Advertisment

Assamese

'Festival Mohanty' early petition in Supreme Court: Shocking facts come to light after arrest!
Assamese

উচ্চতম ন্যায়ালয়ত 'ফেষ্টিভেল মহন্ত'খ্যাত শ্যামকানুৰ আগতীয়া আবেদন: গ্ৰেপ্তাৰৰ পাছত পোহৰলৈ চাঞ্চল্যকৰ তথ্য!

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে গ্ৰেপ্তাৰ হোৱা ' শ্যামকানু মহন্তৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
2 Min read
A woman thought to be dead in a dowry case was found alive in Madhya Pradesh
Assamese

মধ্য প্ৰদেশত জীৱিত অৱস্থাত উদ্ধাৰ যৌতুকৰ গোচৰত মৃত বুলি ভবা মহিলা

এগৰাকী ২০ বছৰীয়া মহিলা, যাৰ কথিত মৃত্যুৱে তেওঁৰ স্বামী আৰু শাহু-শহুৰৰ বিৰুদ্ধে যৌতুকৰ গোচৰৰ সৃষ্টি কৰিছিল, তেওঁক মধ্য প্ৰদেশত জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।
2 Min read
Fire in Guwahati Fancy Bazaar:One killed, heavy damage!
Assamese

গুৱাহাটী ফেন্সী বজাৰত ভয়ংকৰ অগ্নিকাণ্ড:এজন নিহত, বিস্তৰ ক্ষতি!

ফেন্সী বজাৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা পুৱতি নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডত চাইবাৰ মাৰ্ট নামৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত জুইৰ সূত্ৰপাত হয়
2 Min read
The charges against Shyamkananda Mohanty and Siddharth Sharma are murder
Assamese

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ: শ্যামকানন্দ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

বিশেষ অনুসন্ধানকাৰী দল চমুকৈ SIT-এ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ চলি থকা বিস্তৃত জেৰাৰ পাছত কিছু নতুন প্ৰমাণ লাভ কৰাৰ কথা প্ৰকাশ পাইছে।
2 Min read
SHYAMKANU
Assamese

হেণ্ডকাফ লগাই নহয়, মুখ ঢাকি আনিব লাগিছিল শ্যামকানুকঃ জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা

'শ্যামকানু মহন্তৰ মুখখন ঢাকি আনিব লাগিছিল'। 'নিৰাপত্তাৰ প্ৰতি ভাবুকি নাথাকিলে আইনৰ মতে মানুহ এজনক হেণ্ডকাফ লগাবই নোৱাৰে'। -জ্যেষ্ঠ অধিবক্তা এ কে ভূঞা। Assam | Guwahati |
1 Min read
Mayabini,Zubeen and Mayabini song royalties
Assamese

মায়াবিনী,জুবিন আৰু মায়াবিনী গীতৰ ৰয়েল্টী

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ শোকৰ মাজতে তেওঁৰ কালজয়ী গীত "মায়াবিনী ৰাতিৰ বুকুত" স্বত্বাধীকাৰ আৰু ৰয়েল্টীক লৈ সৃষ্টি হোৱা বিতৰ্কই এক গুৰুতৰ ৰূপ লৈছে।
2 Min read
ফিলিপাইনছত ভূমিকম্পৰ সংহাৰী ৰূপ
Assamese

ফিলিপাইনছত ভূমিকম্পৰ সংহাৰী ৰূপ

মঙলবাৰে নিশা ফিলিপাইনছৰ চেবুৰ উপকূলৰ ওচৰত অহা এক ৬.৯ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই বিস্তৰ ক্ষতি সাধন কৰিছে। ভূমিকম্পত এতিয়ালৈকে কমেও ৬৯ জন লোকৰ মৃত্যু হৈছে।
2 Min read
THUMB
Assamese

জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

গ্ৰেপ্তাৰ হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। দিল্লীত শ্যামকানু মহন্ত গ্ৰেপ্তাৰ কৰাৰ লগতে ৰাজস্থানত গ্ৰেপ্তাৰ হয় সিদ্ধাৰ্থ শৰ্মা।
2 Min read
thumb
Assamese

৭ বছৰীয়া পুত্ৰ সন্তানৰ সৈতে মাতৃৰ ভয়ংকৰ কাণ্ড

এগৰাকী শিশুৱে আটাইতকৈ বেছি সুৰক্ষিত অনুভৱ কৰে নিজৰ মাতৃৰ ওচৰত। কিন্তু এইবাৰ এগৰাকী মাতৃয়ে নিজ সন্তানৰ সৈত্ সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। মাতৃৰ প্ৰহাৰত কৰুণ মৃত্যুক আকোৱালি লয় এটি ৭ বছৰীয়া শিশুয়ে। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। 
1 Min read
DURGA PUJA
Assamese

আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাঅষ্টমী

আজিৰ মহাঅষ্টমীৰ দিনা মা দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। প্ৰবাদমতে কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ লাভ কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী। 
2 Min read
Advertisment