Assamese হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু প্ৰকৃত কাৰন কেতিয়া পোহৰলৈ আনিব SITএ ? এতিয়া প্ৰশ্ন, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কেতিয়া পোহৰলৈ আহিব? জুবিন গাৰ্গৰ মৃত্যু যদি সঁচাই ষড়যন্ত্ৰ আছিল তেতিয়াহ'লে দোষীয়ে কি শাস্তি পাব?
Assamese জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ ‘২২টা দিন পাৰ হ’ল, কি হৈছিল আমি একোৱেই নাজানো’। 'জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক'। '#JusticeForZubeenGarg লিখি ন্যায়ৰ দাবী তোলক সকলোৱে'।
Assamese জুবিনৰ মৃত্যুৰ তদন্ত: মুখ্যমন্ত্ৰী বনাম বিৰোধীৰ সংঘাতত ৰাজনীতিৰ উষ্ণতা তুংগত জুবিন গাৰ্গৰ ছিংগাপুৰত হোৱা ৰহস্যজনক মৃত্যুৰ তদন্তই এতিয়া ৰাজ্যৰ ৰাজনীতিত এক ডাঙৰ ভূমিকম্পৰ সৃষ্টি কৰিছে আৰু তদন্তক লৈ ৰাজ্যৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
Assamese অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ! সলনি হবলৈ গৈ আছে অসমৰ জনগাঁথনি। পৰৱর্তী লোকপিয়লত অসমত মিঞা মুছলমানৰ জনসংখ্যা বৃদ্ধি পাব ৩৮ শতাংশলৈ। ভৱিষ্যতে মিঞা মুছলমানসকল অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব ।
Assamese আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই-মুখ্যমন্ত্ৰী আমি সূতা, লুঙীৰ ৰাজনীতি কৰা নাই। অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তুলিবলৈ আমি কষ্ট কৰিছোঁ, সংগ্ৰাম কৰিছোঁ ৷ এনেধৰণৰ কাম যদি কংগ্ৰেছে কৰিলেহেঁতেন আমাৰ অসমৰ পৰা দৰিদ্ৰতা কেতিয়াবাই নোহোৱা হ'লহেঁতেন ৷
Assamese গৌৰৱ গগৈয়ে কিয় নুবুজে মিঠাতেলৰ মূল্য? 'ইংৰাজৰ শাসনৰ তলত যাব বিচাৰিছে এতিয়া কংগ্ৰেছে দল'। গৌৰৱ গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য,'গৌৰৱ গগৈৰ সন্তানে sun flowerৰ তেল খাই বাবে মিঠাতেলৰ মূল্য বুজি নাপায়'।
Assamese ঘৰৰ পৰাই হোৱাটছএপ কৰি লাভ কৰক চৰকাৰী নথি! চৰকাৰৰ ডাঙৰ সিদ্ধান্ত চৰকাৰে জনতাক দিলে ভাল খবৰ। হোৱাটছএপ কৰিয়েই লাভ কৰক জন্ম, জাতি, আৰু বিবাহৰ প্ৰমাণ পত্ৰ, সম্পত্তি কৰ, আৰু ড্ৰাইভিং লাইচেন্স। যাব নালাগে চৰকাৰী কাৰ্যালয়, পাতিব নালাগে শাৰী...
Assamese জয়ছোৱালৰ শতক! ভংগ দ্ৰাবিড়-কোহলী-গাংগুলীৰ ৰেকৰ্ড যশস্বী জয়ছোৱালৰ অপৰাজিত শতকৰ সহায়ত দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত দৃঢ় আৰম্ভণি টীম ইণ্ডিয়াৰ। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আজি কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় যুৱ বেটাৰ জয়ছোৱালে।
Assamese মহিলা বিশ্বকাপত প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰ অথলে গ'ল ৰিছা ঘোষৰ বিস্ফোৰক ইনিংছ। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। বিশাখাপট্টনমত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। মহিলা বিশ্বকাপত এয়া প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰ।
Assamese আজি কৰৱা চৌথ, স্বামীৰ দীৰ্ঘায়ুৰ বাবে দেশজুৰি হিন্দু বিবাহিত মহিলাসকলে পালন কৰিছে কৰৱা চৌথ কৰৱা চৌথক কৰ্ক তিথি বুলিও জনা যায়। সম্পূৰ্ণ ৰীতি-নীতি আৰু বিধিগত নিয়মেৰে পূজাৰ অন্তত ৰাতি চন্দ্ৰৰ দৰ্শন পোৱাৰ পিছতহে মহিলাসকলে খাদ্য-পানী গ্ৰহণ কৰে।