Advertisment
DY365

DY365

SYDNEY
Assamese

পহলগাম কাণ্ডৰ দৰেই নৰসংহাৰ! সন্ত্ৰাসবাদী পিতা–পুত্ৰৰ নিৰ্বিচাৰ গুলীচালনা

এটা ধৰ্মীয় লোকক বাচি বাচি হত্যা। ছিডনীত পাকিস্তানমূলৰ পিতা–পুত্রই সংঘটিত কৰিলে পহলগামৰ দৰে ভয়ংকৰ আক্ৰমণ। ছিডনীৰ গুলীচালনাত নিহতৰ সংখ্যা ১৬লৈ বৃদ্ধি।
2 Min read
123A
Assamese

পহলগামত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক সহায় কৰিছিল কোনে?

দেশ জোকৰা জম্মু-কাশ্মীৰৰ পহলগাম কাণ্ডৰ চাৰ্জশ্বীট দাখিল। বাইচৰণ ভেলীত ২৬ নিৰীহৰ প্ৰাণ লোৱা সন্ত্ৰাসবাদীক কোনে সহায় কৰিছিল? অপাৰেশ্যন সিন্দূৰ আৰু অপাৰেশ্যন মহাদেৱৰ পিছত এই চাৰ্জশ্বীটতে সমাপ্ত নেকি পহলগাম কাণ্ডৰ তদন্ত?
2 Min read
Advertisment