Advertisment

Assamese

Diwali-Kali Puja
Assamese

আজি দীপাৱলী-কালী পূজা

আজি পোহৰৰ উত্‍সৱ দীপাৱলী। সমগ্ৰ দেশতে দীপাৱলীক লৈ উত্‍সাহ, উদ্দীপনা। প্ৰতি বছৰে শৰৎ কালৰ কাতি মাহৰ অমাৱস্যা তিথিত এই উৎসৱ পালন কৰা হয়। পৰম্পৰাগতভাৱে আয়োজন দীপাৱলীৰ।
2 Min read
Thumb
Assamese

জুবিনক আমি সদায়েই জীয়াই ৰাখিব লাগিব- গৰিমা গাৰ্গ

জুবিন গাৰ্গবিহীন এটা মাহ। প্ৰতিজন অসমীয়াৰ অন্তৰত উমি উমি জ্বলি আছে একুৰা জুই। মৰমৰ শিল্পীগৰাকীৰ অকনমান সান্নিধ্য পাবলৈ জুবিন ক্ষেত্ৰলৈ প্ৰতিদিনে হাজাৰ হাজাৰ অনুৰাগীৰ সোঁত।
2 Min read
Thumb
Assamese

ভয়ংকৰ! ৰানৱে'ৰ পৰা পিছলি সাগৰত পৰিল বিমান

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা। অৱতৰণৰ সময়তে এইবাৰ ৰানৱে’ৰ পৰা পিচলি সাগৰত পৰে এখন বিমান। হংকং আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত এই বিমান দুৰ্ঘটনাত দুজন লোকৰ মৃত্যুৰ খবৰ। 
2 Min read
Thumb
Assamese

মহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰ

মহিলা বিশ্বকাপত ক্ৰমাগত তৃতীয়টো পৰাজয় টীম ইণ্ডিয়াৰ। চুপাৰ চানডেৰ হাইভল্টেজ খেলত ইংলেণ্ডৰ হাতত ৪ ৰানত পৰাস্ত হৰমনপ্ৰীত কৌৰ বাহিনী। ছেমিফাইনেলত প্ৰৱেশ কৰিবলৈ এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে জয়ৰ বিকল্প নাই টীম ইণ্ডিয়াৰ । 
2 Min read
THUMB
Assamese

পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান

পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান। চৰকাৰী কৰ্মচাৰীৰ বাবে নতুন আইন আনিব চৰকাৰে। পিতৃ-মাতৃক সেৱা নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্তন হ'ব দৰমহা। 
1 Min read
THUMB
Assamese

দেশৰ দৰিদ্ৰ কয়দীক সকাহ উচ্চতম ন্যায়ালয়ৰ

দেশৰ হাজাৰ হাজাৰ দৰিদ্ৰ কয়দীৰ বাবে ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। যিসকল কয়দী সৰু সৰু অভিযোগত কাৰাগাৰত বন্দী হৈ আছে আৰু জামিন লাভ কৰাৰ পাছতো জামিনৰ ধন পৰিশোধ কৰিব নোৱাৰে। সেইসকল কয়দীক জামিনৰ ধন প্ৰদান কৰিব চৰকাৰে। 
1 Min read
Thumb
Assamese

আৰম্ভণি সুখকৰ নহ'ল গিলৰ! অষ্ট্ৰেলিয়াৰ হাতত ৭ উইকেটত পৰাস্ত টীম ইণ্ডিয়া

আৰম্ভণি সুখকৰ নহ'ল গিলৰ! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত মুখঠেকেচা টীম ইণ্ডিয়াৰ। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং লাইনআপৰ সম্মুখত তিষ্ঠিব নোৱাৰি পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। 
2 Min read
Thumb
Assamese

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ।

পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। ক্ৰীজত তিষ্ঠিব নোৱাৰিলে ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰে। বৰষুণে বিধিপথালি জন্মোৱা মেচত ২৬ অভাৰত ৯ উইকেট হেৰুৱাই  টীম ইণ্ডিয়াই সংগ্ৰহ কৰে ১৩৬ ৰান।
2 Min read
Zubeen Garg
Assamese

মৰমৰ শিল্পী জুবিন গাৰ্গ বিহীন এটা মাহ

মৰমৰ শিল্পীগৰাকী নোহোৱা হোৱা এই ৩০দিন পত্নী গৰিমা শইকীয়া গাৰ্গ, পৰিয়াল, আত্মীয় তথা জুবিন অনুৰাগী সকলে কেনেকৈ দিন-ৰাতি পাৰ কৰিছে, তাক পুনৰ কোৱাৰ প্ৰয়োজন নাই।
2 Min read
THUMB
Assamese

যুদ্ধবিৰতি, নহ'ব আক্ৰমণ! শান্তি চুক্তি পাকিস্তান-আফগানিস্তানৰ

দীঘলীয়া বৈঠকৰ অন্তত যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰিলে পাকিস্তান-আফগানিস্তানে। কাটাৰৰ ৰাজধানী ডোহাত শেষ নিশালৈকে দুয়ো দেশৰ প্ৰতিনিধিৰে বৈঠক। যুদ্ধবিৰতিৰ কথা বিবৃতিৰ জৰিয়তে ৰাজহুৱা কৰে কাটাৰৰ বিদেশ মন্ত্ৰালয়ে।
2 Min read
Advertisment