Advertisment

Assamese

game
Assamese

সাৱধান! অনলাইন গেমত ধন হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ।

অনলাইন গেমে মাতিব পাৰে বিপদ। অনলাইন গেমত ১৩ লাখ টকা হেৰুৱাই আত্মহত্যা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। সাৱধান হওক আপুনিও। সন্তানে যদি স্মাৰ্ট ফোন ব্যৱহাৰ কৰে কবৰ ৰাখক।
2 Min read
THUMB
Assamese

পাকিস্তান এটা বেবী দল, ভাৰতৰ সৈতে মেচ খেলা উচিত নহয়

টীম ইণ্ডিয়াৰ হাতত ধৰাশায়ী হ'ল চিৰবৈৰী পাকিস্তান। ভাৰতৰ বলিং বিক্ৰমত পাক বেটাৰৰ লজ্জাজনক প্ৰদৰ্শনৰ পিছতেই হতাশ হৈ পৰিছে পাকিস্তানী অনুৰাগী। পাকিস্তানক বেবী দলৰ সৈতে তুলনা কৰিছে অনুৰাগীয়ে। 
1 Min read
THUMB
Assamese

পুনৰ ভাৰতীয় দলত ৰিয়ান পৰাগ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেখুৱাবনে চমক?

অষ্ট্ৰেলিয়া Aৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া আগন্তুক এদিনীয়া শৃংখলাটোৰ বাবে ঘোষণা হ'ল ভাৰতীয় A দল। দীৰ্ঘসময়ৰ অন্তত ভাৰতীয় দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ান পৰাগে। 
1 Min read
THUMB
Assamese

২২ গজত পাকিস্তানক ধৰাশায়ী কৰি পহলগামৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি সূৰ্যকুমাৰৰ

এছিয়া কাপৰ মহাৰণত ভাৰতৰ হাতত পুনৰ বিধ্বস্ত হ'ল পাকিস্তান। ৰবিবাৰে অনুষ্ঠিত হাইভল্টেজ খেলখনত টীম ইণ্ডিয়াৰ হাতত ৭ উইকেটৰ বিশাল ব্যৱধানত পৰাস্ত হ'ল পাকিস্তান। পাকিস্তানে বান্ধি দিয়া ১২৮ ৰানৰ লক্ষ্য ১৫.৫ অভাৰতে অতিক্ৰম কৰে টীম ইণ্ডিয়াই। 
2 Min read
THUMB
Assamese

চুপাৰ চানডেত  টীম ইণ্ডিয়াৰ হাতত মুখঠেকেচা পাকিস্তানৰ

এছিয়া কাপৰ হাইভল্টেজ মহাৰণত টীম ইণ্ডিয়াৰ হাতত আকৌ মুখঠেকেচা খালে পাকিস্তানে। টছত জয়ী হৈ বেটিং কৰিবলৈ অহা প্ৰতিজন পাকিস্তানী বেটাৰে ভাৰতীয় বলাৰৰ দুৰ্দান্ত বলিঙত হৈ পৰিছিল দিশহাৰা।
2 Min read
SILAPATHAR NAVY
Assamese

মনত দেশ সেৱাৰ অযুত সপোন। স্বপ্ন জীৱন আৱিষ্কাৰ কৰাৰ। মন্দিৰলৈ গৈ কেনেকৈ প্ৰাণ হেৰুৱালে চিলাপথাৰৰ নৌ সেনা জোৱান নৱনীলে?

মৃত্যুৱে যেন উত্তৰাখণ্ডলৈ হাত বাউলী মাতিছিল নৱনীল টায়েঙক। ৰুদ্ৰনাথ মন্দিৰৰ ট্ৰেকিঙলৈ গৈ শ্বাস-প্ৰশ্বাসজনিত ৰোগত প্ৰাণ হেৰুওৱা নৱনীলৰ কাহিনী এয়া।
2 Min read
thumb
Assamese

ৰাজ্যৰ ভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ।

ভিন্ন প্ৰান্তত ভদীয়া বানে লৈছে কালৰূপ। বানৰ ফলত ঠায়ে ঠায়ে ব্যাহত হৈছে জনজীৱন। সাধাৰণ ৰাইজ, পশুধনৰ মাজত হাহাকাৰ অৱস্থা। কোনো কোনো স্থানত ভূমিস্খলনৰ দৰে ভয়ংকৰ ঘটনা।
1 Min read
balipara flood
Assamese

বতৰৰ কালৰূপ, প্ৰবল বৃষ্টিপাতৰ ১০০ বছৰত নোহোৱা ঘটনা। বুৰ গ'ল কেইবাখনো গাওঁ

ৰাজ্যৰ ভিন্নপ্ৰান্তত অব্যাহত প্ৰচণ্ড ধুমুহা-বৰষুণ। শোণিতপুৰৰ চাৰিদুৱাৰ এতিয়া ভদীয়া বানৰ কবলত। পাহাৰীয়া নদীৰ বাঢ়নী পানীত বুৰ গৈছে চপালগা,বগীজুলি,দোৱাঙনি, দক্ষিনখিলা গাওঁ।
UNESCO
Assamese

ইউনেস্ক’ৰ আংশিক বিশ্ব ঐতিহ্য তালিকাত নতুনকৈ ৭টা নতুন স্থানৰ নাম সংযোজন

৭টা স্থান অন্তৰ্ভুক্তিৰ ফলত ভাৰতীয় স্থানৰ মুঠ সংখ্যা ৬৯টা হৈছে। ইয়াৰ ভিতৰত ৪৯টা সাংস্কৃতিক, ৩টা মিশ্ৰিত আৰু ১৭টা প্ৰাকৃতিক... নাগালেণ্ড | মেঘালয় | Assamese দেশ
2 Min read
SUPREME COURT
Assamese

ৱাকফক লৈ ডাঙৰ নিৰ্দেশনা। মুছলমানৰ পক্ষত নে বিপক্ষে ক'লে SCয়ে?

ৱাকফ সংশোধনী আইনক লৈ SCৰ অন্তৱৰ্তী নিৰ্দেশনা। উচচতম ন্যায়ালয়ে ২০২৫ চনৰ ৱাকফ (সংশোধনী) আইনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানিত কি কি স্থগিতাদেশ জাৰি কৰিলে SCয়ে।
3 Min read
Advertisment