Advertisment

Assamese

11 september in american history
Assamese

অভিশপ্ত ৯/১১, ২০০১ৰ আজি ২৪ বছৰ! কাহানিও কল্পনা নকৰা এক ইতিহাসৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ বিশ্ব

২৪ বছৰ পূৰ্বে আমেৰিকাৰ ইতিহাসত লিপিৱদ্ধ হৈছিল এই দিনটো ক'লা দিন হিচাপে। সন্ত্ৰাসবাদীৰ ধাৰাবাহিক আক্ৰমণৰ সাক্ষী হৈ ৰৈছিল বিশ্বৰ শক্তিধৰ দেশ আমেৰিকা।
1 Min read
thumb
Assamese

ৰাজ্যবাসীৰ বাবে শুভ ক্ষণ। বঙাইগাঁৱৰ APL হৈ উঠিছে উৎপাদনক্ষম।

উৎপাদনক্ষম হৈ উঠিছে APLৰ বঙাইগাঁও প্ৰকল্প। APL বঙাইগাঁও প্ৰকল্পত উৎপাদিত ফৰমেলিনৰ বাণিজ্যিক বিক্ৰীৰ শুভাৰম্ভণি। ঢাকনাবাৰীত স্থাপন কৰা এই প্ৰকল্পটো হৈছে APLৰ চতুৰ্থ গোট।
1 Min read
Nepal Latest
Assamese

আজিও অশান্ত নেপাল, অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰিছে ছিকিমক

নেপালৰ ৰক্তক্ষয়ী সংঘাতৰ ভয়াৱহতা দেখি একাংশ নেপালী নাগৰিকে অনুপ্ৰৱেশৰ চেষ্টা চলাইছে ভাৰতত। অনুপ্ৰৱেশৰ আশংকাই খেদি ফুৰা ছিকিমে নেপাল সীমান্তৰ সকলো স্পৰ্শকাতৰ অঞ্চলত বৃদ্ধি কৰিছে তহল আৰু তালাচী।
1 Min read
ভোজপুৰী কণ্ঠশিল্পী
Assamese

বিয়াত নবহাকৈ সন্তান জন্ম দিলে ভোজপুৰী কণ্ঠশিল্পী দেৱীয়ে

ভোজপুৰী কণ্ঠশিল্পী দেৱী এগৰাকী অবিবাহিত নাৰী, কিন্তু বিয়াত নবহাকৈ এটি  সন্তান জন্ম দিছে গায়িকাগৰাকীয়ে। ঋষিকেশ এইমছত কণ্ঠশিল্পীগৰাকীয়ে সন্তানটো জন্ম দিয়ে।
1 Min read
thumb
Assamese

এইবাৰ প্ৰতিবাদত জ্বলিছে আন এখন ৰাষ্ট্ৰ। নেপালৰ দৰেই নিয়ন্ত্ৰণৰ বাহিৰত পৰিস্থিতি

হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদত জ্বলিছে ফ্ৰান্সৰ ৰাজপথ। BLOCK EVERYTHING শীৰ্ষক শ্ল’গানেৰে ব্যাপক গণ বিক্ষোভ। চৰকাৰৰ নীতিৰ বিৰুদ্ধে গৈ ওলাই আহিছে জনতা।
1 Min read
Dibrugarh
Assamese

সমাগত দুৰ্গা পূজা, উজনিত চলিছে কাপোৰৰ অবৈধ বেহা!

সমাগত দুৰ্গা পূজা। তাৰ পূৰ্বে কৰবিহীন কাপোৰৰ ব্যৱসায়ত নামি পৰিছে এটা চক্ৰ। ৰে'লেৰে সৰবৰাহ কৰা হৈছে বহিঃৰাজ্যৰ পৰা অনা কৰবিহীন কাপোৰ। আৰক্ষী আৰু শুল্ক বিভাগৰ চকুত ধূলি দি ৰমৰমীয়া বেহা চলাইছে এটা চক্ৰই।
2 Min read
THUMB
Assamese

চিকিৎসাৰ নামত ব্যৱসায়। ভুৱা চাৰ্টিফিকেট লৈ ১৫বছৰে ৰোগীক প্ৰতাৰণা। কোন এই শিলচৰৰ মুন্না ভাই MBBS?

ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত হৈছে কাছাৰ জিলা। শিলচৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক। পংকজ চৌধুৰী নামৰ এক ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে।
1 Min read
THUMB
Assamese

'জীৱনত প্ৰথমবাৰ এনে ভয়ংকৰ পৰিস্থিতি দেখিছো'। নেপালত গৈ কি দেখিলে বাইহাটাৰ হৰ্ষজ্যোতিয়ে?

'নেপালত ভয়ংকৰ পৰিস্থিতি। জীৱনত প্ৰথমবাৰৰ বাবে এনে পৰিস্থিতি দেখিছো'। 'পৰিস্থিতি শাম নকটালৈকে কোনো নেপাললৈ নোযোৱাই ভাল'। নেপালৰ শেহতীয়া পৰিস্থিতিৰ শিহৰণকাৰী বৰ্ণনা হৰ্ষজ্যোতি ডেকাৰ।
1 Min read
THUMB
Assamese

বিহাৰ হেৰুৱালে ক্ষমতাচ্যুত হ'ব নেকি বিজেপি? নিৰ্বাচনৰ পূৰ্বে ৰে'ল প্ৰকল্পৰ বাবে বিহাৰলৈ ৩,১৬৯ কোটি টকাৰ অনুমোদন কেন্দ্ৰৰ!

বিহাৰ হেৰুওৱাৰ ভয়ত কঁপিছে NDA নেতৃত্বাধীন বিজেপি চৰকাৰ। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত যাদু দেখুৱাব নোৱাৰিলে শক্তি হ্ৰাস পোৱাৰ ভয়ত ত্ৰস্তমান বিজেপি।
2 Min read
THUMB
Assamese

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আহিব নোৱাৰে, কংগ্ৰেছলৈ আহিব বিচাৰিলেই আমি তলা বন্ধ কৰি দিমঃ ৰকিবুল হুছেইন

'হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ আহিব নোৱাৰে'। 'কংগ্ৰেছলৈ আহিব বিচাৰিলেই আমি তলা বন্ধ কৰি দিম'। 'হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে যিসকলে কংগ্ৰেছলৈ আহিব বিচাৰে আমি তেওঁলোকক আদৰি ল'ম'। মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ।
1 Min read
Advertisment