Advertisment

Assamese

zubeen
Assamese

জুবিন অমৰ, এটা গান আজি প্ৰাৰ্থনা। সেই গান 'মায়াবিনী ৰাতিৰ বুকুত...'

এটা গান হৈ পৰিল প্ৰাৰ্থনা। এটা গান সঁচাকৈ হৈ পৰিল ভগৱানক আৰাধনা কৰা এটা পবিত্ৰ প্ৰাৰ্থনা। 'মায়াবিনী ৰাতিৰ বুকুত...' এতিয়া অসমৰ প্ৰতিটো প্ৰান্তে-প্ৰান্তে। তেজপুৰ | ডিব্ৰুগড় | শীৰ্ষ খবৰ | যোৰহাট | গুৱাহাটী
2 Min read
zubeen
Assamese

সিদ্ধাৰ্থই জুবিন দাক কোনো বাধা দিয়া নাছিলঃ শেখৰ

সেই দিনা কি হৈছিল জুবিন গাৰ্গৰ সৈতে? ছিংগাপুৰৰ সমুদ্ৰ তীৰত সংঘটিত সমগ্ৰ ঘটনাৰ বৰ্ণনা দিলে সংগী শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ ছিংগাপুৰ যাত্ৰাৰ অন্যতম সংগী শেখৰ গোস্বামীৰ বিস্ফোৰক তথ্য। শীৰ্ষ খবৰ | ডিব্ৰুগড় | শিলচৰ | যোৰহাট | গুৱাহাটী | অসম
1 Min read
zubeen mayabini by garima
Assamese

মায়াবিনী গাই কান্দি কান্দি বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে

'মায়াবিনী' গাই কান্দি কান্দি বিদায় দিলে নিজৰ বুকুৰ আপোন মানুহজনক পত্নী গৰিমা শইকীয়া গাৰ্গে। গুণমুগ্ধক কন্দুৱাই পঞ্চভূতত বিলীন হ’ল অসমৰ 'জনকণ্ঠ' জুবিন গাৰ্গ।
1 Min read
WhatsApp Image 2025-09-23 at 4.02.26 PM
Assamese

মহিলা সহশিল্পীক পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থইঃ ছুইটি দাস

‘সিদ্ধাৰ্থ শৰ্মা অতিকৈ অভদ্ৰ, অসভ্য মানুহ’। ‘সিদ্ধাৰ্থ শৰ্মাই কেৱল জুবিন গাৰ্গকহে চিনি পায়’। ‘মহিলা সহশিল্পীক পেলনীয়া সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে সিদ্ধাৰ্থই’। বিস্ফোৰণ জুবিন গাৰ্গৰ সহযোগী গায়িকা ছুইটি দাসৰ।
1 Min read
WhatsApp Image 2025-09-23 at 3.53.15 PM
Assamese

জুবিন অনুৰাগীক আক্ৰমণ। চিনি নাপায় জুবিন গাৰ্গক। এতিয়া ৰঙাঘৰৰ আলহী এই দুই যুৱক...

'জুবিনক আমি চিনি নাপাওঁ'। জুবিন গাৰ্গক লৈ আপত্তিজনক মন্তব্য কৰি ৰঙাঘৰৰ আলহী শিক্ষক পুত্ৰ। গহপুৰত গাৰ্গৰ অনুৰাগীক আক্ৰমণৰ ঘটনাক... গুৱাহাটী শীৰ্ষ খবৰ যোৰহাট অসম
1 Min read
RAVISH KUMAR ON ZUBEEN GARG
Assamese

'সমগ্ৰ বিশ্বৰ পৰা জুবিনে লাভ কৰা মৰম, বিশ্বাসৰ কোনো সীমা নাই'। মহান শিল্পী জুবিন গাৰ্গৰ চিৰপ্ৰস্থান।

'চিৰবিদায় জুবিন'। ঈশ্বৰে অসমক এই দুখ সহিবলৈ শক্তি দিয়ক। আমি আমাৰ জীৱনত এনেকুৱা যুগান্তকাৰী বিদায় দেখা নাই। জনতাই জুবিনৰ চিতাৰ প্ৰতিটো ফিৰিঙতিৰ সৈতে জুবিনৰ গান গাই আছে।'
2 Min read
Zubeen Garg
Assamese

জুবিন গাৰ্গ বিহীন অসম। পঞ্চভূতত বিলীন হ’ল জুবিন গাৰ্গৰ নশ্বৰ দেহ।

বৰঝাৰ বিমানবন্দৰৰ পৰা সৰুজাইলৈ কফিনবদ্ধ জুবিন গাৰ্গৰ নশ্বৰ দেহ লৈ অহাৰ সময়ত জনসমুদ্ৰত পৰিণত ৰাজপথ। চকুৰে মণি নোপোৱালৈকে কেৱল মানুহ আৰু মানুহ। অসম
2 Min read
THUMB
Assamese

আজি পঞ্চভূতত বিলীন হ'ব সংগীতৰ ৰজা

মায়াবিনীৰ স্ৰষ্টাই আজি পৰিয়াল, আত্মীয় আৰু হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত বিলীন হ'ব পঞ্চভূতত। আজি সোণাপুৰৰ কমাৰকুছিত জীৱনৰ অন্তিমখন মঞ্চত উঠিব প্ৰাণৰ শিল্পী।
2 Min read
THUMB
Assamese

GMCHত সম্পন্ন জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

দ্বিতীয়বাৰৰ বাবে সম্পন্ন হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা৷ AIIMSৰ চিকিৎসকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ।
2 Min read
THUMB
Assamese

কোনে কৰিব মৰমৰ, হেঁপাহৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখাগ্নি?

মংগলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ জুবিন গাৰ্গ। কমাৰকুছিত ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে চলাইছে প্ৰস্তুতি। ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় জনোৱা হ'ব প্ৰাণৰ শিল্পীগৰাকীক। 
2 Min read
Advertisment