Assamese দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ নীতিশ কুমাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে নীতিশ কুমাৰে। পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত অনুষ্ঠিত হয় বিশাল এই শপতগ্ৰহণ অনুষ্ঠান।
Assamese হাউলী ৰাসত কঁপাল ফুলিল পুলকেশ আৰু প্ৰীতমৰ। পুলকেশে পালে ডিফেণ্ডাৰ, প্ৰীতমে পালে ফৰচুনাৰ ভাগ্যত থাকিলে লাখৰ মাজতো জিলিকি উঠে! লাকী নম্বৰ (433881), ১০০ টকাতে পালে প্ৰায় ৪০ লাখ টকীয়া টয়'টা ফৰচুনাৰ বাহন। হাউলী ৰাসত ভাগ্য উদয় হ'ল বৰপেটাৰ প্ৰীতম দাসৰ।
Assamese কয় ৰাহুল বুলি, ওলাই ৰাহুল আলীঃ মিঞাৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ‘ৰাহুল কেনেকৈ হয় ৰাহুল আলী? প্ৰতিজন মিঞাই ফেচবুকত খুলিছে ৫-৬টা একাউণ্ট। মিঞাই খোলা একাউণ্টত ব্যৱহাৰ কৰিছে হিন্দুৰ নাম।’ ডাঙৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
Assamese প্ৰধানমন্ত্ৰী হৈও বাচিব নোৱাৰিলে... অপৰাধীক মৃত্যুদণ্ড! হাছিনাই কি অপৰাধ কৰিছিল? কি অপৰাধত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হৈও মৃত্যুদণ্ডৰে দণ্ডিত হ'ল হাছিনা? এসময়ত ক্ষমতাক অপব্যৱহাৰ, অৱশেষত দেশ এৰি পলায়ন এতিয়া মুত্যুদণ্ডৰ ৰায়। এদিন ক্ষমতাৰ বলত জনতাক শোষণ কৰা বাংলাদেশৰ হাছিনা আজি দেশদ্ৰোহী, হাছিনা আজি পলাতক, আজি অপৰাধী।
Assamese PM-KISANৰ ২১নং কিস্তিৰ ধন যদি পোৱা নাই এতিয়াই কল কৰক এই নম্বৰত... মুকলি হ'ল PM KISANৰ ২১ সংখ্যক কিস্তিৰ ধন। একাউণ্টত যদি ধন জমা হোৱা নাই এতিয়াই দিয়ক অভিযোগ। তামিলনাডুৰ কইম্বাটুৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্থাৎ ১৯ নৱেম্বৰত মুকলি কৰিলে PM-KISANৰ ২১নং কিস্তিৰ ধন।
Assamese ২০২৬ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ ২০২৬ বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। অসম চৰকাৰে প্ৰকাশ কৰা তালিকা অনুসৰি নতুন বছৰত বিভিন্ন ৰাজ্যিক দিৱস, ধৰ্মীয় অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় উৎসৱ উপলক্ষে অসম চৰকাৰৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্যালয় বন্ধ থাকিব।
Assamese প্ৰকাশ পালে HSLC আৰু HS চূড়ান্ত পৰীক্ষাৰ সময়সূচী ২০২৬ বৰ্ষত অনুষ্ঠিত হ'ব লগা দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰকাশ। ৰাজ্য চৰকাৰে প্ৰকাশ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী।
Assamese ২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আত্মসন্মান ৰক্ষাৰ যুঁজ টীম ইণ্ডিয়াৰ প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিছে টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ। দ্বিতীয়খন টেষ্টৰ বাবে আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল।
Assamese ব্লেকমেইল কৰি মহিলাৰ সৈতে অপকৰ্ম লম্পট ৰজত দাসৰ ! মহিলাৰ সৈতে ঘৃণনীয় কাণ্ড কৰি আৰক্ষীৰ জালত লম্পট ৰজত দাস৷ মহিলাৰ নগ্ন ছবি তুলি ভাইৰেল কৰাৰ ভয় দেখুৱাই মহিলা গৰাকীৰ সৈতে জঘন্য কাণ্ড কৰিছিল লম্পট ৰজত দাসে ৷
Assamese আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। PMKISANৰ ২১নং কিস্তিৰ ধনক লৈ বিগ আপডেট। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। হিতাধিকাৰী তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব ২,০০০কৈ টকা। গতিকে PMKISANৰ হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই, কেনেকৈ চাব আপুনি?