Assamese নিজক পৰিষ্কাৰ কৰি আনক লেতেৰা কৰিলে কেনেকৈ হ'ব? দোকানীক পৌৰসভাই দিলে উচিত শিক্ষা। তিনিচুকীয়া চহৰত পৌৰসভাই দোকানীক দিলে উচিত শিক্ষা। ভদ্ৰতাৰ মুখা পিন্ধি একাংশ দোকানীক পৌৰসভাৰ দিয়া এই শিক্ষাই সভ্য সমাজকো দিছে চৰম লজ্জা। মূলত যেন কুকুৰ তেন টাঙোন পৌৰসভাৰ।
Assamese কবিৰ কবিতাত জী উঠে জীৱন! জ্ঞানপীঠ বিজয়ী কাব্যঋষি নীলমণি ফুকনৰ ওপজা দিনত ওলগ জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, কাব্যঋষি নীলমণি ফুকনৰ আজি ওপজা দিন। কাব্যঋষিৰ ওপজা দিন উপলক্ষ্যে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰকল্পত বৰ্ণাঢ্য আয়োজন।
Assamese ২-১১ ছেপ্টেম্বৰলৈ যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন এন চি চি, যোৰহাটৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ যোৰহাটৰ NCC একাডেমীত ৬৪ অসম বেটেলিয়ন NCCৰ সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ। ৩৮২গৰাকী NCC কেডেটৰ অংশগ্ৰহণেৰে ছেপ্টেম্বৰ পৰা ১১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছে এই প্ৰশিক্ষণ শিবিৰ।
Assamese 'বেজৰ নাকতে খৰ'... তেজপুৰত ৰক্ষক ৰূপী আৰক্ষী ল'লে ভক্ষকৰ ৰূপ তেজপুৰ খাকী পোচাকত লাগিল দাগ।ডকাইতি,ধন লুট মাৰপিট গুণ্ডামিত নামিল এইবাৰ তেজপুৰ আৰক্ষী। সদৌ অসম ছাত্ৰ সন্থাৰ বিস্ফোৰক অভিযোগ তেজপুৰ আৰক্ষীৰ বিৰুদ্ধে। (POLICE) উত্তৰ-পূৱ
Assamese শ্ৰীলংকা, বাংলাদেশৰ পিছত নেপাল গণঅভ্যুত্থানত যেতিয়া থানবান হৈ যায় চৰকাৰ.... ক্ৰমাগত মূল্যবৃদ্ধি, চৰকাৰী দুৰ্নীতি আৰু অৰ্থনৈতিক সংকটৰ বিৰোদ্ধে প্ৰতিবাদত থানবান তিনিখনকৈ দেশ। বাংলাদেশ, শ্ৰীলংকা আৰু নেপালত কৈ ব্যাপক জনসাধাৰণে প্ৰতিবাদ। ৰাজনীতি...
Assamese অস্থিৰ নেপাল : দেশ এৰি পলাল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো পদত্যাগ যুৱ প্ৰজন্মই ওলট-পালট কৰি দিলে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। চৰকাৰৰ এক সিদ্ধান্ত, আৰু তাৰ পাছত নেপালত যি পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া অভূতপূৰ্ব। দেশ এৰি পলাল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো পদত্যাগ।
Assamese দৃষ্টিহীন হোৱাৰ বাবেই বলীন বৰাই লাভ কৰা নাই নেকি আধাৰ কাৰ্ড? বঞ্চিত সকলো চৰকাৰী আঁচনিৰ পৰা বলীন বৰা দৃষ্টিহীন হোৱা বাবেই এখন আধাৰ কাৰ্ড বনাব নোৱাৰাৰ অভিযোগ। আধাৰ কাৰ্ড নথকাৰ বাবে সকলোবোৰ চৰকাৰী সুবিধাৰ পৰা নাম কৰ্তন অৰ্থাৎ বঞ্চিত হ'বলগীয়া হৈছে পৰিয়ালটো।
Assamese অসম বিটিআৰ নিৰ্বাচনৰ ইতিহাস আৰু ইয়াৰ প্ৰভাৱ অসমৰ ৰাজনৈতিক ইতিহাসত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলনিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অঞ্চলটোৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এই নিৰ্বাচনসমূহে গভীৰ প্ৰভাৱ পেলাইছে। ৰাজনীতি | অসম
Assamese পুনৰ ভাৰতলৈ উভতিব নেকি Tiktok? পুনৰ ভাৰতলৈ উভতিব নেকি Tiktok? বিগত কিছুদিন ধৰি দেশজুৰি পুনৰ Tiktokক লৈ চৰ্চা চলিছে। সচাকৈয়ে চৰ্চা চলাৰ নিচিনা ভাৰতলৈ পুনৰ উভতিব নেকি Tiktok? (টিকটক)
Assamese ‘CAA আমি নামানো, অসমে কেতিয়াও বিদেশীৰ বোজা নলয়’, হুংকাৰ অসমীয়া যুৱ মঞ্চৰ ‘নৰেন্দ্ৰ মোদীয়ে বুকু ফুলাই কোৱা ১৬ মে’ কেতিয়া আহিব?’ ‘বিদেশী খেদাৰ নাম লৈ নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছে বিজেপি’। অসমীয়া যুৱ মঞ্চৰ উত্তাল প্ৰতিবাদ।