Advertisment
Mrinmoy Talukdar

Mrinmoy Talukdar

1
Assamese

ৰাম মন্দিৰত নামাজ আদায়ৰ চেষ্টা! গ্ৰেপ্তাৰ আবু আহমেদ শ্বেখ

অযোধ্যাৰ ৰাম মন্দিৰ চৌহদত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মন্দিৰ কমপ্লেক্সত নামাজ আদায় কৰিবলৈ চেষ্টা কৰাৰ সময়তে গ্ৰেপ্তাৰ হ'ল এজন মুছলমান ব্যক্তি। গ্ৰেপ্তাৰ হোৱা ব্যক্তিজন কাশ্মীৰৰ আবু আহমেদ শ্বেখ বুলি জানিব পৰা গৈছে। 
2 Min read
1
Assamese

প্ৰথমে আক্ৰমণ পাছত বিহ খুৱাই...বাংলাদেশত পুনৰ হিন্দুৰে ভয়ংকৰ ঘটনা

শান্ত হোৱা নাই বাংলাদেশ। অশান্ত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে সংঘটিত হৈ আহিছে হিংসাত্মক ঘটনা। দিপু চন্দ্ৰ দাস, অমৃত মণ্ডল, বজেন্দ্ৰ বিশ্বাসৰ হত্যাকাণ্ডৰ পাছতে এইবাৰ জয় মহাপাত্ৰ নামৰ হিন্দু যুৱকক বিহ খুৱাই হত্যা কৰাৰ অভিযোগ।
2 Min read
1
Assamese

আকোৰগোজ অগপ! বিজেপিৰে আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট

অগপ-বিজেপিৰ আসন বুজাপৰাক লৈ বৃহত্‍ টুইষ্ট। ৩৫ৰ পৰা ৪০খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে। বহু আসনত হ’ব পাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা।
1 Min read
1
Assamese

দম আছে যদি আহক! মুখ্যমন্ত্ৰীক চেলেঞ্জ বিধায়ক অখিল গগৈৰ

উজনিত হিমন্ত বিশ্ব শৰ্মা ৰজা নহয়, উজনিত মই অখিল গগৈ আছো। মই মুখ্যমন্ত্ৰীক এইবাৰ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিবলৈ আমন্ত্ৰণ জনাইছো। মই ধেমালি কৰা নাই, হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন খেলিব আহিলে শিৱসাগৰত মই থিয়ই থিয়ই হৰুৱাই দিম।
2 Min read
1
Assamese

পুনৰ ৬৩৪৭ গৰাকীলৈ চৰকাৰী নিযুক্তি অসম চৰকাৰৰ

নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰৰ দ্বিতীয়টো বৃহৎ চৰকাৰী নিযুক্তি। ADREৰ তৃতীয় বৰ্গৰ ৬৩৪৭ গৰাকী প্ৰাৰ্থীক প্ৰদান নিযুক্তি-পত্ৰ। সৰুসজাই ষ্টেডিয়ামত নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
1
Assamese

আৰু কিমান অন্যায় কৰিব? বিজেপি চৰকাৰক প্ৰশ্ন ৰাজেন গোহাঁইৰ

বিজেপি চৰকাৰে আৰু কিমান অন্যায় কৰিব? লাহে-লাহে গণতন্ত্ৰও শেষ কৰিবলৈ গৈ আছে বিজেপি চৰকাৰে। 'বিজেপি চৰকাৰ অসমত থাকিলে ভৱিষ্যতে আৰু অধিক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব। বিস্ফোৰক মন্তব্য অজাপ নেতা ৰাজেন গোহাঁইৰ।
1 Min read
1
Assamese

দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ বিৰোধীৰ

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। বিৰোধী ঐক্য মঞ্চই ভোট চুৰিৰ অভিযোগেৰে দিলীপ শইকীয়াৰ বিৰুদ্ধে ৰুজু কৰিলে গোচৰ । নিৰ্বাচন আয়োগতো অভিযোগ দাখিল বিৰোধী ঐক্য মঞ্চৰ।
2 Min read
1
Assamese

আচৰিত! এতিয়া শিক্ষকে কৰিব লাগিব কুকুৰ গণনা

শিক্ষকে পৌৰসভাক প্ৰদান কৰিব লাগিব বাটৰুৱা কুকুৰৰ সংখ্যা আৰু ইয়াৰ অৱস্থাৰ প্ৰতিবেদন। বিহাৰৰ সাছাৰাম পৌৰ নিগমৰ এক নিৰ্দেশনাই লাভ কৰিছে এতিয়া ব্যাপক চৰ্চা । ২০২৫ চনৰ ১৫ ডিচেম্বৰতে দিয়া এই নিৰ্দেশনাই অশান্তি বৃদ্ধি কৰিছে বিদ্যালয়ৰ শিক্ষকৰ মাজত । 
2 Min read
1
Assamese

ৰাজ্যসভালৈ যোৱাৰ মন আজমলৰ! ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ।

ৰাজ্যসভাৰ প্ৰাৰ্থী হ’ব মৌলানা বদৰুদ্দিন আজমল! ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে আজমলক প্ৰক্ষেপ কৰিব AIUDF-এ। মৌলানা বদৰুদ্দিন আজমলক সমৰ্থন কৰিবলৈ আহ্বান জনাই ৰাহুল গান্ধী, গৌৰৱ গগৈলৈ বিশেষ পত্ৰ AIUDFৰ। 
2 Min read
1
Assamese

বাস্তৱ হ'ল সপোন, পুনৰ ৪৩৭৪ গৰাকীয়ে পালে চৰকাৰী নিযুক্তি?

চৰকাৰী চাকৰিৰ সপোন বাস্তৱ একাংশৰ। পুনৰ ৪৩৭৪ গৰাকী প্ৰাৰ্থীলৈ ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ। খানাপাৰাৰ জ্যোতি-বিষ্ণু কলা মন্দিৰত নিযুক্তি পত্ৰ বিতড়ণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Advertisment