Advertisment

Assamese

karwa chawth
Assamese

আজি কৰৱা চৌথ, স্বামীৰ দীৰ্ঘায়ুৰ বাবে দেশজুৰি হিন্দু বিবাহিত মহিলাসকলে পালন কৰিছে কৰৱা চৌথ

কৰৱা চৌথক কৰ্ক তিথি বুলিও জনা যায়। সম্পূৰ্ণ ৰীতি-নীতি আৰু বিধিগত নিয়মেৰে পূজাৰ অন্তত ৰাতি চন্দ্ৰৰ দৰ্শন পোৱাৰ পিছতহে মহিলাসকলে খাদ্য-পানী গ্ৰহণ কৰে।
1 Min read
karnataka menstural leave
Assamese

কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব দৰমহাযুক্ত ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী

মহিলাৰ বাবে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কৰ্মৰত প্ৰতিগৰাকী মহিলাই বছৰি লাভ কৰিব ১২টাকৈ ঋতুস্ৰাৱৰ ছুটী। ঋতুস্ৰাৱ ছুটী নীতি ২০২৫ত অনুমোদন জনাইছে ৰাজ্যৰ কেবিনেটে। কোন ৰাজ্যৰ চৰকাৰে ল'লে এই সিদ্ধান্ত?
2 Min read
muskan blue drum
Assamese

স্বামীৰ জীৱন শেষ কৰা মুস্কানে প্ৰেমিকৰ বাবে ৰাখিব বিছাৰিছে কৰৱা চৌথৰ ব্ৰত

স্বামী হত্যাকাৰী মুস্কানে নৱৰাত্ৰী ব্ৰতৰ পিছত এইবাৰ ৰাখিব বিছাৰিছে কৰৱা চৌথৰ ব্ৰত। প্ৰেমিক চাহিলৰ বাবে ৰাখিব বিছাৰিছে এইবাৰৰ কৰৱা চৌথৰ ব্ৰত।
2 Min read
rajen gohain
Assamese

কোনো জুবিন অনুৰাগীয়ে এইবাৰ বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য ৰাজেন গোহাঁইৰ

ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগোৱা অভিযোগ ৰাজেন গোহাঁইৰ। ‘অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে বিজেপি’। বিজেপি ত্যাগ কৰিয়েই এই মন্তব্য বিজেপিৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীৰ।
1 Min read
cylinder blast
Assamese

চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত প্ৰচণ্ড খুন্দা টেংকাৰৰ, তাৰপিছত কি হ'ল?

ৰাজস্থানৰ জয়পুৰ আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা। চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা টেংকাৰৰ। প্ৰায় দুঘণ্টা ধৰি একেলগে ২০০টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ।
zubeen
Assamese

সিদ্ধাৰ্থহঁতে পইচাৰ হিচাপ নিদিয়াৰ বাবেই মোবাইল ভাঙি দিছিল জুবিন গাৰ্গে! 'জুবিনে এদিন খুউব দুখেৰে কৈছিল, খগেন দা মোৰ লগত পইচা নাই অ'

জুবিন গাৰ্গে টকা পইচাৰ খেলিমেলিৰ কথা গম পাইছিল। দাদাই এদিন আমাক কৈছিল 'মই মোবাইল ভাঙি পেলালো নহয়'। 'মোৰ একাউণ্টত ৫ কোটি টকা এটা নাই। তিনিবছৰ ধৰি মোক একো হিচাপ দিয়া নাই'।
2 Min read
coffee
Assamese

কফিয়ে প্ৰতিৰোধ কৰিব পাৰে মাৰাত্মক ৰোগ। জানিলে আপুনিও হ'ব আচৰিত।

দুইৰ পৰা তিনি কাপ কফিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱন। আপুনি যদি সঠিক পদ্ধতিত কফি খায়, তেন্তে লিভাৰৰ ৰোগ যেনে লিভাৰ চিৰ'ছিছ আৰু লিভাৰ কেঞ্চাৰৰ আশংকা কমি যায়।
1 Min read
জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া
Assamese

জনজাতিকৰণৰ দাবীত কঁপিছে তিনিচুকীয়া,ৰাজপথত লাখ লাখ প্ৰতিবাদকাৰী...

দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবী আৰু অৰ্থনৈতিক সমস্যা সমাধানৰ দাবীত তিনিচুকীয়াত অস্থিৰতা । মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ সময়তে ১ লাখতকৈ অধিক লোকে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে।
2 Min read
THUMB
Assamese

গম্ভীৰৰ বাবেই অৱসৰ ল’বলৈ বাধ্য হৈছে ৰোহিত, কোহলী !

গম্ভীৰক ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পাছতে ভাৰতীয় ক্ৰিকেটৰ ভিতৰত গঢ় লৈ উঠিছে এক অস্বস্তিকৰ পৰিৱেশ। ভাৰতীয় দলত এতিয়া এনে এক পৰিবেশৰ সৃষ্টি হৈছে যে বিৰাট কোহলী, ৰোহিত শৰ্মা, আৰ অশ্বিনৰ দৰে খেলুৱৈয়ে আগতীয়াকৈ অৱসৰ ল’বলৈ বাধ্য হৈছে।
2 Min read
Thumb
Assamese

মুখ খুলিছে ৰোহিতে। "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে..."

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে ৰোহিত শৰ্মাক অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ পাছতে প্ৰথমবাৰলৈ মুখ খুলিছে ৰোহিতে। ৰোহিতে কয়, "মই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলি ভাল পাওঁ। মই অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি ভাল পাওঁ।
2 Min read
Advertisment