Assamese সাজু ভেকচিন, নিৰাময় হ'ব কৰ্কট ৰোগ! চিকিৎসা বিজ্ঞানৰ এক নতুন সাফল্য। ৰাছিয়াই নিৰ্মান কৰি উলিয়াইছে কৰ্কট ৰোগৰ নতুন প্ৰতিষেধক। ফেডাৰেল মেডিকেল এণ্ড বায়’লজিকেল এজেন্সীয়ে প্ৰস্তুত কৰা এই ভেকচিন এতিয়া ব্যৱহাৰৰ বাবে সাজু হৈছে। (cancer), (Russsia)
Assamese ‘সমন্বয় তীৰ্থ’-সলনি হ'ল ড০ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ নাম ক্ষণজন্মা শিল্পী ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিন। এটা শতিকাৰ পূৰ্বে জন্ম হৈছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আমাৰ সকলোৰে মৰমৰ ভূপেনদাৰ। বিশ্বৰ প্ৰতিটো প্ৰান্ততে প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰা ড০ ভূপেন হাজৰিকা অসমৰ গৌৰৱ, অসমীয়াৰ স্বাভিমান।
Assamese শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ৰোহিত শৰ্মা, বিৰাট কোহলী! শীঘ্ৰেই নীলা জাৰ্চিলৈ উভতিব ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটাৰ বিৰাট কোহলী! ২২ গজত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক চাবলৈ অধীৰ আগ্ৰেহেৰে অপেক্ষা কৰি আহিছে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে। (sports), (CRICKET)
Assamese লালবাগচা ৰাজাৰ বিসৰ্জনৰ সময়ত ১০০তকৈয়ো অধিক মোবাইল, সোণৰ চেইন চুৰিৰ ঘটনা লালবাগছা ৰাজাক নৱসাচা গণপতি বুলিও জনা যায় যাৰ অৰ্থ হৈছে "সকলো ইচ্ছা পূৰণ কৰাজন"। লালবাগছা ৰাজাৰ বিসৰ্জনৰ ভিৰৰ সুূবিধা সৈ একাংশ অসাধু লোকে চুৰিকাৰ্য্য সংঘটিত কৰে।
Assamese অভিশপ্ত ৮ ছেপ্টেম্বৰ, ৪টা বছৰ পাৰ কৰিলে নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাই ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণৰ মমতাত জঁপিয়াই সাতুৰি জীৱন ৰক্ষা কৰিছিল বহু যাত্ৰীয়ে। বৰ লুইতৰ বুকুত সেইদিনা শুনিবলৈ পোৱা গৈছিল জীৱন বিচাৰি বহুতৰে আৰ্তনাদ।
Assamese এইবাৰ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ! এইবাৰ অখিল গগৈয়ে ঘোষণা কৰিলে শৰাইঘাটৰ শেষ ৰণ! বিজেপি আৰু RSSক মোগল আখ্যা দি শৰাইঘাটৰ ৰণত নামিব বিধায়ক অখিল।‘।‘বিজেপি আৰু RSSক খেদিবলৈ হ’ব শৰাইঘাটৰ শেষ ৰণ’।
Assamese এছিয়া কাপৰ পূৰ্বেই পুনৰ চৰ্চালৈ হাৰ্দিক পাণ্ডিয়া হাৰ্দিক পাণ্ডিয়া, ভাৰতীয় ক্ৰিকেট দলৰ লগতে বিশ্বক্ৰিকেটৰ এজন ষ্টাৰ অলৰাউণ্ডাৰ। খেলপথাৰৰ লগতে বিভিন্ন সময়ত ব্যক্তিগত জীৱনৰ বাবেও চৰ্চালৈ আহে তাৰকা ক্ৰিকেটাৰগৰাকী। শেহতীয়াভাৱে এছিয়া কাপৰ পূৰ্বে পুনৰ চৰ্চালৈ আহিছে ক্ৰিকেটাৰগৰাকী।
Assamese ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চী স্পনছৰ আৰু 'বদনাম': এক আকৰ্ষণীয় কাহিনী ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চিটো এতিয়া অনুৰাগীৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। এই জাৰ্চিটো স্পনছৰ বাবেও 'অশুভ' বুলিও কিছুমান অনুৰাগীয়ে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে ।
Assamese হৰিদ্বাৰত আজি দিনৰ ১২:৩০ বজাত ‘সুতক কাল’ৰ বাবে সন্ধিয়া গংগা আৰতি অনুষ্ঠিত হয় হৰিদ্বাৰত আজি দিনৰ ১২:৩০ বজাত ‘সুতক কাল’ৰ বাবে সন্ধিয়া গংগা আৰতি অনুষ্ঠিত হয়। গংগা আৰতিৰ পিছতেই বন্ধ কৰি দিয়া হৈছে হৰিদ্বাৰৰ সকলো মন্দিৰৰ দুৱাৰ।
Assamese প্ৰতিবেশীয়ে আছিল নলবাৰীৰ ভয়ংকৰ ঘটনাৰ অভিযুক্ত, ১০ দিনৰ অন্তত আৰক্ষীৰ জালত পৰিল দুই মাষ্টাৰ মাইণ্ড নলবাৰীৰ লোমহৰ্ষক ঘটনাৰ দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ। আৰক্ষীৰ হাতত আটক ডকাইতৰ প্ৰেয়সীও। প্ৰতিবেশীয়ে হত্যা কৰিছিল নলবাৰীৰ অৱসৰপ্ৰাপ্ত লোকজনক।