Advertisment

Assamese

Thumb
Assamese

২০২৭ৰ বিশ্বকাপ খেলিবনে ৰোহিত-কোহলীয়ে? কি ক'লে গম্ভীৰে-

অনিশ্চয়তাত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ক্ৰিকেট কেৰিয়াৰ। দীৰ্ঘবিৰতিৰ অন্তত ২২ গজলৈ প্ৰত্যাৱৰ্তন হ'ব দুই তাৰকাৰ। কিন্তু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কৰা প্ৰদৰ্শনে দুয়োগৰাকী খেলুৱৈৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব বুলি ধাৰণা কৰিছে একাংশই। 
2 Min read
Thumb
Assamese

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন অভিলেখ ৰবীন্দ্ৰ জাদেজাৰ

এক নতুন অভিলেখ টীম ইণ্ডিয়াৰ তাৰকা স্পীনাৰ ৰবীন্দ্ৰ জাদেজাৰ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ঘৰুৱা মাটিত ভাৰতৰ হৈ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হ'ল জাদেজা। গৃহভূমিত ৩৭৭টা উইকেট দখল কৰি প্ৰাক্তন স্পীনাৰ হৰভজন সিঙক অতিক্ৰম কৰে জাদেজাই। 
1 Min read
Thumb
Assamese

অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। টেষ্ট শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ।

অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া। আহমেদাবাদৰ পাছত দিল্লী টেষ্টতো মুখঠেকেচা কেৰিবিয়ান বাহিনীৰ। দিল্লী টেষ্টত জয়েৰে শৃংখলাত ক্লীন শ্বুইপ গিল বাহিনীৰ। আনহাতে দিল্লী টেষ্ট জয়ৰ পাছতেই কেইবাটাও ৰেকৰ্ড গঢ়িছে টীম ইণ্ডিয়াই।
2 Min read
AASU Protest
Assamese

ৰাজ্যজুৰি আছুৰ বিক্ষোভ কাৰ্যসূচী

অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচী৷ আছু কৰ্মীয়ে সাৱ্যস্ত কৰে প্ৰতিবাদ।
2 Min read
hagrama mahilari
Assamese

বড়োভূমিৰ কি বিভাগ, কাৰ হাতত? হাগ্ৰামাই কি কি দপ্তৰ ৰাখিলে নিজৰ লগত?

BTCৰ ১২গৰাকী কাৰ্যবাহী সদস্যক দপ্তৰ বিতৰণ হাগ্ৰামাৰ। ৬টা দপ্তৰ নিজৰ হাতত ৰাখি হাগ্ৰামা মহিলাৰীয়ে বিতৰণ কৰিলে আন সমূহ দপ্তৰ। হাগ্ৰামাই নিজৰ হাতত ৰাখিলে PWD, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিত্ত, যুৱ কল্যাণ বিভাগ, আৰু জনজাতি উন্নয়ন, সাংস্কৃতিক পৰিক্ৰমা বিভাগ।
1 Min read
THUMB
Assamese

SITয়ে মাতিছে বিশিষ্ট ব্যক্তিক। কিন্তু চলন্ত তদন্ত প্ৰক্ৰিয়াত বাধা দিলে বিশিষ্ট ব্য়ক্তি হ'ব নেকি দোষী? কি কয় আইনে?

বিশিষ্ট ব্যক্তিক SITয়ে মাতি আলোচনা কৰিলে তদন্তত বাধা হ'ব নেকি? আইন মতে এটা চলন্ত গোচৰ বা তদন্ত প্ৰক্ৰিয়াত কোনোৱে যদি বাধা দিয়ে তেন্তে কোন কিমান দোষী হ'ব? DY365ৰ পৰিচালন সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কুমুদ দাসৰ দৃষ্টিত SITৰ আমন্ত্ৰণক লৈ কিছু আলোকপাত।
1 Min read
DHEKIAJULI - AATSA
Assamese

জনজাতিকৰণ লাগিবই! অন্যথা বিজেপিক ওফৰাই পেলোৱাৰ হুংকাৰ আটছাৰ

এইবাৰ আদিবাসীয়ে কঁপাই তুলিব ঢেকীয়াজুলিৰ ৰাজপথ। তিনিচুকীয়া, ডিব্ৰুগৰৰ পিছত এইবাৰ শোণিতপুৰৰ ঢেকীয়াজুলিত বৃহৎ আন্দোলনৰ হুংকাৰ আদিবাসী চাহ জনগোষ্ঠীয় লোকৰ।
2 Min read
THUMB
Assamese

মোৰ ঠাইত আইনী আৰু চিকিৎসা বিশেষজ্ঞক বৈঠকলৈ মাতকঃ অনুৰাধা শৰ্মা পূজাৰী

SITৰ আমন্ত্ৰণ প্ৰত্যাখান কৰিলে অনুৰাধা শৰ্মা পূজাৰীয়ে। সামাজিক মাধ্যমত প'ষ্ট কৰি সাহিত্যিকগৰাকীয়ে SITক জনালে আহ্বান। 'মোৰ স্থানত আইনী আৰু চিকিৎসাৰ বিষয়ে জ্ঞান থকা বিশেষজ্ঞক বৈঠকলৈ আমন্ত্ৰণ কৰা হ'লেহে তদন্ত প্ৰক্ৰিয়াত উপযুক্ত মতামত দিব পাৰিলেহেঁতেন'।
2 Min read
thumb
Assamese

নাবালিকা ধৰ্ষণকাৰী ৰাজদ্বীপ দাস বৰভূঞাক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড

নাবালিকাৰে কু-কাণ্ড কৰা ৰাজদ্বীপ দাস বৰভূঞা নামৰ লম্পটক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। ২০২৪ৰ ১১ অক্টোবৰত নৱমীৰ দিনা কাছাৰ জিলাৰ উধাৰবন্ধ মধুৰাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড।
1 Min read
munnaprasad gupta
Assamese

জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপ'ৰ্ট ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে একাংশইঃ SDGP মুন্নাপ্ৰসাদ গুপ্তা

জুবিনৰ মৰণোত্তৰ, ভিছেৰা ৰিপ'ৰ্ট একাংশই কাইলৈ ৪ বজাত ৰাজহুৱা কৰা হ’ব বুলি ভুৱা প্ৰচাৰ চলাইছে বুলি মন্তব্য SDGP গুপ্তাৰ। জুবিনৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰতাৰে চলিছে বুলিও মন্তব্য মুন্নাপ্ৰসাদ গুপ্তাৰ।
2 Min read
Advertisment