Assamese নিজ প্ৰতিভাৰে জিলিকি উঠিল ডিমাকুছিৰ দুই যুৱক-যুৱতী সদ্য ঘোষিত ৰাজ্য চৰকাৰৰ ADR পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম আৰক্ষীত নিযুক্তি লাভ কৰি বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় মনিন্দ্ৰ ৰাজবংশী আৰু ৰুণুমী নাথে৷
Assamese প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি, চৰকাৰে মুকলি কৰিলে আঁচনি ৰাজ্যত মুকলি হ'ল CM-FLIGHT শীৰ্ষক অভিলাসী আঁচনি। অসমৰ পৰা প্ৰথম পৰ্যায়ত ৫০ হাজাৰ যুৱক-যুৱতীক পঠিওৱা হ'ব জাপানলৈ। প্ৰায় ২ লাখৰ দৰমহাৰ চাকৰি কৰিব পাৰিব জাপানত।
Assamese জুবিন গাৰ্গে ন্যায় পোৱা নাই, কেনেকৈ দীপাৱলী পালন কৰে অসমীয়াই? শব্দহীনভাৱে দীপাৱলী উদযাপন আহ্বান জুবিন গাৰ্গ বিহীন কোনো উত্সৱেই পালন কৰিব পৰা নাই অসমীয়াই। পূজাৰ পিছত এতিয়া পোহৰৰ উত্সৱ দীপাৱলী। কিন্তু জুবিন গাৰ্গ বিহীন প্ৰথমটো দীপাৱলী পালন কৰিব অসমীয়াই। ব্যথিত মনেৰে এইবাৰ অসমবাসীক শব্দবিহীন দীপাৱলী পালনৰ আহ্বান।
Assamese ভাঙি পেলোৱা হ'ব নেকি পেৰিছৰ আইফেল টাৱাৰ? সঁচাকৈ ভাঙি পেলোৱা হ'ব নেকি বিশ্ব প্ৰসিদ্ধ আইফেল টাৱাৰ? ২০২৬ত আইফেল টাৱাৰ ভাঙি পেলাব বুলি ওলোৱা খবৰ কিমান সঁচা? কিয় আইফেল টাৱাৰ ভাঙিবলৈ ওলাইছে ফ্ৰান্সে? সামাজিক মাধ্যমত ব্যাপক চৰ্চা।
Assamese কালি গোটেই ৰাতি বৌয়ে কান্দি আছে... CIDৰ কাৰ্যালয়ত জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ। চিআইডিয়ে ভাষ্য গ্রহণ কৰিলে অৰুণ গাৰ্গৰ। CIDৰ কাৰ্যালয়ত হাজিৰ হৈ অৰুণ গাৰ্গে ক'লে- কালি গোটেই ৰাতি বৌয়ে কান্দি আছে, মোক এতিয়া কেৱল দাদাৰ ন্যায় লাগে।
Assamese কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত দিশহাৰা কেৰিবিয়ান বাহিনী টীম ইণ্ডিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টতো বেটিং বিপৰ্যয়ৰ সম্মুখীন হৈছে ৱেষ্ট ইণ্ডিজ দল। কুলদ্বীপ যাদৱৰ স্পীন ঘূৰ্ণিত একপ্ৰকাৰ দিশহাৰা হৈ পৰিল কেৰিবিয়ান বাহিনী। ভাৰতৰ ৫১৮ ৰানৰ প্ৰত্যুত্তৰত ২৪৮ ৰানতে প্ৰথম ইনিংছ সামৰে ৱেষ্ট ইণ্ডিজে।
Assamese অসমৰ এইবাৰ যুঁজ এখন হ'ব-গৌৰৱ গগৈ '২৬ৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। ঢেকিয়াজুলিত সদ্য বিজেপিত্যাগী বাতাচ ওৰাংসহ ৬ শতাধিক লোকৰ কংগ্ৰেছত যোগদান। যোগদান সভাতে মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে বিস্ফোৰণ গৌৰৱ গগৈৰ।
Assamese দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি উজলিল চৰাইদেউৰ কৃষ্ণ বৰা দিন হাজিৰা কৰা এটা দৰিদ্ৰ পৰিয়াললৈ আনন্দৰ বতৰা৷ দৰিদ্ৰতাই যে সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে তাৰে নিদৰ্শন দাঙি ধৰিছে চৰাইদেউৰ চাৰিমুঠীয়া গোহাঁই গাঁৱৰ এজন যুৱকে।
Assamese তালিবান মন্ত্ৰীৰ সংবাদমেলত নিষিদ্ধ মহিলা সাংবাদিক! দেশজুৰি বিতৰ্ক ভাৰত ভ্ৰমণ কৰিছে আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমীৰ খান মুত্তাকীয়ে। কিন্তু মন্ত্ৰীজনৰ সংবাদমেললৈ মহিলা সাংবাদিকক নিমন্ত্ৰণ নকৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
Assamese চাকৰি নাই, বিপদ পৰিছে নেকি? চিন্তা নকৰিব, ১ লাখ টকাৰে আৰম্ভ কৰক এইকেইটা ব্যৱসায়... মাত্ৰ ১ লাখ টকা যোগাৰ কৰক। কৰক এইকেইটা ব্যৱসায়। লাহে লাহে আপুনিও এদিন হৈ পৰিব উদ্যোগপতি। বহুতেই চাকৰি এৰি আগ্ৰহী হৈছে ব্যৱসায়ৰ প্ৰতি। ১ লাখ টকাত কি কি ব্যৱসায় কৰিব পাৰিব আপুনি?