Advertisment

Assamese

Thumb
Assamese

শক্তিশালী পাছপ’ৰ্টৰ ক্ষেত্ৰত অৱনমিত হ’ল ভাৰতৰ স্থান

প্ৰকাশ পালে ২০২৫ৰ শক্তিশালী পাছপ’ৰ্টৰ তালিকা। শক্তিশালী পাছপ’ৰ্টৰ ক্ষেত্ৰত অৱনমিত হ’ল ভাৰতৰ স্থান। ৮০নং স্থানৰ পৰা ভাৰতৰ স্থান হ'লগৈ ৮৫। কিন্তু প্ৰশ্ন হৈছে ভিছা অবিহনে কিমানখন দেশ পাছপ’ৰ্টৰ দ্বাৰা ভ্ৰমণ কৰিব পাৰিব ভাৰতীয় নগৰিকে?
1 Min read
Thumb
Assamese

নাহৰৰ পুলিৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে

আজি অসমলৈ আহিব লোকসভাৰ বিৰোধী দলপতি, কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী। প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু, হাৰ্ট'থ্ৰৱ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিব কংগ্ৰেছ নেতাগৰাকী। 
2 Min read
Thumb
Assamese

ৰঙাঘৰৰ আলহী শেখৰজ্যোতি , অমৃতপ্ৰভা

ৰঙাঘৰৰ আলহী হ’ল শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। শেখৰজ্যোতি, অমৃতপ্ৰভাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। দুয়োৰে পৰৱৰ্তী ঠিকনা কি হ'ব ইয়াকে লৈ এতিয়া চলিছে চৰ্চা। 
2 Min read
thumb
Assamese

কলিয়াবৰত চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ পৰা চিলনী চোৰে থপিয়াই নিলে ১ লাখ ৪০ হাজাৰ টকাৰ বেগ।

কলিয়াবৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ সন্ত্ৰাস। কেতিয়াবা যদি মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই, কেতিয়াবা আকৌ মহিলাৰ হাতৰ পৰা বেগ থপিয়াই।
1 Min read
Thumb
Assamese

ই'গক একাষৰীয়া কৰি সন্তানৰ ভৱিষ্যতক অগ্ৰাধিকাৰ দিয়ক- উচ্চতম ন্যায়ালয়

বিয়াৰ পাছত স্বামীক নিজৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব নালাগে পত্নীয়ে। স্বামী-স্ত্ৰীৰ মাজত হোৱা অশান্তিৰ বাবে আটাইতকৈ বেছি ক্ষতি হয় সন্তানৰ। বিবাহ বিচ্ছেদৰ এক গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ। 
1 Min read
Thumb
Assamese

পুত্ৰক বিচাৰি কাৰাগাৰৰ সন্মুখত অসহায় মাতৃৰ কান্দোন

পুত্ৰক বিচাৰি বাক্সা জিলা কাৰাগাৰৰ সন্মুখত দুই অসহায় পিতৃ-মাতৃ। পৰীক্ষা দি উভতি অহা পুত্ৰক মোকলাই দিবলৈ আৰক্ষীৰ ভৰিত ধৰি অনুৰোধ মাতৃৰ। কিন্তু পুত্ৰক বিচাৰি অহা অসহায় মাতৃক লাঠী দেখুৱাই খেদি পঠিয়ালে আৰক্ষীয়ে। 
2 Min read
THUMB
Assamese

বাক্সাৰ ভয়ংকৰ ঘটনাত জড়িত আছিল তৃতীয় পক্ষ- DGP

বুধবাৰে বাক্সাৰ নিকাছিত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হৈছিল প্ৰচণ্ড হতাহতি। তাৰ মাজতেই DGPৰ চাঞ্চল্যকৰ মন্তব্য- বাক্সাৰ নিকাছিৰ এই ঘটনাত জড়িত আছিল তৃতীয় পক্ষ।
2 Min read
After Nepal, now Gen Z's chaos in Madagascar
Assamese

নেপালৰ পিছত এইবাৰ Gen Zৰ ধ্বংসলীলা মাডাগাস্কাৰত

Gen Zৰ ভ্ৰষ্টাচাৰবিৰোধী আন্দোলনত মাডাগাস্কাৰৰ ৰাষ্ট্ৰপতি এন্দ্ৰি ৰাজ'য়েলিনা সোমবাৰৰ ৰাষ্ট্ৰ এৰি পলায়ন কৰিছে। পানী আৰু বিজুলী যোগানৰ দাবীত প্ৰথমে হৈছিল আন্দোলন।
2 Min read
tHUMB
Assamese

‘একো বুজা নাই, ইমান ৰহস্য অথচ...। সামাজিক মাধ্যমত কি লিখিলে গৰিমাই

প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন আজি ২৭টা দিন। এতিয়া ন্যায়ৰ অপেক্ষাত সমগ্ৰ ৰাজ্য়বাসী। ৰাজ্যবাসীৰ মুখত মাথোঁ এটাই কথা #JusticeForZubeenGarg। তাৰ মাজতেই পত্নী গৰিমা শইকীয়া গাৰ্গৰ সামাজিক মাধ্যমত পুনৰ আৱেগিক পোষ্ট। 
2 Min read
THUMB
Assamese

সলনি হ'ল ঠিকনা। নতুন কাৰাগাৰৰ আলহী শ্যামকানু, সিদ্ধাৰ্থ...

সলনি হ'ল শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাহতৰ ঠিকনা। আজিৰে পৰা বাক্সা জিলা কাৰাগাৰৰ আলহী শ্যামকানু মহন্ত , সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য। ইজনকে।  
2 Min read
Advertisment