Assamese গৌৰৱ গগৈ জাতিদ্ৰোহী, বিশ্বাসঘাতক। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই... গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী, বিশ্বাসঘাতক সাংসদ আমাক নালাগে। আমি কোনোপধ্যেই উজনিত সন্দেহযুক্ত নাগৰিকৰ দপদপনি সহ্য নকৰো। গৌৰৱ, লুৰীণ, অখিলৰ বাবেই মিঞাই শিৱসাগৰক ধুবুৰী বনাম বুলি ক'ব পাৰিছে। ৰেজাউল কৰিমৰ মন্তব্যৰ পিছতেই গৰ্জন জাতীয় সংগ্ৰামী সেনা অসমৰ।
Assamese নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ ষ্টাৰ অলৰাউণ্ডৰ টি-২০ বিশ্বকাপৰ পূৰ্বে আঘাতে জুৰুলা কৰিছে টীম ইণ্ডিয়াক। নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হ'ল অলৰাউণ্ডৰ ৱাশ্বিংটন সুন্দৰ। ৱাশ্বিংটনৰ ঠাইত টীম ইণ্ডিয়াক অন্তৰ্ভুক্ত কৰা হৈছে আয়ুষ বদোনীক।
Assamese সাৱধান! Googleত ছাৰ্চ নকৰিব এইবোৰ বিষয় গুগল আমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে আটাইতকৈ দ্ৰুত আৰু নিৰ্ভৰযোগ্য আহিলা হৈ পৰিছে। কিন্তু এটা সৰু ভুলে আপোনাক ডাঙৰ সমস্যাত পেলাব পাৰে। আনকি আপোনাৰ জেল পৰ্যন্ত হ’ব পাৰে!
Assamese 'বিজেপি চৰকাৰ গ' বেক, আটছাৰ প্ৰতিবাদত উত্তাল দেৰগাঁও দেৰগাঁৱৰ ৰঙামাটিৰ টোলগেটত উত্তপ্ত পৰিস্থিতি। 'টোলগেট বন্ধ কৰক, জনতাৰ মূৰত মাধমাৰ দিয়া বিজেপি চৰকাৰ কাম নাই, বিজেপি গ' বেক...' ধ্বনিৰে উত্তাল প্ৰতিবাদ। টোলগেটত সংগ্ৰহ কৰা টোল কৰৰ বিৰোধিতা দল-সংগঠৰ।
Assamese WHO IS ৰেজাউল কৰিম সৰকাৰ? শিৱসাগৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ দেওবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছিল আমছুৰ সদ্যপ্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিয়েই শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ বনোৱাৰ হুংকাৰ দিছিল ৰেজাউলে। ৰেজাউল কৰিমৰ হুংকাৰৰ পিছতে জ্বলিছে উজনি।
Assamese সাজু কংগ্ৰেছ! নিৰ্বাচনৰ পূৰ্বে পালে নতুন সেনাপতি ‘কলীয়া ডাৱৰ আঁতৰাই আমি গঢ়িব লাগিব বৰ অসম। শংকৰ-মাধৱ, আজান-ফকিৰৰ অসম আমি ঘূৰাই আনিব লাগিব। জনসাধাৰণৰ ভয়-শংকা আঁতৰাবলৈ মই ৰেজাউল কৰিম সৰকাৰে এতিয়াৰে পৰা গৌৰৱ গগৈৰ সেনাপতি হ’ম'।’ কংগ্ৰেছত যোগদান কৰিয়েই ৰেজাউল কৰিম সৰকাৰৰ বিস্ফোৰণ।
Assamese শিক্ষাক লৈও ৰাজনীতি! মুছলমান শিক্ষাৰ্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ! মুছলমান শিক্ষার্থীয়ে অধিক আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল মেডিকেল কলেজৰ! নৱস্থাপিত MBBS কলেজৰ ৫০ আসনৰ ৪২ খনেই লাভ কৰিছিল মুছলমান শিক্ষাৰ্থীয়ে। নেচনেল মেডিকেল কমিছনৰ এই সিদ্ধান্তক লৈ দেশজুৰি ব্যাপক চৰ্ছা।
Assamese কোনে কোনে লাভ কৰিব "এটি কলি দুটি পাত" আঁচনিৰ ধন? নৱবৰ্ষত ৰাজ্যবাসীলৈ পুনৰ বৃহৎ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ২৫ জানুৱাৰীত আহি আছে এখন নতুন চৰকাৰী আঁচনি। অৰুণোদয়, মহিলা উদ্যমিতাৰ পাছত এইবাৰ নতুন আঁচনি "এটি কলি দুটি পাত" আঁচনি।
Assamese সংবিধান নাজানে, চিন্তাধাৰা নিম্ন! হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট ওৱেছিৰ হিমন্ত বিশ্ব শৰ্মা অতি নিন্ম চিন্তাৰ মানুহ। অসমৰ মুখ্যমন্ত্ৰী গৰাকী পাকিস্তানৰ আদৰ্শত বিশ্বাসী। ভাৰতত হিন্দুহে প্ৰধানমন্ত্ৰী হ’ব পাৰে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা দাবীৰ পাছতেই জাঙুৰ খাই উঠিছে আছাদুদ্দিন ওৱেছি।
Assamese অপেক্ষাৰ অন্ত! আজি ২২ গজত ৰোহিত শৰ্মা, বিৰাট কোহলী নীলা জাৰ্চিত আকৌ এবাৰ দেখিবলৈ পাব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীক। আজি ২২ গজৰ যুঁজত নামিব দুই তাৰকা। অৱশ্যে আঘাতৰ বাবে শৃংখলা আৰম্ভ হোৱাৰ পূৰ্বেই দলৰ পৰা বাহিৰ হ'ল ঋষভ পণ্ট।