Advertisment

Assamese

Thumb
Assamese

কংগ্ৰেছৰে মিত্ৰতাক লৈ স্থিতি স্পষ্ট কৰি অখিল গগৈৰ

ৰাইজৰ দলক লগত ল’বনে কংগ্ৰেছে? কংগ্ৰেছে মিত্ৰতা নকৰিলে সকলো সমষ্টিতে প্ৰাৰ্থী দিব ৰাইজৰ দলে। কংগ্ৰেছৰে মিত্ৰতাক লৈ স্থিতি স্পষ্ট কৰি অখিল গগৈৰ মন্তব্য।  (মতামত) (ৰাজনীতি)
1 Min read
Thumb
Assamese

হাগ্ৰামাই ক’লে ছুইজাৰলেণ্ড কি?

BTRত প্ৰতিটো ৰাজনৈতিক দলেই চলাইছে নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতেই এইবাৰ বড়োলেণ্ডত সৰৱ চৰ্চা ছুইজাৰলেণ্ডৰ। হাগ্ৰামাৰ প্ৰশ্ন ছুইজাৰলেণ্ড কি? (ৰাজনীতি)
1 Min read
Thumb
Assamese

আজিৰে পৰা বহুপ্ৰত্যাশিত এছিয়া কাপ

এছিয়া কাপৰ আজি প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। আবুধাবিত নিশা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া Group Bৰ এই মেচখনত দৃষ্টি নিবদ্ধ থাকিব সকলোৰে।
1 Min read
Thumb
Assamese

ৰাধাকৃষ্ণণ নে বি সুদৰ্শন ৰেড্ডী-কোন হ'ব দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি?

আজি দেশৰ ১৪ সংখ্যক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আৰম্ভ হৈছে ভোটগ্ৰহণ।  ৰাধাকৃষ্ণণ নে বি সুদৰ্শন ৰেড্ডী- দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি কোন?  
1 Min read
Nepal government withdraws ban on social apps
Assamese

অৱশেষত প্ৰতিবাদকাৰীৰ ওচৰত শিৰণত কৰিলে নেপাল চৰকাৰে।

৩ কোটি জনসংখ্যাৰ নেপালৰ যুৱ প্ৰজন্মৰ বিশাল প্ৰতিবাদৰ পিছত সেও মানিবলৈ বাধ্য হ'ল নেপাল চৰকাৰ। কিছুদিনৰ আগতে ছ’চিয়েল মিডিয়া ব্যৱহাৰত... (International) বিদেশী | Assamese
1 Min read
CM Gaurav
Assamese

১০ ছেপ্টেম্বৰত ছুপাৰ-ডুপাৰ ফ্লপ হ’ব মুখ্যমন্ত্ৰী!

১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সবিশেষ জনাব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি অহা দিনটোলৈ মাজত এটা দিন থকাৰ সময়তে গৌৰৱ গগৈয়ে পুনৰ ক’লে ছুপাৰ-ডুপাৰ ফ্লপ হ’ব হিমন্ত বিশ্ব শৰ্মা।
1 Min read
মহানগৰীৰ যানজঁট
Assamese

কেতিয়া অন্ত পৰিব গুৱাহাটী মহানগৰীৰ যানজঁটৰ সমস্যা? হকে-বিহকে গুৱাহাটীত গঢ়ি উঠিছে নেকি উৰণ সেঁতু?

উৰণ সেঁতু নিৰ্মাণৰ নামত প্ৰতিদিনে চৌদিশে তীব্ৰ যানজঁটে যমৰ যাতনা খুৱাইছে সাধাৰণ জনতাক। পথসমূহৰ জৰাজীৰ্ণ ৰূপেও জ্বলা কলা খুৱাইছে মহানগৰবাসীক।
2 Min read
নন্দিনী
Assamese

জামিন পালে নন্দিনী কাশ্যপে,আজি মুকলি আকাশৰ তললৈ আহিব অভিনেত্ৰীগৰাকী

হিট এণ্ড ৰাণ গোচৰত জামিন লাভ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে। কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদলতে মঞ্জুৰ কৰে জামিন। নন্দিনীৰ গাড়ীৰ খুন্দাত নিহত হৈছিল ছামিউল।
ac blast
Assamese

হৃদয়বিদাৰক! শুই থকা অৱস্থাতেই এটা পৰিয়ালৰ সৈতে ভয়ানক ঘটনা

চাৰি মহলীয়া অট্টালিকাটোৰ প্ৰথম মহলাত সংঘটিত হোৱা এই বিস্ফোৰণত ধোৱাময় হৈ পৰিছিল অট্টালিকাটো। ধোঁৱাই আৱৰি পেলাইছিল শচীৱ কাপুৰৰ পৰিয়াল শুই থকা মহলাটোও ।
1 Min read
cricket
Assamese

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বিশ্ব অভিলেখ ইংলেণ্ডৰ

এদিনীয়া ক্ৰিকেটৰ ইতিহাসত বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ইংলেণ্ডে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইংলেণ্ডে ৩৪২ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰিছে দক্ষিণ আফ্ৰিকাক। এদিনীয়া ক্ৰিকেটৰ ইতিহাসত ৰানৰ ক্ষেত্ৰত এয়া সৰ্ববৃহৎ জয়।
1 Min read
Advertisment