Advertisment

Assamese

Thumb
Assamese

বিতৰ্কৰ মাজতেই পুনৰ সমুখসমৰত ভাৰত-পাকিস্তান

পুনৰ সমুখসমৰত ভাৰত-পাকিস্তান। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ভাৰত-পাকিস্তানৰ মাজত পুনৰ অনুষ্ঠিত হ'ব হাইভল্টেজ মহাৰণ। ২১ ছেপ্তেম্বৰত অনুষ্ঠিত হ'বলগীয়া চুপাৰ ৪ৰ খেলখনক লৈ অপেক্ষা এতিয়া ক্ৰীড়াপ্ৰেমীৰ।
1 Min read
Thumb
Assamese

টি-২০ ক্ৰিকেটত আন এক অভিলেখৰ দিশে টীম ইণ্ডিয়া

এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ৰ আজি অন্তিমখন খেল। আবুধাবিত আজি অনুষ্ঠিত হ'ব ভাৰত-ওমানৰ মাজত খেলখন। দুখনকৈ জয়েৰে টীম ইণ্ডিয়াই চুপাৰ ৪ত প্ৰৱেশ কৰাৰ বিপৰীতে ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে ওমান।
1 Min read
Ramdev Mahato
Assamese

বাংলাদেশী বজৰংগী ভাইজানৰ সহায়ত ভাৰতলৈ উভতিল ৰামদেৱ মাহাতো!

দীৰ্ঘদিন ধৰি বাংলাদেশত বন্দী হৈ থকা ৬০ বছৰীয়া ৰামদেৱ মাহাতো অৱশেষত নিজ দেশলৈ উভতি আহিবলৈ সক্ষম হয়। সোমবাৰে ৰামদেৱ মাহাতো দীৰ্ঘদিনৰ মূৰত নিজ দেশলৈ উভতি আহে।
2 Min read
thumb
Assamese

গৌৰৱ গগৈ আমূল বেবী, আমাৰ লগত পাট্টা নাপায়ঃ মুখ্যমন্ত্ৰী

গৌৰৱ গগৈক এইবাৰ আমূল বেবী আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 'আমূল বেবীয়ে আমাৰ লগত পাট্টা নাপায়'। 'যিয়ে নিজৰ আত্মা পাকিস্তানক বন্ধকত দিছে'।
1 Min read
THEATRE
Assamese

হেঁপাহ প্ৰিয় অভিনেতাক ওচৰৰ পৰা চোৱাৰ। কিন্তু নিৰাশ মনে উভতিল দৰ্শক!

কলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থৰ পূৰ্বে প্ৰেক্ষাগৃহত লাগিল অথন্তৰ। বীণাপাণি থিয়েটাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবে নিৰাশ মনেৰে ওভতিল নাট্যপ্ৰেমী দৰ্শক!
2 Min read
THUMB
Assamese

শিল্পী তুমি তিনিও কালৰ, হস্তশিল্পী সপোন নেওগৰ দেহাৱসান

অৱশেষত জীৱন যুঁজত হাৰ মানিলে অসমৰ ৰাইন'মেন তথা 'মাষ্টাৰ ক্ৰাফটমেন' হিচাপে পৰিচিত লগতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন হস্তশিল্পী তেজপুৰ ডিপোটাৰ নিবাসী সপোন নেওগে।
2 Min read
THUMB
Assamese

অসমৰ আন্দোলনত কোনোৱে ইতিবাচক ফল পোৱা নাইঃ মুখ্যমন্ত্ৰী

'আন্দোলন কৰিলে মই বাধা দিব নোৱাৰো'। 'কিন্তু অসম চুক্তিৰ পৰা ধৰি যিমান আন্দোলন হৈছে তাৰ কোনো ইতিবাচক ফলাফল মই দেখা নাই'। -হিমন্ত বিশ্ব শৰ্মাৰ।
1 Min read
NARENDRA MODI BIRTHDAY
Assamese

দেশজুৰি 'সেৱা পখৱাড়া' হিচাপে উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন

সমগ্ৰ দেশত লগতে অসমতো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিন উলহ-মালহেৰে ভাৰতীয় জনতা পাৰ্টিয়ে 'সেৱা পখৱাড়া' হিচাপে এই দিৱস পালন কৰিব।
2 Min read
UTPAL SARMA
Assamese

ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিবঃ উৎপল শৰ্মা

'অসম বিদেশী মুক্ত হ'ব লাগিব'। 'ধৰ্মৰ নামত বিভাজন কৰি মুছলমানক খেদা, হিন্দুক ৰক্ষণাবেক্ষণ দিয়া এইবোৰ নচলিব'। 'অসমৰ মানুহ বুৰ্বক নহয়, অসমৰ মানুহে বুজি পায়'। উৎপল শৰ্মা।
2 Min read
thumb
Assamese

বানত আৱদ্ধ অসুস্থ বৃদ্ধাক বিধায়ক মৃণাল শইকীয়াই দাঙি আনি উঠালে নাৱত।

ভদীয়া বানত অসম। অসহায় বানাক্ৰান্তৰ মাজত জনপ্ৰতিনিধি। বানাক্ৰান্তক সহায়ৰ হাত বিধায়ক মৃণাল শইকীয়াৰ। বানত আৱদ্ধ অসুস্থ বৃদ্ধাক বিধায়ক শইকীয়াই দাঙি আনি উঠালে নাৱত।
1 Min read
Advertisment