Advertisment

Assamese

Garima Saikia Garg
Assamese

প্ৰতি শুকুৰবাৰে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীলৈ নিশা এবাৰ যায় গৰিমা শইকীয়া গাৰ্গ

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নোহাৱা হোৱা এমাহেই হ'বৰ হ'ল। বিগত দিনকেইটাত আপোন মানুহজনক চিৰদিনৰ বাবে হেৰুৱাই চকুৰ পৰা চকুলো আঁতৰা নাই পত্নী গৰিমা শইকীয়া গাৰ্গৰ।
2 Min read
Kati bihu
Assamese

আজি কাতি বিহু

বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ যদিও অসমবাসীয়ে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ পালন কৰে। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে।
2 Min read
Major reshuffle in Gujarat cabinet
Assamese

গুজৰাটৰ কেবিনেটত ব্যাপক ৰদ-বদল- ২৬জন নতুন মন্ত্ৰীৰ সংযোজন

বিজেপি শাসিত গুজৰাটত ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাহিৰে কেবিনেটৰ সকলো সদস্যই পদত্যাগ কৰাৰ পিছত সৃষ্টি হৈছে চাঞ্চল্যৰ।
1 Min read
THUMB
Assamese

কাইলৈ ধনতেৰাছ, এইকেইটা সামগ্ৰী ক্ৰয় কৰক, পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ

ধনতেৰাছত মাটি-বাৰী, গাড়ী-গহনা ক্ৰয় কৰাৰ শুভ সময় কেতিয়া? ধনতেৰাছৰ বিশেষ নক্ষত্ৰমণ্ডল কেতিয়া হয়? ধনতেৰাছত কি কি সামগ্ৰী কিনিলে পাব লক্ষ্মী দেৱীৰ আশীৰ্বাদ?
Journalists protest
Assamese

ৰাজ্যজুৰি সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যজুৰি সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। বাক্সাত সাংবাদিকৰ ওপৰত আক্ৰমণ কৰাৰ বিৰুদ্ধে ৰূপায়ণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী।
2 Min read
THUMB
Assamese

নগা দুৰ্বৃত্তৰ সন্ত্ৰাস! পিষ্টল দেখুৱাই অসমৰ ব্যৱসায়ীক অপহৰণৰ চেষ্টা

গোলাঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত চাঞ্চল্যকৰ ঘটনা। অসমৰ ব্যৱসায়ীক পিষ্টল দেখুৱাই অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ। দিন দুপৰতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লোকজনক অপহৰণৰ চেষ্টা নগা দুৰ্বৃত্তৰ।
2 Min read
THUMB
Assamese

মন্ত্ৰী হ'ব BPFৰ চৰণ বড়ো। কাইলৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ

DY365ৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ তথ্য। মাজবাটৰ বিপিএফ বিধায়ক চৰণ বড়োৱে মন্ত্ৰীসভাত স্থান পোৱাটো নিশ্চিত। শনিবাৰে দিনৰ ১১ বজাত নতুন মন্ত্ৰীৰূপে শপত ল’ব বড়োৱে।
Kakpathar
Assamese

কাকপথাৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ

তিনিচুকীয়া কাকপথাৰ সেনা শিবিৰত ভয়ংকৰ আক্ৰমণ কৰে আলফা স্বাধীনে। মাজনিশা সেনা শিবিৰলৈ লক্ষ্য কৰি ৰকেট লঞ্চাৰ নিক্ষেপ কৰে আলফা স্বাধীনে। তীব্ৰ চাঞ্চল্য। 
1 Min read
THUMB
Assamese

জুবিনক ন্যায় দিবলৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ

জুবিন গাৰ্গৰ মৃত্যুক লৈ ছিংগাপুৰ আৰক্ষীত সুকীয়া গোচৰ দুলু আহমেদৰ। দুলু আহমেদৰ গোচৰটো গ্ৰহণ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে। মেইলযোগে গোচৰটো সন্দৰ্ভত জনাইছে তথ্য।
thumb
Assamese

জুবিন মানৱদৰদী আছিল, তেওঁ সঁচাই কাঞ্চনজংঘাঃ ৰাহুল গান্ধী

'জুবিন গাৰ্গে কৈছিল তেওঁ কাঞ্চনজংঘা, সঁচাই তেওঁৰ গাত কাঞ্চনজংঘাৰ গুণ আছে'। 'জুবিন গাৰ্গৰ মৃত্যু সমগ্ৰ অসমৰ বাবে অপুৰণীয় ক্ষতি'। গৰিমা শইকীয়া গাৰ্গক সাক্ষাতৰ অন্তত ৰাহুল গান্ধীৰ এই মন্তব্য।
2 Min read
Advertisment