Advertisment

Assamese

Diplomatic controversy over India and Afghanistan meeting
Assamese

ভাৰত-আফগানিস্তান বৈঠকক লৈ কূটনৈতিক বিতৰ্ক!

ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ আৰু আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকিৰ মাজত শেহতীয়াকৈ হোৱা গুৰুত্বপূৰ্ণ বৈঠকে কূটনৈতিক মহলত সৰৱ আলোচনাৰ সৃষ্টি কৰিছে।
2 Min read
doctor
Assamese

পঞ্চভূতত বিলীন চিকিৎসক ডাঃ খৰ্গেশ্বৰ লাহনৰ নশ্বৰদেহ

লণ্ডনত স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ চিকিৎসক হিচাপে কৰ্মৰত ডাঃ খৰ্গেশ্বৰ লাহনৰ অন্তিম সৎকাৰ সম্পন্ন। গৃহ ভূমি টিংখাঙত অগণন গুণমুগ্ধৰ উপস্থিতিত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন বিশিষ্ট চিকিৎসকগৰাকীৰ।
2 Min read
Violent protests in Pakistan
Assamese

পাকিস্তানত হিংসাত্মক প্ৰতিবাদঃ TLPৰ ‘গাজা মাৰ্চ’ৰ বাবে ইছলামাবাদত হাই-এলাৰ্ট

গাজা ভূখণ্ডত হোৱা গণহত্যাৰ বিৰুদ্ধে আৰু মাৰ্কিন মধ্যস্থতাত হোৱা যুদ্ধবিৰতিৰ বিৰোধিতাৰে ইছলামিক সংগঠন তেহৰীক-ই-লাব্বাইক ‘গাজা মাৰ্চ’ৰ বাবে ইছলামাবাদত ব্যাপক উত্তেজনা।
2 Min read
thumb
Assamese

চিকিৎসালয়ৰ ভিতৰতে মাতৃক হত্যা! আৰক্ষীৰ জালত কুলাংগাৰ পুত্ৰ

এক ভয়ংকৰ ঘটনা। পাষণ্ড, কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী মাতৃয়ে। শ্ৰীভূমি অসামৰিক চিকিৎসালয়ৰ ভিতৰতে সংঘটিত হৈছে এই ঘটনা। এতিয়া প্ৰশ্ন হৈছে- কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে মানুহ?
1 Min read
Thumb
Assamese

জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব

কংগ্ৰেছ দলৰ হাতত কোনো ইচ্ছু নাই। প্ৰতিটো নিৰ্বাচনত শূণ্য হৈ আহিছে কংগ্ৰেছ দল। কংগ্ৰেছলৈ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাঘেৰিটাৰ আহ্বান-জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি নকৰিব। 
2 Min read
Thumb
Assamese

হাফ পেণ্ট পিন্ধি দৌৰাৰ বাবে সমালোচনা কৰা মামনি বেগমক লৈ গৌৰৱাম্বিত অঞ্চলবাসী

দৌৰাৰ সময়ত হাফ পেণ্ট পৰিধান কৰিছিল মামনিয়ে । যাৰবাবে সমালোচনাৰো সন্মুখীন হৈছিল মামনি। চাকৰিত আবেদন কৰাৰ পাছৰে পৰা প্ৰতিদিনে শৰীৰ চৰ্চাৰ কৰাৰ লগতে দৌৰিছিল মামনিয়ে।
1 Min read
Thumb
Assamese

ঋষভ পণ্টক অতিক্ৰম, WTCত কেইবাটাও অভিলেখ শুভমন গিলৰ

টেষ্ট ক্ৰিকেটত আন এক অভিলেখ শুভমন গিলৰ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টক অতিক্ৰম কৰে গিলে। পণ্টক অতিক্ৰম কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ইতিহাসত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী খেলুৱৈত পৰিণত হয় গিল। 
2 Min read
Thumb
Assamese

দেশৰ লাখ লাখ কৃষকলৈ বৃহৎ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দেশৰ লাখ লাখ কৃষকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ উপহাৰ। দেশৰ কৃষকসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কৃষক আৰু পশুপালকৰ বাবে ৪২ হাজাৰ কোটি টকাৰ যোজনা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  
2 Min read
Thumb
Assamese

পুনৰ চমন জাৰি, CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া

সঠিকভাৱে চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ সঠিকভাৱে তদন্ত। কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত এইপৰ্যন্ত সহযোগিতা কৰা নাই ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই। শীঘ্ৰেই CID কাৰ্যালয়ত উপস্থিত হ’ব লাগিব জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত উপস্থিত থকা প্ৰৱাসী অসমীয়া। 
2 Min read
ub exam
Assamese

৩ বছৰ বয়সতে পিতৃক হেৰুৱা দৰিদ্ৰ পৰিয়ালৰ পপীয়ে লাভ কৰিলে চৰকাৰী চাকৰি

কষ্টৰ ফল যে মিঠা সেই কথা প্ৰমাণ কৰিলে পপী গায়নে। আজি ঘোষণা হোৱা অসম আৰক্ষীৰ সংশ্লিষ্ট বিভাগৰ কনিষ্টবল পদত নিযুক্তি লাভ কৰিলে অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন পপীয়ে।
1 Min read
Advertisment