Advertisment

Assamese

THUMB
Assamese

কোনে কৰিব মৰমৰ, হেঁপাহৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মুখাগ্নি?

মংগলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ জুবিন গাৰ্গ। কমাৰকুছিত ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ শেষকৃত্যৰ বাবে চলাইছে প্ৰস্তুতি। ৰাষ্ট্ৰীয় মৰ্যাদাৰে বিদায় জনোৱা হ'ব প্ৰাণৰ শিল্পীগৰাকীক। 
2 Min read
THUMB
Assamese

ৰহস্যঘন মৃত্যু! GMCHত কাইলৈ হ’ব জুবিনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা

অকাল মৃত্যু জুবিন গাৰ্গৰ। সাঁতুৰিবৰ বাবে নামিছিল ছিংগাপুৰৰ সাগৰত, সাঁতুৰি থাকোঁতেই জুবিন গাৰ্গৰ স্বাস্থ্য অৱনতি ঘটিছিল আৰু তাৰ পাছত কোনোদিন উভতি নহা বাটেৰে গুছি গ'ল হাৰ্টথ্ৰৱ।
2 Min read
THUMB
Assamese

ৰাজ্যৰ ভিন্ন প্ৰান্তত এজাহাৰ, শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পৰা তালিকাত কোন কোন?

এটা কফিনৰ ভিতৰত নীৰৱে শুই আছে জুবিন গাৰ্গ। হাজাৰ চেষ্টা কৰিও অসমীয়াই আৰু জগাব নোৱাৰিলে প্ৰাণৰ শিল্পীক। জুবিন নামৰ সত্বাটোক অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে। সাগৰ তলিত শুবৰে মন বুলি গান গোৱা জুবিনে সাগৰতেই ললে জীৱনৰ অন্তিমটো উশাহ। 
2 Min read
THUMB
Assamese

আৰু কিছু বেলি দেখা দিবা নেকি...সৰুসজাইত নীৰৱে শুই আছে জুবিন গাৰ্গ

সৰুসজাইত নীৰৱে শুইছে জুবিনে। জুবিন গাৰ্গক প্ৰতিজন অসমীয়াই আজি মায়াবিনী গাই জগাবলৈ চেষ্টা কৰিছে। কিন্তু জীৱনৰ ৫২ টা বসন্তৰ ভাগৰ জিৰাবলৈ চিৰকাললৈ শুই গ'ল জুবিন গাৰ্গ।
2 Min read
THUMB
Assamese

অসমভূমিত অসম আৰু অসমীয়াৰ জুবিন গাৰ্গ

অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত অসম পালেহি সকলোৰে প্ৰাণৰ, হেঁপাহৰ, মৰমৰ জুবিন গাৰ্গ। কিন্তু এতিয়াও জুবিন গাৰ্গ যে নাই সেই কথা মানি লব পৰা নাই কোনো অসমীয়াই। 
2 Min read
Zubeen Garg
Assamese

বিশ্ব বিজয়ী জুবিন। কি নাম দিম তোমাৰ জীনৱীক?

মৃত্যুও এটা শিল্প। জুবিন আৰু নাই। জুবিনৰ মৃত্যুও যেন এক শিল্প। জুবিনৰ উভতি নহাৰ বাটেৰে গুচি গ'ল অসমৰ মৰমৰ জুবিন। জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনাই জুবিনৰ জীনৱীৰ কিছু আলোকপাত।
Zubeen Garg
Assamese

অসমীয়াৰ হৃদয় স্পন্দন শিল্পী জুবিন গাৰ্গ আৰু নাই।

শুকুৰবাৰে ছিংগাপুৰত অনাকাংক্ষিত পৰিস্থিতিত উভতি নহাৰ বাটেৰে চিৰদিনলৈ গুচি গ’ল ৫২ বছৰীয়া জুবিন গাৰ্গ। দ্বীপ ৰাষ্ট্ৰ ছিংগাপুৰত এক অনুষ্ঠানৰ বাবে গৈছিল জুবিন। অসম | দেশ Assamese
2 Min read
zubeen
Assamese

আকৌ আহিব নে জুবিন? জুবিনৰ মৃত্যু জানো হ'ব পাৰে?

জুবিন আৰু নাই। হঠাৎ অসম কঁপাই যোৱাকৈ ছিংগাপুৰৰ পৰা এটা খবৰ। যিগৰাকী শিল্পীৰ প্ৰতি কত সহস্ৰ অনুৰাগী দোৱা-প্ৰাৰ্থনা আছে সেইগৰাকী শিল্পী নাই বুলিয়েই নোহোৱা হৈ যাব পাৰেনে? গুৱাহাটী যোৰহাট শিলচৰ
2 Min read
Thumb
Assamese

পড্ডিকল, ধ্ৰুৱ জুৰেলৰ শতকেৰে অষ্ট্ৰেলিয়াক শক্তিশালী প্ৰত্যুত্তৰ টীম ইণ্ডিয়াৰ

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শক্তিশালী স্থিতিত টীম ইণ্ডিয়া। লক্ষ্ণৌত অনুষ্ঠিত খেলখনত অষ্ট্ৰেলিয়াA ৰ ৫৩২ ৰানৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই সংগ্ৰহ কৰিছে ৭ উইকেটৰ বিনিময়ত ৫৩১ ৰান। 
1 Min read
Thumb
Assamese

ক'ভিদৰ পিছত এইবাৰ এমিবা ভাইৰাছৰ সন্ত্ৰাস

কেৰালাত ত্ৰাসৰ সৃষ্টি কৰিছে এমিবা ভাইৰাছে। এইপৰ্যন্ত এমিবা ভাইৰাছত আক্ৰান্ত ১৯ জনৰ মৃত্যু হৈছে৷ এমিবা ভাইৰাছৰ লক্ষণসমূহ হ'ল জ্বৰ, মূৰৰ বিষ, বমি, ডিঙি জঠৰ হোৱা , বিভ্ৰান্তি, আদি।
1 Min read
Advertisment