Advertisment

Assamese

THUMB
Assamese

কোন বিশিষ্ট ব্যক্তিলৈ ২০২৫-২৬ৰ অসম জাতীয় বিদ্যালয়ৰ বঁটা?

অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ সামাজিক ন্যাসৰ বঁটা ঘোষণা। চাৰিজন বিশিষ্ট ব্যক্তিলৈ অসম জাতীয় বিদ্যালয় ফেল'শ্বিপ ২০২৫-২৬ আৰু অসম জাতীয় বিদ্যালয় সন্মান ২০২৫ আগবঢ়োৱা হ'ব।
1 Min read
WhatsApp Image 2025-10-27 at 3.03.35 PM
Assamese

বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ

শীঘ্ৰই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা। ‘ধন দাবী, মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰিছে লাচিত সেনাই’। বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ।
1 Min read
thumb
Assamese

অসুস্থ তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰ, ভৰ্তি ICUত...

ICUত ভৰ্তি তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ আয়াৰক। ছিডনীৰ চিকিত্সালয়ৰ ICUৰ ভৰ্তি শ্ৰেয়াছ আয়াৰক। ইণ্টাৰনেল ব্লিডিঙৰ বাবে চিকিৎসাধীন ক্ৰিকেটাৰগৰাকী। বৰ্তমান কেনে আছে তাৰকা ক্ৰিকেটাৰ শ্ৰেয়াছ?
UI
Assamese

মই মুখ্যমন্ত্ৰীৰ পত্নীৰ উপাৰ্জনৰ হিচাপ কেতিয়াও বিচৰা নাইঃ ৰবি শৰ্মা

'মই মাননীয় মুখ্যমন্ত্ৰী বুলি কওঁ'। 'মই ৰাজনীতিত কেতিয়াও এনে আলোচনা দেখা নাছিলো'। 'য'ত আছে তাৰ পৰাই কাম কৰক, কিয় ৰাজপথলৈ ওলাব লাগে'? 'মোৰ আৰু তেওঁৰ মাজত হয়তো সংস্কাৰৰ পাৰ্থক্য আছে'। মুখ্যমন্ত্ৰীক উদ্দেশ্যি কি ক'লে অভিনেতা ৰবি শৰ্মাই।
1 Min read
GHHHH
Assamese

'মই মৰিবলৈ ভয় নকৰোঁ', কিয় ক'লে অভিনেতা ৰবি শৰ্মাই?

মৰিবলৈ ভয় নকৰে অভিনেতা ৰবি শৰ্মাই। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ অভিনেতা ৰবি শৰ্মাই ক'লে- 'স্পষ্ট কথা, মই মৰিবলৈ ভয় নকৰোঁ'। 'জুবিনৰ বাবে ন্যায় বিচাৰিব লগীয়াটোৱে লাজৰ কথা হৈছে'।
2 Min read
THUMN
Assamese

বৃদ্ধি নহয় ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য

হ্ৰাস পাব ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ মূল্য। প্ৰযোজক মণ্ডলীৰে চিনে হল কৰ্তৃপক্ষৰ আলোচনা। আলোচনাৰ অন্তত Dynamic Pricing ব্যৱস্থা প্ৰযোজ্য নকৰাৰ সিদ্ধান্ত।
THUMB
Assamese

ইন্দোৰত অষ্ট্ৰেলিয়ান মহিলা ক্ৰিকেটাৰৰ সৈতে দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড

ইন্দোৰত অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলৰ দুই খেলুৱৈক নিৰ্যাতন দুৰ্বৃত্তৰ। CCTVৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকীল খান নামৰ দুৰ্বৃত্তটোক।
2 Min read
THUMB
Assamese

২২ গজত বিৰাট কোহলীৰ অভিলেখ

অৰ্ধশতকীয় ইনিংছেৰে কেইবাটাও অভিলেখ ৰান মেচিন বিৰাট কোহলীৰ। টেণ্ডুলকাৰৰ পাছত এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হ'ল কোহলী।
1 Min read
THUMB
Assamese

জুবিনক্ষেত্ৰ আৰু  SOP বিতৰ্ক!

নিশা ১১ বজালৈ খোলা থাকিব জুবিনক্ষেত্ৰ। জুবিনক্ষেত্ৰত যাবলৈ প্ৰশাসনে সময় নিৰ্ধাৰণ কৰি দিয়াক লৈ অনুৰাগীসকলৰ মাজতো সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।  
1 Min read
THUMB
Assamese

ৰোহিত-কোহলীৰ বেটিং পৰাক্ৰমত দিশহাৰা অষ্ট্ৰেলিয়া

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অন্তিমখন এদিনীয়াত বৃহত জয় টীম ইণ্ডিয়াৰ। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বেটিং পৰাক্ৰমত দিশহাৰা অষ্ট্ৰেলিয়াৰ বলাৰ। চিডনীত এদিনীয়া কেৰিয়াৰৰ ৩৩ সংখ্যক শতক অৰ্জন কৰিলে ৰোহিতে। 
1 Min read
Advertisment