্দ্ৰীয় চৰকাৰ।
1 Min read
Thumb
Assamese

লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ

লক্ষ্য ২০২৬! গাডী ৰক্ষাৰ কুচকাৱাজ আৰম্ভ বিজেপিৰ। BTADৰ ১৫ আসনক লৈও ছিৰিয়াছ বিজেপি। নিৰ্বাচনী মন্ত্ৰনা লৈ গুৱাহাটীত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ।
1 Min read
Thumb
Assamese

কাইলৈ টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ

টেষ্ট অভিষেক ঘটিব বৰ্ষাপাৰাৰ। কাইলৈৰ পৰা গুৱাহাটীত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট । আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল টীম ইণ্ডিয়াৰ অধিনায়ক শুভমন গিল। শুভমন গিলৰ অনুপস্থিতিত টীম ইণ্ডিয়াক নেতৃত্ব দিব ঋষভ পণ্টে।
1 Min read
WhatsApp Image 2025-11-21 at 12.54.10 PM
Assamese

মেক্সিকোৰ সুন্দৰী Fatima Bosch হ'ল ২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ

২০২৫ বৰ্ষৰ মিছ ইউনিভাৰ্ছ হ'ল মেক্সিকোৰ সুন্দৰী ফাতিমা বছ। ১৩০খন দেশৰ সুন্দৰীক পিছপেলাই Fatima Boschৰ এই খিতাপ দখল। থাইলেণ্ডৰ ননথাবুৰীত মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধিলে ফাতিমাই।
THUMB
Assamese

ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা মহিলা সন্ধানহীন

ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীন। বিদেশী বুলি ঘোষণা কৰা মহিলা সন্ধানহীনক লৈ চাঞ্চল্যৰ সৃষ্টি শোণিতপুৰ জিলাৰ নদুৱাৰ সমষ্টিৰ ধোৱাকটা গাঁৱত। ২৪ ঘণ্টাৰ ভিতৰত দেশৰ সীমা পাৰ হৈ যাবলৈ জিলা আয়ুক্তই কালি অৰ্থাৎ বুধবাৰে নিৰ্দেশনা জাৰি কৰিছিল।
1 Min read
Advertisment