Advertisment

Assamese

WhatsApp Image 2025-09-07 at 5.57.33 PM
Assamese

প্ৰতিবেশীয়ে আছিল নলবাৰীৰ ভয়ংকৰ ঘটনাৰ অভিযুক্ত, ১০ দিনৰ অন্তত আৰক্ষীৰ জালত পৰিল দুই মাষ্টাৰ মাইণ্ড

নলবাৰীৰ লোমহৰ্ষক ঘটনাৰ দুই মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ। আৰক্ষীৰ হাতত আটক ডকাইতৰ প্ৰেয়সীও। প্ৰতিবেশীয়ে হত্যা কৰিছিল নলবাৰীৰ অৱসৰপ্ৰাপ্ত লোকজনক।
2 Min read
THUMB
Assamese

অন্য পুৰুষৰ সৈতে সম্পৰ্ক বিবাহিত মহিলাক শিক্ষা দিলে আদালতে

স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰতিগৰাকী মহিলাই ভৰণ-পোষণৰ অধিকাৰ লাভ কৰে। কিন্তু আৰ্থিক সাহায্য বিচাৰি এগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলাৰ আবেদন নাকচ কৰিলে দিল্লীৰ আদালতে। (assamese, national)
1 Min read
THUMB
Assamese

সমকামী প্ৰেমৰ বাবেই গুৱাহাটীত ভয়ংকৰ ঘটনা

গুৱাহাটীৰ বৰবাৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এটা ল’জৰ ভিতৰত একেটা কোঠাতে এটি কিশোৰসহ উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ। বৰবাৰীৰ TOOSONJ GUEST HOUSEত সংঘটিত হৈছে এই ঘটনা। ঘটনাক লৈ সমগ্ৰ মহানগৰীতে বিৰাজ কৰিছে চাঞ্চল্যই ।
1 Min read
WhatsApp Image 2025-09-07 at 2.48.04 PM
Assamese

পিতৃ পক্ষত কেইটামান বিশেষ নিয়ম পালন কৰিলে জীৱনলৈ আহিব পাৰে সৌভাগ্য!

বহু লোকে বিশ্বাস কৰে যে, পূৰ্বপুৰুষসকল যদি কিবা কাৰণত ক্ষুন্ন হয়, তেন্তে আমাৰ জীৱনলৈ ডাঙৰ দুৰ্ভাগ্য নামি আহিব পাৰে। (assamese) তলত কেইটামান নিয়ম উল্লেখ কৰা হ'ল
2 Min read
thumb
Assamese

ডোনাল্ড ট্ৰাম্পৰ U-Turn। সুৰ সলনি হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি।

হঠাৎ নৰম হৈছে ভাৰতৰ বিৰুদ্ধে কঠোৰ শুল্কনীতি গ্ৰহণ কৰা মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।' সদায় মোডীৰ বন্ধু হৈ থাকিম'। ডোনাল্ড ট্ৰাম্পৰ U-Turn ।
1 Min read
THUMB
Assamese

কাউণ্ট ডাউন আৰম্ভ। ১০ ছেপ্টেম্বৰত ৰাজনীতিৰ মেগা ব্লক ব্লাষ্টাৰ। গৌৰৱ গগৈয়ে ক’লে- ফ্লপ হ’ব মুখ্যমন্ত্ৰীৰ চিনেমা।

গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰ গৰম হৈছে ৰাজ্যৰ ৰাজনীতি। ১০ ছেপ্টেম্বৰত কি হ’ব এই চৰ্চা অব্যাহত থকাৰ সময়তে গৌৰৱ গগৈয়ে ক’লে ফ্লপ হ’ব মুখ্যমন্ত্ৰীৰ চিনেমা।
1 Min read
THUMB
Assamese

কেই বজাত আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণ? খালী চকুৰে চাওক বিৰল মহাজাগতিক পৰিঘটনা!

আজি বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। আজি হ’‍ব বলয়গ্ৰাস চন্দ্ৰগ্ৰহণ, ৰঙা হৈ পৰিব চন্দ্ৰ। খালী চকুৰেও আপুনি চাব পাৰিব চন্দ্ৰগ্ৰহণৰ দৃশ্য।
1 Min read
THUMB
Assamese

মই অগপত আছো কিন্ত বিজেপিক বেয়া পাওঁঃ কমলা কলিতা

বিজেপিৰ বিৰোধী স্থিতি নেকি অগপ নেতা কমলা কলিতাৰ? বিজেপিৰ বিৰুদ্ধে প্ৰায়ে বিৰূপ মন্তব্য কৰি অহা অগপ নেতা কমলাকান্ত কলিতাই নিজেই স্বীকাৰ কৰিলে অগপ ক্ৰমান্বয়ে দুৰ্বল হোৱাৰ কথা।
2 Min read
thumb
Assamese

গুৱাহাটীত আপুনি কিমান সুৰক্ষিত? স্মাৰ্ট আৰক্ষীৰ নাকৰ তলেৰে সংঘটিত নানান অপৰাধজনিত ঘটনা।

অপৰাধীৰ ৰম্যভূমিত পৰিণত নেকি গুৱাহাটী মহানগৰী? অপৰাধজনিত ঘটনাই জোকাৰি গৈছে স্মাৰ্ট মহানগৰী। মহানগৰীৰ বৰবাৰীত সংঘটিত ৰাজ্য জোকাৰি যোৱা চাঞ্চল্যকৰ, শিহৰণকাৰী ঘটনা।
1 Min read
গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট
Assamese

গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট : এক ঐতিহাসিক ক্ষণ

সমাগত ৩০ ছেপ্টেম্বৰ ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া আইচিচি মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে গুৱাহাটীয়ে এক গুৰুত্বপূৰ্ণ আয়োজক চহৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল।
2 Min read
Advertisment