Advertisment
DY365

DY365

THUMB
Live
Assamese

আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিয়লি গুৱাহাটী পাবহি প্ৰধানমন্ত্ৰী। গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই বৰঝাৰ বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব মোদীয়ে।
1 Min read
Advertisment