Advertisment

Assamese

THUMB
Assamese

প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং, ৰবিন উথাপ্পালৈ EDৰ চমন

ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু ৰবিন উথাপ্পালৈ চমন EDৰ। অনলাইন বেটিং এপ ‘1xBet’ৰ সৈতে জড়িত হোৱাৰ অভিযোগত শীঘ্ৰেই EDৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব দুই ক্ৰিকেটাৰ। 
1 Min read
THUMB
Assamese

বতৰে ল’ব পাৰে কালৰূপ! জনসাধাৰণলৈ কি আহ্বান প্ৰশাসনৰ?

ৰাজ্যত প্ৰকৃতিয়ে লৈছে কালৰূপ। বতাহ-বৰষুণৰ মাজতে ভূমিকম্প, ভূমিস্খলন আৰু ঠায়ে ঠায়ে ভদীয়া বানৰ তাণ্ডৱ। ৰাজ্যৰ কেইবাখনো জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি।
1 Min read
THUMB
Assamese

সম্পত্তিৰ অধিকাৰক লৈ উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান

সম্পত্তি বিবাদৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়দান দিল্লী উচ্চ ন্যায়ালয়ৰ। পিতৃ-মাতৃ জীয়াই আছে তেতিয়ালৈকে নাতি-নাতিনীয়ে ককা-আইতাৰ সম্পত্তিৰ অংশীদাৰিত্ব লাভ কৰিব নোৱাৰে।
1 Min read
NUPUR BORA
Assamese

চাকৰিত যোগদান কৰাৰ মাত্ৰ ৬ বছৰ, কিদৰে টকা আৰু সম্পত্তিৰ পাহাৰ গঢ়িছে লেণ্ড জেহাদত জড়িত নূপুৰ বৰাই?

তথ্য অনুসৰি আয়তকৈ ৪১৬% বৰ্হিভূত সম্পত্তিৰ গৰাকী নূপুৰ বৰা। বহু নামী-দামী সাজপাৰ উদ্ধাৰ হৈছে নূপুৰ বৰাৰ বাসগৃহত। নূপুৰ বৰাৰ বিভিন্ন বেংকত প্ৰায় ৯টা একাউণন্ট জব্দ।
3 Min read
Uttarakhand
Assamese

প্ৰকৃতিৰ ৰোষত পৰিছে উত্তৰাখণ্ড। উত্তৰাখণ্ডত বাৰিষাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে

ধাৰাসাৰ বৰষুণৰ বাবে নিশা প্ৰায় ১১:৩০ বজাত ডাৱৰ বিস্ফোৰণ হয়। মুষলধাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ব্য়াহত হৈ পৰে জনজীৱন, স্তব্ধ হৈ পৰে যাতায়াত ব্য়ৱস্থা।
2 Min read
game
Assamese

সাৱধান! অনলাইন গেমত ধন হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ।

অনলাইন গেমে মাতিব পাৰে বিপদ। অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। সাৱধান হওক আপুনিও। সন্তানে যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে কবৰ ৰাখক।
2 Min read
THUMB
Assamese

পাকিস্তান এটা বেবী দল, ভাৰতৰ সৈতে মেচ খেলা উচিত নহয়

টীম ইণ্ডিয়াৰ হাতত ধৰাশায়ী হ'ল চিৰবৈৰী পাকিস্তান। ভাৰতৰ বলিং বিক্ৰমত পাক বেটাৰৰ লজ্জাজনক প্ৰদৰ্শনৰ পিছতেই হতাশ হৈ পৰিছে পাকিস্তানী অনুৰাগী। পাকিস্তানক বেবী দলৰ সৈতে তুলনা কৰিছে অনুৰাগীয়ে। 
1 Min read
THUMB
Assamese

পুনৰ ভাৰতীয় দলত ৰিয়ান পৰাগ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেখুৱাবনে চমক?

অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া আগন্তুক এদিনীয়া শৃংখলাটোৰ বাবে ঘোষণা হ'ল ভাৰতীয় A দল। দীৰ্ঘসময়ৰ অন্তত ভাৰতীয় দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। 
1 Min read
THUMB
Assamese

২২ গজত পাকিস্তানক ধৰাশায়ী কৰি পহলগামৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি সূৰ্যকুমাৰৰ

এছিয়া কাপৰ মহাৰণত ভাৰতৰ হাতত পুনৰ বিধ্বস্ত হ'ল পাকিস্তান। ৰবিবাৰে অনুষ্ঠিত হাইভল্টেজ খেলখনত টীম ইণ্ডিয়াৰ হাতত ৭ উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত হ'ল পাকিস্তান। পাকিস্তানে বান্ধি দিয়া ১২৮ ৰানৰ লক্ষ্য ১৫.৫ অভাৰতে অতিক্ৰম কৰে টীম ইণ্ডিয়াই। 
2 Min read
THUMB
Assamese

চুপাৰ চানডেত  টীম ইণ্ডিয়াৰ হাতত মুখঠেকেচা পাকিস্তানৰ

এছিয়া কাপৰ হাইভল্টেজ মহাৰণত টীম ইণ্ডিয়াৰ হাতত আকৌ মুখঠেকেচা খালে পাকিস্তানে। টছত জয়ী হৈ বেটিং কৰিবলৈ অহা প্ৰতিজন পাকিস্তানী বেটাৰে ভাৰতীয় বলাৰৰ দুৰ্দান্ত বলিঙত হৈ পৰিছিল দিশহাৰা।
2 Min read
Advertisment