Advertisment

Assamese

Thumb
Assamese

২২ নৱেম্বৰৰ পৰা বৰ্ষাপাৰাত আত্মসন্মান ৰক্ষাৰ যুঁজ টীম ইণ্ডিয়াৰ

প্ৰথমবাৰলৈ বৰ্ষাপাৰাই আয়োজন কৰিছে টেষ্ট মেচ। ২২-২৬ নৱেম্বৰত বৰ্ষাপাৰাৰ ACA ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ ঐতিহাসিক টেষ্ট মেচ। দ্বিতীয়খন টেষ্টৰ বাবে আজি গুৱাহাটীত উপস্থিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দল।
2 Min read
thumb
Assamese

ব্লেকমেইল কৰি মহিলাৰ সৈতে অপকৰ্ম লম্পট ৰজত দাসৰ !

মহিলাৰ সৈতে ঘৃণনীয় কাণ্ড কৰি আৰক্ষীৰ জালত লম্পট ৰজত দাস৷ মহিলাৰ নগ্ন ছবি তুলি ভাইৰেল কৰাৰ ভয় দেখুৱাই মহিলা গৰাকীৰ সৈতে জঘন্য কাণ্ড কৰিছিল লম্পট ৰজত দাসে ৷
1 Min read
Thumb
Assamese

আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন।

PMKISANৰ ২১নং কিস্তিৰ ধনক লৈ বিগ আপডেট। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। হিতাধিকাৰী তালিকাত নাম থকা কৃষকসকলেহে লাভ কৰিব ২,০০০কৈ টকা। গতিকে PMKISANৰ হিতাধিকাৰী তালিকাত আপোনাৰ নাম আছেনে নাই, কেনেকৈ চাব আপুনি?
1 Min read
Thumb
Assamese

বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ'ব SR

২০২৬ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে আন কেইবাখনো নিৰ্বাচনমুখী ৰাজ্যৰ দৰে অসমত নহয় SIR৷ SIRৰ পৰিৱৰ্তে অসমত হ'ব SR। ঘোষণা ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ।
2 Min read
thumb
Assamese

কোনে মদ খুৱাইছিল জুবিন গাৰ্গক ?

মদ খাই ভাল নাপাইছিল জুবিন গাৰ্গে। জুবিন গাৰ্গক ব্যৱহাৰ কৰিবলৈ জুবিন গাৰ্গৰ ওচৰে-পাজৰে থকা মানুহখিনিয়ে জুবিনক মদ খুৱাই দিছিল। SIT-এ দাখিল কৰা চাৰ্জশ্বীটত ওলাব ডাঙৰ তথ্য। জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ।
2 Min read
THUMB
Assamese

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন হাৰ্টথ্ৰৱৰ জন্মদিন

জুবিনবিহীন আজি প্ৰথমটো জন্মদিন। মাজনিশা কেক কাটি উদযাপন কৰিবলৈ এতিয়া জুবিন নাই কিন্তু উদযাপন নকৰাকৈ থাকিব পাৰি জানো হাৰ্টথ্ৰৱৰ জন্মদিন? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হাৰ্টথ্ৰৱৰ জন্মদিন।
2 Min read
Thumb
Assamese

কথামতেই কাম হাগ্ৰামাৰ! জুবিন গাৰ্গৰ স্মৃতিত ৩০ বিঘা ভূমিত হ'ব উদ্যান

কোকৰাঝাৰৰ গৌৰাং নৈৰ পাৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন। জনতাক দিয়া কথামতেই জুবিন গাৰ্গৰ স্মৃতিত উদ্যান আৰু প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ।
2 Min read
Thumb
Assamese

এই জনমৰ পৰা জন্মান্তৰলৈকে... মৰমৰ গ'ল্ডীক সুঁৱৰি পত্নী গৰিমাৰ আৱেগিক পোষ্ট

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি ওপজা দিন। কিন্তু জন্মদিনত একেলগে কেক কাটিবলৈ আজি গৰিমাৰ কাষত নাই মৰমৰ গল্ডী। কোনেওটো ভবা নাছিল চকুলো টুকি ওপজা দিনত সুঁৱৰিব লাগিব মনৰ মানুহজনক।
1 Min read
Thumb
Assamese

জুবিনবিহীন প্ৰথমটো জন্মদিন

জুবিনবিহীন আজি প্ৰথমটো জন্মদিন। অবিশ্বাস্য হ’লেও ৫৩ সংখ্যক জন্মদিনত আমাৰ মাজত আজি কায়িকভাৱে নাই হাৰ্টথ্ৰব জুবিন গাৰ্গ। মায়াবিনী ৰাতিৰ বুকুত উজাগৰে থাকি...চকুলোৰে অনুৰাগীয়ে স্মৰণ কৰিছে হিয়াৰ আমঠুক।
2 Min read
Thumb
Assamese

ক’ৰ্পৰেট গোষ্ঠীৰ হাতলৈ যাব ৰাজ্যৰ বিদ্যুত্‍ বিতৰণ ব্যৱস্থা!

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক এজেণ্ডাত আৰু এটা জনবিৰোধী সংযোজন। এটা জাতি, এটা ধৰ্ম, এটা ভাষা, এটা নিৰ্বাচন, এটা কৰৰ লগত এইবাৰ এক বিদ্যুত্‍ নীতি। মোদী চৰকাৰে প্ৰস্তুত কৰিছে বিদ্যুত্‍ সংশোধনী বিধেয়ক ২০২৫ৰ খচৰা।
1 Min read
Advertisment