Assamese গুৱাহাটীত মহিলা বিশ্বকাপ ক্ৰিকেট : এক ঐতিহাসিক ক্ষণ সমাগত ৩০ ছেপ্টেম্বৰ ২০২৫ চনত অনুষ্ঠিত হ'বলগীয়া আইচিচি মহিলা বিশ্বকাপ ক্ৰিকেটৰ বাবে গুৱাহাটীয়ে এক গুৰুত্বপূৰ্ণ আয়োজক চহৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। প্ৰথমবাৰৰ বাবে গুৱাহাটীত হ'ব বিশ্বকাপ ক্ৰিকেটৰ উদ্বোধনী খেল।
Assamese কাউণ্টডাউন আৰম্ভ, ১৪ ছেপ্টেম্বৰত সম্মুখসমৰত ভাৰত আৰু পাকিস্তান ছিয়া কাপ মানেই ভাৰত আৰু পাকিস্তানৰ মাজৰ মহাৰণ। বিশ্ব ক্ৰিকেটৰ কোটি কোটি অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে এই মহাৰণখনলৈ। এইবাৰ এছিয়া কাপ অনুষ্ঠিত হ'ব টি-২০ ফৰ্মেটত। ১৪ ছেপ্টেম্বৰত এছিয়া কাপৰ এখন হাইভল্টেজ খেলত মুখামুখি হ'ব চিৰবৈৰী ভাৰত আৰু পাকিস্তান।
Assamese গুৱাহাটীৰ বানপানী যেন এক নিৰৱচিন্ন গাথা যোৰাবাটৰ বান সমস্যা সমাধানৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন কৰি আহিছে সকলোৱে। কিন্তু যোৰাবাটৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত অৱশেষত মেঘালয়ৰ ওচৰত হাত দাঙিলে অসম চৰকাৰে। (Politics, Northeast, Assam)
Assamese নিৰ্বাচন আহিলে বিজেপি চৰকাৰে অসমৰ বঙালীক বাংলাদেশী সজাইঃ গৌৰৱ গগৈ 'নিৰ্বাচন আহিলে বিজেপি চৰকাৰে অসমৰ বঙালীক বাংলাদেশী সজাই'। 'এয়া বঙালী লোকৰ বিৰুদ্ধে চৰম অৱমাননা, এনে কাৰ্য গৰিহণাৰ যোগ্য'। বিজেপিক কঠোৰ সমালোচনা গৌৰৱ গগৈৰ।
Assamese শ্ৰেয়াছ আয়াৰৰ হাতত টীম ইণ্ডিয়াৰ নেতৃত্ব ইণ্ডিয়াA আৰু অষ্ট্ৰেলিয়াAৰ মাজত অনুষ্ঠিত হ'ব বহুপ্ৰত্যাশিত দুখনকৈ চাৰিদিনীয়া মেচৰ শৃংখলা। ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া শৃংখলাটোৰ বাবে ঘোষণা কৰা হ'ল ভাৰতীয় দল। ঘোষিত ভাৰতীয় দলটোক নেতৃত্ব দিব তাৰকা মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰে।
Assamese ChatGPT ব্যৱহাৰ কৰে নেকি? ChatGPTত ভুলতো নকৰিব এই ৫টা প্ৰশ্ন! ChatGPT ব্যৱহাৰ কৰোতে সাৱধান হওক। যদি ChatGPTৰ ওপৰত বেছি বিশ্বাসী তেন্তে জানি লওক ChatGPTত কি কি বিষয় বা প্ৰশ্ন আপুনি কৰিব নোৱাৰে।
Assamese ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত বৃহৎ কেলেংকাৰী। ৰাজ্যৰ বিয়াগোম বীজ নিগম বিভাগত সংঘটিত হৈছে কোটি টকীয়া কেলেংকাৰী৷ ২০১৭ চনত মটৰমাহ বিতৰণৰ নামত কোনে চলাইছিল লুণ্ঠন ৰাজ? মটৰমাহ বিতৰণৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগত ৭ জন বিষয়া কৰ্মচাৰীক তলব CID ৰ।
Assamese ২৬ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব নিশ্চিত হ’ল এজন বিজেপি নেতাৰ ’২৬ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব হেৰুৱাব পাৰে বিজেপিৰ একুৰিৰো অধিক মন্ত্ৰী-বিধায়কে। কিন্তু নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই ’২৬ৰ প্ৰাৰ্থিত্ব নিশ্চিত হ’ল বিজেপিৰ এজন নেতাৰ।
Assamese 'স্পা'ত চলি আছিল অনৈতিক কাৰ্য, তাৰ মাজতে চলিল আৰক্ষীৰ অভিযান... মহানগৰীৰ বিভিন্ন স্পাত দীৰ্ঘদিনৰ পৰা চলিছে আহিছে নাৰী দেহৰ ব্যৱসায়। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল মহানগৰীৰ এই স্পা সমূহত যৌন কাৰ্যত লিপ্ত থাকে ছাত্ৰ-ছাত্ৰীও। নাৰী দেহৰ এই ব্যৱসায়ত ঘন্টাত ২-৩ হাজাৰত বিক্ৰী হয় একোজনী যুৱতীৰ শৰীৰ।
Assamese BTRৰ আকাশত আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ যুদ্ধ। BTRৰ আকাশত আৰম্ভ হৈছে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীৰ হেলিকপ্টাৰ যুদ্ধ। হাগ্ৰামাৰ হেলিকপ্টাৰত তেল ভৰাবলৈ ধন নাই যদিও প্ৰমোদে হাগ্ৰামাৰ সম্পত্তিৰ তালিকাক লৈ পুনৰ প্ৰশ্ন তুলিছে।