Advertisment

Assamese

THUMB
Assamese

জুবিনক লৈ ব্যৱসায় নহয়! জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান, দোকান উঠাই নিনিলে চলিব উচ্ছেদ

সোণাপুৰৰ জুবিন ক্ষেত্ৰত দিব নোৱাৰিব দোকান! দোকান উঠাই নিনিলে ৬ দিনৰ পিছত নিকতৱৰ্তী স্থানৰ দোকানত চলিব উচ্ছেদ। ১৭ অক্টোবৰত NHAI-এ জাৰি কৰিলে জাননী।
THUMB
Assamese

জুবিনে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'বঃ খগেন গগৈ

জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱা আজি এমাহ হ'ল। আজিও জুবিন গাৰ্গক পাহৰিব পৰা নাই কোটি কোটি অনুৰাগীয়ে। জুবিন গাৰ্গক স্মৰণ কৰি শিল্পী খগেন গগৈয়ে ক'লে- 'জুবিনে ন্যায় নাপালে মহাভাৰতৰ যুদ্ধ হ'ব'।
1 Min read
THUMN
Assamese

চৰকাৰী ঘৰত শিক্ষকৰ দুৰ্নীতি! PMAYৰ জিঅ’টেগিং কৰিবলৈ গৈ ৰাইজৰ ৰোষত শিক্ষক

PMAY ঘৰৰ জিঅ’টেগিং কৰিবলৈ গৈ ৰাইজৰ ৰোষত শিক্ষক। জিঅ’টেগিঙৰ নামত সংঘটিত দুৰ্নীতিৰ অভিযোগ তুলি শিক্ষকক ঘেৰাও কৰিলে একাংশ লোকে। শ্রীভূমিত জিঅ’টেগিঙৰ দায়িত্ব থকা শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ।
1 Min read
Thumb
Assamese

২২ গজৰ পৰাই নিৰ্বাচকক প্ৰত্যুত্তৰ মহম্মদ ছামীৰ

ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰক প্ৰত্যুত্তৰ ষ্টাৰ বলাৰ মহম্মদ ছামীৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত নকৰাৰ পাছতে ২২ গজৰ প্ৰদৰ্শনেৰে মুখ্য নিৰ্বাচকক প্ৰত্যুত্তৰ দিলে ছামীয়ে। 
2 Min read
Thumb
Assamese

নিৰ্লজ্জ পাকিস্তান! ভয়ংকৰ আক্ৰমণত ৩ ক্ৰিকেটাৰৰ কৰুণ মৃত্যু

যুদ্ধবিৰতি উলংঘা কৰি আফগানিস্তানৰ পাক্তিকাত ভয়ংকৰ বিমান আক্ৰমণ পাকিস্তানৰ। পাকিস্তানৰ এই বিমান আক্ৰমণত তিনিজন আফগান ক্ৰিকেটাৰসহ ৮ জন লোক নিহত হোৱাৰ লগতে আন ৭ জন আহত হৈছে।
2 Min read
Thumb
Assamese

‘মই এটকা দি দুটকা লোৱা মানুহ ’-হাগ্ৰামা

মই Give & Takeত বিশ্বাস কৰোঁ। এটকা দি দুটকা লোৱা মানুহ মই । BJPৰ সৈতে BTCত বহু কাম কৰিব লগীয়া আছে। কিন্তু ২৬ৰ নিৰ্বাচনহে আমাৰ প্ৰকৃত লক্ষ্য : হাগ্ৰামা
2 Min read
thumb
Assamese

সকলো বস্তুৰে দাম বাঢ়িছে, কিন্তু মাটি চাকিৰ দাম এতিয়াও মাত্ৰ ১ টকা

জুবিনবিহীন প্ৰথমটো দীপাৱলী উদযাপন কৰিব অসমে। দীপাৱলীৰ বাবে যোগীঘোপাত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত মৃৎ শিল্পী। সকলো বস্তুৰে দাম বাঢ়িলেও বঢ়া নাই মাটি চাকিৰ দাম।
1 Min read
Assam Police
Assamese

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল। কেইবাখনো জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক বদলি। ৰদ-বদল কৰা হৈছে ৰাজ্যৰ ৩৬ গৰাকীকৈ আৰক্ষী বিষয়াক। কামৰূপলৈ বদলি কাৰ্বি আংলঙৰ SSP সঞ্জীৱ কুমাৰ শইকীয়াক।
2 Min read
thumb
Assamese

'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'- জুবিন ক্ষেত্ৰত উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ

'তেওঁৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে, তেওঁ মোৰ কথা শুনিব'। 'শুকুৰবাৰে যিহেতু ঘটনাটো ঘটিছিল সেয়ে মই শুকুৰবাৰে ইয়ালৈ আহো'। উচুপি উঠিল পত্নী গৰিমা শইকীয়া গাৰ্গ।
1 Min read
Rohingyas arrested
Assamese

কাছাৰৰ কালাইনত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়াক আটক

কাছাৰৰ কালাইন বজাৰত শিশু, মহিলাসহ ১৮ ৰোহিংগীয়া নাগৰিকক আটক। কালাইন বজাৰৰ পৰা স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে অবৈধ বিদেশী নাগৰিককেইটাক।
1 Min read
Advertisment